Category: Latest

ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ সৰ্বকালৰ সৰ্বাধিক ৬৮১.৬৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি

ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ দ্ৰুত হাৰত বৃদ্ধি পাইছে। আৰবিআই-য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৩ আগষ্ট, ২০২৪ তাৰিখে সমাপ্ত হোৱা সপ্তাহত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৭.০২ বিলিয়ন ডলাৰ বৃদ্ধি হৈ সৰ্বকালৰ…

নন্দোৎসৱ উদযাপন

বৰপেটা সত্ৰত নন্দোৎসৱ উপলক্ষে পুৱাৰ নাম-প্ৰসঙ্গত চৰণ,যুগল পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয় ৷ তাৰ পিছত ‘ভাগৱত’ আৰু ‘পাঠ’পঢ়া হয় ৷ প্ৰসঙ্গৰ অন্ত হোৱাৰ পিছত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত ‘গুৰুঘাত’…

সাংবাদিক তফিকুৰ ৰহমানলৈ এআইজে মিডিয়া এৱাৰ্ড-২০২৪

মাজদিয়া গাঁৱৰ যুৱ সাংবাদিক তফিকুৰ ৰহমানলৈ আগবঢ়োৱা হৈছে এছোচিয়েচন অৱ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ এআইজে মিডিয়া এৱাৰ্ড-২০২৪ । এনিউজ ২৪×৭ ৰ সৰ্থেবাৰীৰ সংবাদাতা হিচাপে কৰ্মৰত তফিকুৰ ৰহমানে এই বঁটা গ্ৰহণ কৰে ।…

বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ঐক্যবদ্ধ প্ৰচেষ্টা সম্পৰ্কে হাইস্কুলৰ শিক্ষাৰ্থীৰ মাজত সজাগতা সৃষ্টি

জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থত তৃণমূলৰ লোকে সংঘটিত কৰা বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ প্ৰয়োজনীয়তা সম্পৰ্কে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰাৰ নিৰলস অভিযানৰ সৈতে সংগতি ৰাখি অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে মঙলবাৰে…

জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

মৰাণ, মটক, টাই আহোম, চুতীয়া, কোঁচ ৰাজবংশী আৰু আদিবাসী-চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সংগ্ৰাম অব্যাহত ৰখা জনগোষ্ঠী কেইটাৰ এক উমৈহতীয়া মঞ্চ “ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসম “ৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত…

চামগুৰিত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাজিয়াগাঁও আৰু লাওখোৱা ব্লক মহিলা কংগ্ৰেছৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ আতিশয্য তথা অত্যধিক বিদ্যুৎ মাচুল বৃদ্ধি কৰি জনসাধাৰণক শোষণ কৰা আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰায় তিনি…

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদ

জনিয়া আঞ্চলিক কৃষক সভাৰ উদ্যোগত পশ্চিমবঙ্গৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ কৰি হত্যাৰ বিৰুদ্ধে জনিয়া শ্বহীদ ছুহেল ৰানা চ’কত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । জনিয়া আঞ্চলিক কৃষি সভা…

কেৰেলাৰ ৱায়ানাড দুৰ্যোগত ১৭ টা পৰিয়ালৰ ৬৫জন সদস্যৰ মৃত্যু

কেৰেলাৰ ৱায়ানাডৰ প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা সকলকৰ ভিতৰত ১৭৯ টা মৃতদেহ চিনাক্ত কৰা হৈছে। এই দুৰ্যোগত ১৭ টা পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ হৈছে। এই পৰিয়ালবোৰৰ এজনো সদস্য জীৱিত নাথাকিল। এই পৰিয়ালবোৰৰ…

নগাঁৱৰ বামুনী সামূহিক চিকিৎসালয়ত প্ৰসূতিৰ বাবে বিশেষ কোঠা

বামুনী সামূহিক স্বাস্থ্যকেন্দ্ৰত নতুনকৈ সংস্থাপন হ’ল প্ৰসূতিৰ বাবে এক বিশেষ কোঠা। ২০০১ চনতে মুকলি হোৱা চিকিৎসালয়খনত ২০০৯ চনৰ পৰা বহিঃবিভাগৰ চিকিৎসাসেৱা আৰম্ভ হৈছিল যদিও চিকিৎসালয়খনত প্ৰসূতি-মহিলাসকলৰ বাবে নাছিল কোনো বিশেষ…

কৰিমগঞ্জত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

কৰিমগঞ্জত উপস্থিত হৈ বিভিন্ন কামৰ পৰ্যালোচনা কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ৷ এই পৰ্যালোচনাত ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া,…