Latest প্ৰথমবাৰলৈ ছবিগৃহত মুক্তি পাব “ৰামায়ণ: দ্য লেজেণ্ড অৱ প্ৰিন্স ৰামা” September 20, 2024 Sonakshi Sarkar ১৯৯৯ চনৰ জাপানী-ভাৰতীয় এনিমেছন চলচ্চিত্ৰ “ৰামায়ণ: দ্য লেজেণ্ড অৱ প্ৰিন্স ৰামা” ভাৰতত প্ৰথমবাৰৰ বাবে ছবিগৃহত মুক্তি পাব।এই শতিকাৰ আৰম্ভণিতে টিভি চেনেলসমূহত পুনৰ প্ৰদৰ্শিত হোৱাৰ সময়ত ই ভাৰতীয় দৰ্শকৰ মাজত জনপ্ৰিয়…
Latest মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনত ৰাজ্যসমূহলৈ ১২,৫৫৪ কোটি টকা মঞ্জুৰ September 19, 2024 Sonakshi Sarkar কেন্দ্ৰই বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে চলিত বছৰৰ এতিয়ালৈকে বিভিন্ন ৰাজ্যক ১২,৫৫৪ কোটি টকা মঞ্জুৰ কৰিছে। অগ্নি নিৰ্বাপক সেৱাৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ আঁচনিৰ অধীনত পাঁচখন ৰাজ্যক…
Latest দেশত বছৰি ৫ কোটি উপাৰ্জন কৰা লোকৰ সংখ্যা ৪৯ শতাংশ বৃদ্ধি September 18, 2024 news editor দেশত ধনী লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । প্ৰতি বছৰে ১০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰা লোকৰ সংখ্যা যোৱা পাঁচ বছৰত ৬৩% বৃদ্ধি হৈ প্ৰায় ৩১,৮০০ জন হৈছে। এই সময়ছোৱাত,…
Latest নাগালেণ্ডৰ সেনা অভিযানক লৈ ৩০ জন সেনা জোৱানৰ বিৰুদ্ধে অপৰাধমূলক প্ৰক্ৰিয়া বন্ধ কৰিলে উচ্চতম ন্যায়ালয়ে September 18, 2024 Sonakshi Sarkar উচ্চতম ন্যায়ালয়ে মঙলবাৰে নাগালেণ্ডৰ মন জিলাত উগ্ৰপন্থীক আক্ৰমণ কৰাৰ বিফল অভিযানত ১৩ জন নাগৰিকক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ৩০ জন সেনা জোৱানৰ বিৰুদ্ধে অপৰাধমূলক প্ৰক্ৰিয়া বন্ধ কৰি কৰে।ন্যায়াধীশ বিক্ৰম নাথ…
Latest অহা ২৫ বছৰত এণ্টিবায়টিক-প্ৰতিৰোধী সংক্ৰমণৰ ফলত ৩.৯ লাখ লোকৰ মৃত্যুৰ আশংকা September 18, 2024 Sonakshi Sarkar ১৯৯০ আৰু ২০২১ চনৰ ভিতৰত, এণ্টিবায়টিক প্ৰতিৰোধৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে ১০ লাখৰো অধিক লোকৰ মৃত্যু হয়, আৰু পৰৱৰ্তী ২৫ বছৰত এণ্টিবায়টিক-প্ৰতিৰোধী সংক্ৰমণৰ ফলত ৩.৯ লাখৰো অধিক লোকৰ মৃত্যু হ’ব…
Latest মণিপুৰ হিংসাৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ তদন্ত আয়োগক ২০ নৱেম্বৰলৈকে সময়সীমা কেন্দ্ৰৰ September 14, 2024 Sonakshi Sarkar কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে মণিপুৰত ধাৰাবাহিক হিংসাৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ তদন্ত আয়োগক ২০ নৱেম্বৰলৈকে সময়সীমা বান্ধি দিছে। মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাই এতিয়ালৈকে ২২০ ৰো অধিক লোকৰ প্ৰাণ হেৰুৱাইছে। গুৱাহাটী উচ্চ…
Entertainment Latest শচীন দেৱ বর্মন ৰ ৰাজ্য ত্ৰিপুৰাত উদযাপন কৰা হ’ল অসমৰ গৌৰৱ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী September 12, 2024 Business Bureau দুখন ৰাজ্যৰ মাজত সম্প্ৰীতিৰ এনাজৰীয়ে যেন শিল্পীৰ বন্ধন। শচীন দেৱ বর্মন ৰ ৰাজ্য ত্ৰিপুৰাত উদযাপন কৰা হ’ল অসমৰ গৌৰৱ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী। আগন্তুকৰ অক্টোবৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ’ব শচীন…
Latest ডিজিপি-নিৰাপত্তা উপদেষ্টাক অপসাৰণৰ দাবীৰে ইম্ফলত প্ৰতিবাদী যাত্ৰা স্থানীয় মহিলাৰ September 10, 2024 Sonakshi Sarkar মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত ড্ৰোন আক্ৰমণৰ প্ৰতিবাদত স্থানীয় মহিলাসকলে সোমবাৰে নিশা ইম্ফলত অগ্নিশিখা লৈ প্ৰতিবাদীযাত্ৰা উলিয়ায়। তেওঁলোকে ডিজিপি আৰু নিৰাপত্তা উপদেষ্টাক অপসাৰণৰ দাবী উত্থাপন কৰিছে। ইম্ফলৰ থাংমেইবান্দত অগ্নিশিখা আৰু পোষ্টাৰ লৈ…
Latest জাগীৰোডত নিৰ্মাণ হ’ব তাজ হোটেল September 6, 2024 Sonakshi Sarkar শীঘ্ৰেই জাগীৰোডত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিবলগা টাটা অৰ্ধপৰিবাহী প্ৰকল্পৰ ওচৰতে নিৰ্মাণ হ’ব অসমত তৃতীয়খন তাজ হোটেল। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে…
Latest মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি দুবছৰে হায়ৰাণ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্ব September 3, 2024 Sonakshi Sarkar “ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰেম প্ৰকৃততে এখন নাটকহে ৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰন, ৰাজনৈতিক অধিকাৰকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন প্ৰাপ্য অধিকাৰৰ…