Category: Latest

ভাৰত চৰকাৰে মহাকাশ খণ্ডত ষ্টাৰ্ট-আপৰ প্ৰচাৰৰ বাবে ব্যয় কৰিব ১,০০০ কোটি টকা

ভাৰত চৰকাৰে মহাকাশ খণ্ডত ষ্টাৰ্ট-আপৰ প্ৰচাৰৰ বাবে ১,০০০ কোটি টকা ব্যয় কৰিব। ইয়াক পাঁচটা বিত্তীয় বৰ্ষত ব্যয় কৰিব। ২০২৫-২৬ বৰ্ষত ১৫০ কোটি, ২০২৬-২৭, ২০২৭-২৮ আৰু ২০২৮-২৯ বৰ্ষত ২৫০ কোটিকৈ, ২০২৯-৩০…

নাগৰিকত্ব আইনৰ ধাৰা ৬ (ক) কি?

উচ্চতম ন্যায়ালয়ে ১৯৮৫ চনৰ অসম চুক্তি স্বাক্ষৰৰ পিছত নাগৰিকত্ব আইন ১৯৫৫ ত অন্তৰ্ভুক্ত কৰা ধাৰা ৬(ক) বাহাল ৰাখিছে। ১৯৮৫ চনৰ অসম চুক্তিৰ অধীনত (যিটো তদানীন্তন ৰাজীৱ গান্ধী চৰকাৰে সদৌ অসম…

অসমৰ পাঁচ সমষ্টিত ১৩ নৱেম্বৰত উপ-নিৰ্বাচন

জল্পনা- কল্পনাৰ পৰিল অন্ত। লোকসভা নিৰ্বাচনৰ পিছত খালি হৈ ৰোৱা অসমৰ পাঁচটা বিধানসভা সমষ্টিত কেতিয়ালৈ উপ-নিৰ্বাচন আৰম্ভ হ’ব তাক লৈ চলি আছিল জল্পনা- কল্পনা। মঙলবাৰে সেই জল্পনা- কল্পনাৰ অন্ত পেলালে…

জাৰ্মানীৰ আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠানত পূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা সংৰক্ষণ বিষয়ক বক্তৃতা

বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ কাৰণে কৰি অহা নিৰলস প্ৰচেষ্টাৰ বাবে উচ্চ প্ৰশংসিত বন্যপ্ৰাণী সংৰক্ষণবিদ তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ জ্যেষ্ঠ জীৱবিজ্ঞানী ড: পূৰ্ণিমা দেবী বৰ্মনক জাৰ্মানীৰ ষ্টুটগাৰ্টৰ “উইলহেমা জুলজিকেল…

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ৰাজ্য চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱ গ্ৰহণ কৰিলে…

অসম চৰকাৰক অৱমাননাৰ জাননী উচ্চতম ন্যায়ালয়ৰ

দেশৰ শীৰ্ষ আদালতে বুলডোজাৰ কাৰ্যৰ গোচৰত অসম চৰকাৰক অৱমাননাৰ জাননী জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে এই বিষয়ত অসম চৰকাৰৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে আৰু পৰৱৰ্তী শুনানিলৈকে স্থিতি বজাই ৰাখিবলৈও…

গুৱাহাটীত মাংস ব্যৱসায়ীৰ মাজত পৰিষ্কাৰ পৰিচন্নতা বিষয়ক সজাগতা সভা

গুৱাহাটীৰ লখৰা বজাৰ শিৱ মন্দিৰ আৰু লালগণেশ গণেশ মন্দিৰ প্ৰাংগনত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ নিৰ্দেশত, কামৰূপ মহানগৰ জিলাৰ জিলা পশুপালন বিষয়াৰ উদ্যোগত ১৯ আৰু ২৫ ছেপ্টেম্বৰত মাংস ব্যৱসায়ী সকলৰ…

নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত আৰু ছয় মাহলৈ বৃদ্ধি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ

নাগালেণ্ডৰ আঠখন জিলা, অৰুণাচল প্ৰদেশৰ তিনিখন আৰু আন কেইটামান অঞ্চলত আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পিছত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (আফ্চা) আৰু ছয় মাহলৈ বৃদ্ধি কৰা হৈছে। তাত সশস্ত্ৰ বাহিনীৰ…

প্ৰচণ্ড গৰমৰ ফলত ৰাজ্যত এমাহত ৪০০ মেগাৱাটলৈ অতিৰিক্ত বিদ্যুতৰ চাহিদা বৃদ্ধি

ৰাজ্যত বিদ্যুতৰ চাহিদা আগষ্টৰ পৰা ছেপ্টেম্বৰলৈ মাত্ৰ এমাহত ৪০০ মেগাৱাট বৃদ্ধি পাইছে। প্ৰচণ্ড গৰমৰ বাবে বিদ্যুতৰ চাহিদা ৰাজ্যত বৃদ্ধি পাইছে। ২২ আগষ্ট তাৰিখে, বিদ্যুতৰ চাহিদা আছিল ২৪০০ মেগাৱাট। অৱশ্যে, ২০…

তিৰুপতি মন্দিৰৰ লাড়ুত গোমাংসৰ উপস্থিতি নিশ্চিত কৰিলে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে

লাখ লাখ ভক্তৰ আস্থাৰ কেন্দ্ৰ তিৰুপতি তিৰুমালা মন্দিৰক লৈ এক বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। প্ৰখ্যাত মন্দিৰটোত ভক্তৰ মাজত বিতৰণ কৰা লাড়ুত ভেজালৰ তথ্য পোহৰলৈ আহিছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে লাড়ুত…