Category: Latest

টাইপাৰ ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটা ঘোষণা

টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটা ঘোষণা কৰে। এক সংবাদমেলত তেওঁলোকে ঘোষণা কৰে যে ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বৰফুকন বঁটাৰ বাবে ভাৰতীয় পুৰাতত্ত্ব জৰীপ…

২৫ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন

১৮ তম লোকসভাৰ প্ৰথম শীতকালীন অধিৱেশন ২৫ নৱেম্বৰত আৰম্ভ হ’ব অধিৱেশনখন ২০ ডিচেম্বৰলৈকে চলিব। ইয়াত এক দেশ-এক নিৰ্বাচন আৰু ৱাকফ বিধেয়ককে ধৰি কেইবাখনো বিধেয়ক উত্থাপন কৰা হ’ব বুলি আশা কৰা…

২০২৩ চনত ৰাজধানী দিল্লীত ৬,৩৯,০৯৭ পথ দুৰ্ঘটনা

ৰাষ্ট্ৰীয় ৰাজধানীত পথচাৰীসকল ২০২৩ চনত পথ দুৰ্ঘটনাৰ বাবে আটাইতকৈ বেছি অসুৰক্ষিত আছিল আৰু মুঠ ভুক্তভোগীৰ প্ৰায় ৪৩ শতাংশ আছিল। বুধবাৰে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা ‘দিল্লী পথ দুৰ্ঘটনা মৃত্যু প্ৰতিবেদন-২০২৩’ৰ পৰা…

১১ তমবাৰৰ বাবে সেনাৰ সৈতে দীপাৱলী উদযাপন নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে ১১ তমবাৰৰ বাবে সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। দীপাৱলী উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী গুজৰাটৰ কচ্ছত উপস্থিত হয়। ইয়াত তেওঁ বিএছএফ, সেনা, নৌ সেনা আৰু বায়ু সেনাৰ জোৱানসকলক…

চীনৰ শেনঝৌ-১৯ মহাকাশ অভিযান সফল

তিনিজন মহাকাশচাৰীক কঢ়িয়াই নিয়া এখন চীনা মহাকাশযান ছয় ঘণ্টাৰ যাত্ৰাৰ পিছত তিয়ানগং মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে।এই যুৱ মহাকাশচাৰীসকলৰ ভিতৰত দেশৰ প্ৰথম মহিলা মহাকাশ অভিযন্তাও অন্তৰ্ভুক্ত আছে। এইটো চীনৰ নিজা মহাকাশ…

ইউএনআৰডব্লিউএৰ কাম-কাজ নিষিদ্ধ কৰিলে ইজৰাইলে

ইজৰাইলৰ সংসদে ৰাষ্ট্ৰসংঘৰ অধীনত কাম কৰা ইউএনআৰডব্লিউএৰ কাম-কাজত নিষিদ্ধ কৰিছে। যাৰ ফলত ইউএনআৰডব্লিউএ তিনি মাহৰ ভিতৰত ইজৰাইল আৰু ইজৰাইল অধিকৃত পূব জেৰুজালেমত কাম কৰা বন্ধ কৰিব লাগিব। ৰাষ্ট্ৰসংঘৰ ৰিলিফ এণ্ড…

দেশজুৰি দীপাৱলীত ৪.২৫ লাখ কোটি টকাৰ ব্যৱসায় হোৱাৰ আশা প্ৰকাশ ব্যৱসায়ীৰ

দীপাৱলী আৰু সম্পৰ্কিত উৎসৱৰ বাবে দিল্লীকে ধৰি সমগ্ৰ দেশৰ বজাৰত ব্যৱসায় পূৰ্ণ গতিত চলি আছে। ব্যৱসায়ীসকলে অধিকসংখ্যক গ্ৰাহকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আছে। ৰাখী বন্ধন, নৱৰাত্ৰি আৰু কৰৱা চৌথৰ সময়ত…

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰত “আমেৰিকা ফাৰ্ষ্ট”ৰ শ্লোগান ডনাল্ড ট্ৰাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ এতিয়া প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। এই প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত, ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিউয়ৰ্কত এক ডাঙৰ ৰেলী অনুষ্ঠিত কৰে। ৰেলীটোৰ…

সংৰক্ষণ বিজ্ঞানী বিভৱ তালুকদাৰক আই ইউ চি এন বঁটা প্ৰদান

প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত একনিষ্ঠ ভাবে কাম কৰি থকা অসমৰ আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ বিজ্ঞানী তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সচিৰ প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰক…

ধ্যান চান্দ বঁটাৰ স্থান ল’ব অৰ্জুন লাইফটাইম বঁটাই

দেশৰ বিভিন্ন ক্ৰীড়া সন্মানক যুক্তিসঙ্গত কৰাৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই বছৰৰ পৰা জীৱনজোৰা কৃতিত্বৰ বাবে ধ্যান চান্দ বঁটা বন্ধ কৰাৰ কথা ঘোষণা কৰে আৰু ইয়াৰ সলনি অৰ্জুন লাইফটাইম বঁটা…