Latest পথাৰকান্দিত অসম সত্ৰ মহাসভাৰ কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তুতি May 27, 2024 Sonakshi Sarkar অসম সত্ৰ মহাসভাই অসমৰ বৰ্ণিল সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ কাৰণে এখন কলাক্ষেত্ৰ স্থাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে,…
Latest বেটাৰী ৰিক্সা পৰিল বাগৰি May 24, 2024 Sonakshi Sarkar নাজিৰাৰ শিমলুগুৰি বাঁহগড়া অঞ্চলৰ অভিযোগ অনুসৰি প্ৰায় ৬ কোটিকৈ টকা আৱণ্টন হোৱাৰ পিছত নিৰ্বাচনৰ আগত কেইদিন মান কাম কৰিয়েই দায়িত্ব সামৰিলে PWD বিভাগে | পথচোৱাৰ এনে অৱস্থাৰ বাবে এতিয়া ৰোগী…
Latest কানলৈ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট May 24, 2024 Sonakshi Sarkar ৭৬ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে চেলিব্ৰেটী মে’কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট বিজয়জিৎ শইকীয়াই । এই গৌৰৱ কঢ়িয়াই অনা তেওঁ প্ৰথমজন অসমীয়া মে’কআপ…
Latest ২৪ মে’ত ছবিগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি May 23, 2024 Sonakshi Sarkar গুৱাহাটী সমগ্ৰ অসমৰ ৫৫টা ছবিগৃহত ২৪ শুক্ৰবাৰে মুক্তি লাভ কৰিব মধুৰ চিনে আৰ্টৰ বেনাৰত ৰাতুল চন্দ্ৰ বৰুৱা প্ৰযোজিত আৰু কিশোৰ তহবিলদাৰ পৰিচালিত অসমীয়া চলচ্চিত্ৰ “প্ৰতিশ্ৰুতি”৷এই উদ্দেশ্যে আজি গুৱাহাটী প্ৰেছ ক্লাৱত…
Latest ভাৰত ভ্ৰমণলৈ অহা অষ্ট্ৰেলিয়াৰ শিশুৰ দেহলৈ ‘বাৰ্ড ফ্লু’ সংক্ৰমণ May 23, 2024 Sonakshi Sarkar মানৱ দেহলৈ ‘বাৰ্ড ফ্লু’ সংক্ৰমণ বিয়পাৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। অষ্ট্ৰেলিয়াই মানুহৰ ক্ষেত্ৰত ‘বাৰ্ড ফ্লু’ সংক্ৰমণৰ কথা ঘোষণা কৰিছে। অষ্ট্ৰেলিয়াৰ স্বাস্থ্য বিভাগে কয় যে ভাৰতত থাকোতে কেইসপ্তাহমান আগতে এটি শিশু…
Entertainment Latest ২৪ মে’ত ছবিগৃহলৈ ‘প্ৰতিশ্ৰুতি’ May 22, 2024 editor ২৪ মে’ৰ পৰা ৰাজ্যৰ বিভিন্ন ছবি গৃহত একেলগে মুক্তি লাভ কৰিব ‘প্ৰতিশ্ৰুতি’। ছবিখনৰ মূল বিষয়বস্তু হৈছে ড্ৰাগছৰ ভয়ংকৰ নেক্সাছ। সামাজিক ব্যাধি হিচাপে ভয়ংকৰভাৱে শিপাই যোৱা নিচাযুক্ত দ্ৰব্য সেৱনৰ অবৈধ সৰবৰাহ…
Latest শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ May 21, 2024 Sonakshi Sarkar শিৱসাগৰ জিলাৰ আমগুৰি নামতিৰ শালকাঠনি গাঁৱখনৰ বাবু বৰা নামৰ যুৱকজনৰ ঘৰৰ চোতালত নিশা উদ্ধাৰ হয় বনৰৌ | জানিব পৰা মতে উক্ত নিশা যুৱকজনৰ চোতালত কুকুৰে চিঞৰ-বাখৰ লগোৱাত পৰিয়ালৰ লোকসকল বাহিৰলৈ…
Latest নাৰেংগীত ৰেলৰ খুন্দাত বালাপাৰাৰ দুজন শ্ৰমিকৰ মৃত্যু May 21, 2024 Sonakshi Sarkar গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বহতীৰ বালাপাৰা গাঁওৰ হাফিজুৰ ৰহমান (৩৫) আৰু ছহিনুৰ ইছলাম (১৮) নামৰ দুগৰাকী শ্ৰমিকৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে হাহাকাৰ লাগে দুয়োটা পৰিয়ালৰ মাজত৷ দুয়োজন…
Latest কালঝাৰ সত্ৰৰ আয়ুস ৰেখা পল্লা নদীত ব্যাপক খননৰ অভিযোগ May 21, 2024 Sonakshi Sarkar গোপাল আতাৰ দ্বাৰা স্থাপিত ঐতিহ্যমণ্ডিত হাউলীৰ কালঝাৰ সত্ৰৰ গাতে লাগি থকা তথা সত্ৰখনৰ আয়ুসৰেখা হিচাপে পৰিচিত পল্লা নদীত চৰকাৰৰ বিধিগত অনুমতি নোহোৱাকৈ ব্যাপক হাৰত খনন কাৰ্য্য চলোৱা কাৰ্য্যই নদীপৰীয়া ৰাইজক…
Latest News ইউএনএলএফ-পিৰ ৩৪ জন সশস্ত্ৰ উগ্ৰপন্থীৰ আত্মসমৰ্পণ May 18, 2024 editor ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট-পি (ইউএনএলএফ-পি)ৰ ৩৪ জন সশস্ত্ৰ উগ্ৰপন্থীয়ে ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত তেওঁলোকৰ স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰৰে অসম ৰাইফলছ দলৰ সন্মুখত আত্মসমৰ্পণ কৰে। বিষয়াই এই কথা…