Category: Business

কোকা-কোলা ইণ্ডিয়া আৰু অঞ্জু ববি স্পৰ্টছ ফাউণ্ডেচনে মহিলা খেলুৱৈসকলক শক্তিশালী কৰিবলৈ সহযোগিতা কৰিছে

দেশৰ ক্ৰীড়াক্ষেত্ৰৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি কোকা-কোলা ইণ্ডিয়াই নিজৰ ফাউণ্ডেচনৰ জৰিয়তে অঞ্জু ববি স্প’ৰ্টছ ফাউণ্ডেচনৰ সৈতে ৩ বছৰীয়া অংশীদাৰিত্ব গঢ়ি তুলি প্ৰতিভাৱান খেলুৱৈসকলক অত্যাৱশ্যকীয় সুবিধা আৰু প্ৰশিক্ষণ সঁজুলিৰে…

হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ

ৰুক্মিণীগাঁৱত হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ। ব্যস্ত পথটোৰ এটা অংশ ওফন্দি উঠাৰ লগতে মেলিছে ফাট। ফুলি উঠা পথৰ অংশটোৰ পৰা ওলাই আছে বোকা-পানী। ঘটনাস্থলী পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ।

আমিনগাঁৱত STFৰ অভিযান

আমিনগাঁৱত STFৰ অভিযান। ISISৰ লিংক বিচাৰি মৰিয়াপট্টি জামে মছজিদত চলিছে STFৰ অভিযান। কেইদিনমান পূ্ৰ্বে STFৰ হাতত গ্ৰেপ্তাৰ হৈছিল গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী। তৌছিফ আলী ফাৰুকীয়ে নিয়মীয়াকৈ গৈছিল মছজিদটোলৈ।

ভি আৰু কেয়াৰগেমে ‘ক্লাউড প্লে’ মুকলি কৰে, ভাৰতত মোবাইল গেমিং পৰিৱৰ্তন কৰে

মোবাইল-ফাৰ্ষ্ট ট্ৰেণ্ডৰ বাবে শেহতীয়াকৈ ভাৰতৰ গেমিং উদ্যোগ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। উদ্যোগটোৰে জড়িত বিভিন্নজনে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি গেমিং কোটি কোটি টকাৰ বজাৰ হ’ব পাৰে। ইয়াৰ মাজতে ভিআইৰ ক্লাউড গেমিঙে…

আইএছআৰএলৰ লক্ষ্য হৈছে দেশজুৰি ১৫খন ষ্টেডিয়াম মূল্যায়ন

সমগ্ৰ দেশকে ৰেচিঙৰ জ্বৰত আক্ৰান্ত কৰাৰ লক্ষ্যৰে ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে(আইএছআৰএল) বহু প্ৰত্যাশিত দ্বিতীয় ছিজনৰ বাবে ভাৰতৰ ১৫খন ষ্টেডিয়ামত সম্ভাৱ্য ৰেচৰ বাবে মূল্যায়ন কৰিছে। আইএছআৰএলৰ প্ৰথমটো ছিজনতে ৯০%তকৈ অধিক আসনত…

ৰয়েলক ফাৰ্নিচাৰে তেজপুৰত ১৬৮ তম দোকান মুকলি কৰে

দেশৰ প্ৰখ্যাত ফাৰ্নিচাৰ ব্ৰেণ্ড ৰয়েলক ফাৰ্নিচাৰে তেজপুৰত নতুন ষ্ট’ৰ মুকলি কৰিলে, যাৰ লগে লগে অসমত বৃদ্ধি পালে প্ৰতিষ্ঠানটোৰ উপস্থিতি আৰু ব্যৱসায়। দেশৰ ভিন্ন স্থানত বিপণী থকা ৰয়লকে ১৬৮ সংখ্যক ষ্ট’ৰ…

এমেজৰ ইয়াৰ নতুন ব্ৰেণ্ড অভিযান হামেশা #ৰেডীটুপাৰফৰ্ম প্ৰৱৰ্তন কৰে

দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা শক্তি সমাধানকাৰী ব্ৰেণ্ড এমেজে নিজৰ নতুন ব্ৰেণ্ড অভিযান হমেশা #ৰেডীটুপাৰফৰ্ম আৰম্ভ কৰিছে আৰু লক্ষ্ণৌত এমেজৰ বহল পৰিসৰৰ ইনভাৰ্টাৰ, বেটাৰী আৰু সৌৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিছে। এই নতুন…

চেমচাঙে এআইৰ দ্বাৰা চালিত বেচপোক হোম এপ্লায়েন্স প্ৰদৰ্শন কৰে

দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে এআইৰ দ্বাৰা চালিত বেচপক এপ্লায়েন্স মুকলি কৰিছে, যি সঁজুলিয়ে সংযোজিত আৰু বহনক্ষম ঘৰৰ ভৱিষ্যদৰ্শী দিশ আৰু সুবিধাসমূহ প্ৰদৰ্শন কৰিছে। এআইৰ দ্বাৰা চালিত ঘৰুৱা সঁজুলিৰ…

মহানগৰীত পুনৰ চুৰি সোণ জব্দ কৰা হৈছে

মহানগৰীত পুনৰ চুৰি সোণ জব্দ কৰা হৈছে।উল্লেখযোগ্য যে মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনত চুৰি সোণসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ জানিব পৰা মতে ধৃত যুৱকজন পশ্চিমবংগৰ সাগৰ প্ৰসাদ ৰায়৷ কাপোৰৰ বেগৰ…

টিকেএমে অল-নিউ আৰ্বান ক্ৰুজাৰ টাইছৰ প্ৰৱৰ্তন কৰে

টয়টা কিৰ্লস্কাৰ মটৰে (টিকেএম) ভাৰতত বহুমুখী এছইউভি বাহনসূচীৰ শক্তিশালী আৰু সম্পূৰ্ণ ৰেঞ্জৰ গতিশীল সংযোজন হিচাপে সম্পূৰ্ণ নতুন টয়টা আৰ্বান ক্ৰুজাৰ টেইজৰ মুকলি কৰিছে। টয়টা কিৰ্লস্কাৰ মটৰৰ এছইউভি ছেগমেণ্টত নতুন দিগন্তৰ…