Category: Business

এমজিয়ে ভাৰতত এম জি হেক্টৰৰ ব্লেকষ্টৰ্ম সংস্কৰণ মুকলি কৰে

১০০ বছৰীয়া বৰ্ণিল ইতিহাসসমৃদ্ধ ব্ৰিটিছ অটোমোবাইল ব্ৰেণ্ড এমজি(মৰিছ গেৰেজেছ)য়ে ভাৰতত এমজি হেক্টৰৰ ব্লেকষ্টৰ্ম সংস্কৰণ মুকলি কৰিছে। এমজি হেক্টৰ ব্লেকষ্টৰ্মৰ ডিজাইন কৰা হৈছে ষ্টাৰী-ব্লেক ৰঙৰ বাহ্যিক অংশ আৰু ব্লেক থিম ইণ্টেৰিয়ৰৰ…

স্প্ৰাইটৰ ‘জোক ইন এ বটল’ কমেডি আইকন আৰু ডিজিটেল তাৰকাৰ সৈতে ঘূৰি আহে

দেশৰ সবাতোকৌ প্ৰিয় নেমু আৰু চূণৰ সোৱাদযুক্ত পানীয় স্প্ৰাইটে উদ্বোধনী ছিজনৰ অভাৱনীয় সফলতাৰ পিছত দ্বিতীয়বাৰলৈ আগবঢ়াইছে ‘জোক ইন এ বটল’। এই ছিজন অধিক আকৰ্ষণীয় আৰু বিনোদনভৰা কৰি তুলিবলৈ স্প্ৰাইটে আৰম্ভ…

মহানগৰীত STFৰ সফল অভিযান

মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছবিৰোধী অভিযান। উৰণসেতুৰ সমীপত অভিযানত জব্দ হেৰ’ইন। হেৰ’ইনভৰ্তি ৫৫টা কণ্টেইনাৰৰ লগতে নিচাযুক্ত টেবলেট জব্দ। প্ৰায় ৭৫ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩টা ড্ৰাগছ ব্যৱসায়ীক। ধৃত ছানিদুল আলী, শুকুৰ আলী,…

চেমচাঙে গ্যালাক্সি এম৫৫ ৫জি আৰু গ্যালাক্সি এম১৫ ৫জি উন্মোচন কৰিছে

দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে কেইবাটাও ছেগমেণ্ট-লিডিং(খণ্ড-আগশাৰী) সুবিধাৰ সৈতে দুটা আকৰ্ষণীয় ডিভাইচ গেলেক্সি এম৫৫ ৫জি আৰু গেলেক্সি এম১৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বহুল জনপ্ৰিয় গেলেক্সি এম শৃংখলাৰ…

ভাৰতৰ ৰোবাষ্টা কফিৰ চাহিদা বৃদ্ধি

ৰোবাষ্টা কফিৰ অধিক চাহিদাৰ বাবে চলিত বছৰৰ জানুৱাৰী-মাৰ্চ সময়ছোৱাত ভাৰতৰ পৰা কফি ৰপ্তানি ১৩.৩৫ শতাংশ বৃদ্ধি হৈ ১,২৫,৬৩১ টন হৈছে। চৰকাৰে এই তথ্য প্ৰদান কৰিছে। ২০২৩ চনৰ একে সময়তে, ভাৰতে…

চেমচাঙে ভাৰতত এআই টিভি মুকলি কৰাৰ সৈতে দৰ্শনৰ অভিজ্ঞতা উন্নত কৰিছে

চেমচাঙে ২০২৪ৰ ১৭ এপ্ৰিলত কৃত্ৰিম বুদ্ধিমত্তা(এআই)চালিত নতুন পৰিসৰৰ টেলিভিছন মুকলি কৰিবলৈ সাজু হৈছে। এই বৰ্ষৰ আৰম্ভণিতে চেমচাঙৰ বৃহৎ এআই সম্পৰ্কীয় ঘোষণাৰ পিছতে এআই টেলিভিছনৰ আগন্তুক পৰিসৰ মুকলি কৰা হৈছে। চেমচাঙে…

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কানিখিনি। বিহাৰৰ এজন লোকে সৰবৰাহ কৰিছিল প্ৰায় ৪ কেজি কানি। ধৃত লোকজনৰ নাম মনোহৰ কুমাৰ ৰায়। GRPৰ অভিযানত…

মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ

মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ। বন্ধুৱে হত্যা কৰি নদীৰ পাৰত পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ। লুলু বাবু, চনু নামৰ দুই যুৱকে মাতি লৈ গৈছিল অজয় বৰুৱাক। ইতিমধ্যে জালুকবাৰী…

গুৰুত্বপূৰ্ণ কৰ্মশালাৰ বাবে আইএফচি আৰু জলবায়ু বণ্ডৰ পদক্ষেপৰ সৈতে এনএছইৰ দল

নেচনেল ষ্টক একচেঞ্জ অৱ ইণ্ডিয়া(এনএছই)ই ভাৰতীয় উদ্যোগৰ বিভিন্ন খণ্ডত জ্ঞান বৃদ্ধিৰ লক্ষ্যৰে প্ৰথমবাৰলৈ ডিপ-ডাইভ কৰ্মশালা আয়োজন কৰি সফলতাৰে সমাপ্ত কৰিছে। ২০২৪ চনৰ ৩ এপ্ৰিলত মুম্বাইত আৰু ২০২৪ চনৰ ৫ এপ্ৰিলত…

ভয়ংকৰ নাও দুৰ্ঘটনা

মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু। নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই ঘটনা। ফেৰীখনত আছিল সৰ্বমুঠ ১২০জন যাত্ৰী। এই পৰ্যন্ত উদ্ধাৰ ৫জন যাত্ৰীক। লুংগাৰ পৰা মোজাম্বিক দ্বীপলৈ অহাৰ…