Category: Business

বিবিএফএছ ৰেচিডেন্সিয়েল একাডেমীয়ে গুৱাহাটীত পৰীক্ষণ চলাবলৈ সাজু হৈছে

এঞ্জোগোৰ অধীনত পৰিচালিত ভাইচুং ভূটীয়া ফুটবল বিদ্যালয়(বিবিএফএছ) অহা ২১ এপ্ৰিলত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথেলটিক ষ্টেডিয়ামৰ অনুশীলন খেলপথাৰত আৱাসিক একাডেমী কাৰ্যসূচী(ৰেচিডেন্সিয়েল একাডেমী প্ৰগ্ৰাম)ৰ বাবে পৰীক্ষণ(ট্ৰায়েল) অনুষ্ঠিত কৰিব। ২০০৭ চনৰ ১ জানুৱাৰীৰ…

বিহুৰ আনন্দৰ মাজতে এটা পৰিয়ালত কান্দোনৰ ৰোল

বিহুৰ উছাহৰ মাজতে তিতাবৰৰ এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা। পুত্ৰ, ভতিজাৰ মৃত্যুৰ দুখ সহিব নোৱাৰি পিতৃয়ে বাছি ল’লে চৰম পন্থা । গোৱাৰ আগাচিয়ামত এটা পথ দুৰ্ঘটনাত মৃত্যু দুই ভাই-ককাইৰ।…

ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত

ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত। আৰক্ষীয়ে লাভ কৰিছে গুলীবৰ্ষণ কৰা দুই দুৰ্বৃত্তৰ ফটো। CCTVৰ ফুটেজৰ জৰিয়তে সংগ্ৰহ কৰিছে দুৰ্বৃত্তৰ ফটো। গুলীবৰ্ষণকাৰী বিশাল ৰাহুল ওৰফে কালু লৰেন্স বিষ্ণৈ গোটৰ…

সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং

সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং। সোণাপুৰ-ডিমৰীয়াৰ ভিন্নস্থানত চুৰি হৈছিল ৫খন বাইক। মহিলাসহ ৪ বাইক চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বাইককেইখন উদ্ধাৰ কৰে মেঘালয়ৰ নংপো অঞ্চলৰ পৰা। চোৰৰ গেংটোক আটক কৰি…

নিমাতিৰ পৰা মাজুলীমুখী ফেৰীত অঘটন

নিমাতিৰ পৰা মাজুলীমুখী ফেৰীত অঘটন। আহি থকা অৱস্থাতে ‘এছ বি চেনিমাই’ত সোমাল পানী । ফেৰীখনত পানী সোমোৱাত যাত্ৰীৰ মাজত লাগে হুৱাদুৱা। পুৱা ৭.৩০ বজাত অফলামুখ অভিমুখে আহিছিল ফেৰীখন। পাছত অন্য…

কৰিমগঞ্জৰ নিলামবজাৰত বুজন পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ

কৰিমগঞ্জৰ নিলামবজাৰত বুজন পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ। এখন বাহনৰ পৰা জব্দ ১ লাখ য়াবা টেবলেট। বাহনখনৰ নম্বৰ AS-01FK-2939। ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। গ্ৰেপ্তাৰ আব্দুল হাছান আৰু ছাহাৰুল ইছলামক।

সতৰ্কবাণী: এনএছইৰ চিইঅ’ আৰু এম ডি আশিসকুমাৰ চৌহানে ষ্টকৰ পৰামৰ্শদান কৰা ভুৱা ভিডিঅ’ভাইৰেল

অত্য়াধুনিক শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি কেইবাটাও বিনিয়োগ আৰু পৰামৰ্শমূলক অডিঅ’ আৰু ভিডিঅ’ ক্লিপ আপত্তিজনকভাৱে ভিত্তিহীনভাৱে তৈয়াৰ কৰা হৈছে, য’ত এনএছইৰ এমডি এণ্ড চিইঅ’ আশিস কুমাৰ চৌহানৰ মুখ/কণ্ঠ ব্যৱহাৰ কৰা হৈছে।…

‘ছলভ ফৰ টুমৰো’ৰ ছিজন ৩ উন্মোচন কৰা হৈছে

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে ফাউণ্ডেচন ফৰ ইন’ভেচন এণ্ড টেকন’লজী ট্ৰেন্সফাৰ (এফআইটিটি), আইআইটি দিল্লী, ৰাষ্ট্ৰসংঘ আৰু তথ্যপ্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ মন্ত্ৰালয়ৰ সৈতে কৌশলগত সহযোগিতাৰে নিজৰ ধ্বজাবাহী চিএছআৰ পদক্ষেপ – ‘ছলভ…

ভয়ংকৰ পথ দুৰ্ঘটনা

হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ পিছতে কঠোৰ হৈছে প্ৰশাসন। হাৰিয়ানা চৰকাৰেও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীয়ে আটক কৰিছে বিদ্যালয়ৰ অধ্যক্ষ দীপ্তী ৰাওক। পোহৰলৈ আহিছে…

অনিল কাপুৰ আৰু সোনম কাপুৰ এৰিয়েলৰ হোমটীম ইনিশিয়েটিভৰ সৈতে সংৰেখিত হয়

প্ৰতিটো ভাৰতীয় পৰিয়ালৰ ভিতৰত ঘৰুৱা কাম-কাজৰ অ-সমান বিভাজনৰ সমাধানৰ বাবে সকলোৰে মাজত সমানে ভাগ-বতৰাক প্ৰচাৰৰ বাবে এৰিয়েল ইণ্ডিয়াই এক অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ লক্ষ্য হৈছে পুৰুষসকলক #শ্বেয়াৰদ্যলোড কৰিবলৈ আৰু…