Business মিজোৰামৰ নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা September 9, 2024 Dipshikha চুবুৰীয়া ৰাজ্য মিজোৰামত দেওবাৰে বুজণ সংখ্যক গুলী জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। গোপন খবৰৰ ভিত্তিত মিজোৰাম আৰু কাছাৰ ফ্ৰন্টিয়াৰৰ আইজলস্থিত বিএছ এফ আৰু মিজো আৰক্ষীয়ে যুটীয়া অভিযান চলাই আইজলৰ পৰা জব্দ…
Business ভাৰতত চিনাক্ত হৈছে এম প’ক্সৰ ৰোগী September 9, 2024 Dipshikha ভাৰতত চিনাক্ত হৈছে এম প’ক্সৰ সন্দেহজনক ৰোগী। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰি এক বিবৃতি অনুসৰি এজন যুৱকৰ দেহত এম প’ক্স…
Business পেৰিছ পেৰালিম্পিকত অভিলেখ ২৯ টা পদকৰ ভাৰতৰ September 9, 2024 Sonakshi Sarkar ভাৰতৰ পেৰা-এথলীটসকলে পেৰিছ পেৰালিম্পিক গেমছত অভিলেখ ২৯ টা পদক জয় কৰি তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে। পূজা ওজাই দেওবাৰে ইয়াত মহিলাৰ কায়াক একক ২০০ মিটাৰ কেএল১ স্প্ৰিণ্ট কেনোয়িং ইভেণ্টৰ ফাইনেলত…
Business ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হৰিণা মাংসসহ এজনক আটক September 7, 2024 Dipshikha ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত হৰিণাৰ মঙহসহ গ্ৰেপ্তাৰ হৈছে এজন সন্দেহযুক্ত চোৰাং চিকাৰী। চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বন বিভাগৰ এটা দলে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।…
Business উত্তৰ প্ৰদেশত শোকাৱহ পথ দুর্ঘটনা September 7, 2024 Dipshikha উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা। এখন বাছ আৰু সামগ্ৰী কঢ়িওৱা বাহনখনৰ মাজত হৈছে সংঘৰ্ষ । য’ত দুয়োখন বাহনৰ আৰোহীসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।দুৰ্ঘটনাস্থলীত ১৫জন লোকৰ মৃত্যু হোৱাৰ উপৰিও…
Business ৭ ছেপ্টেম্বৰত আগৰতলা টাউন হলত ভূপেন-জয়ন্তীৰ আয়োজন কৰা হ’ব September 6, 2024 Business Bureau ত্ৰিপুৰা চৰকাৰৰ সম্পূৰ্ণ সহযোগত অসমৰ সামাজিক সংগঠন ব্যতিক্ৰম মাছডোৰ উদ্যোগত শনিবাৰে সন্ধিয়া ৫ বজাৰ পৰা আগৰতলা টাউন হলত অনুষ্ঠিত হ’ব ‘ভূপেন জয়ন্তী’। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আগৰতলালৈ আহিছে ‘ভাৰতৰত্ন’ ড°…
Business ভাৰতৰ বৰ্ধিত প্ৰাক-ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত সক্ৰিয় আহাৰপৰিৱৰ্তন গুৰুত্বপূৰ্ণ: বিশেষজ্ঞৰ অন্তৰ্দৃষ্টি September 6, 2024 Business Bureau ভাৰতত প্ৰাক-ডায়েবেটিছ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, আজিৰ তাৰিখত আনুমানিক ১৩৬ মিলিয়ন লোক প্ৰাক-ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে স্বাস্থ্যসেৱা বিশেষজ্ঞসকলে খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে আগতীয়াকৈ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ…
Business জাৱা ৩৫০ আলফা২ ইঞ্জিনৰ সৈতে বোল্ড ৪২ এফজে মুকলি কৰে September 6, 2024 Business Bureau জাৱা য়েজদি মটৰচাইকেলে নিজৰ জনপ্ৰিয় ‘৪২ লাইফ’ ছিৰিজৰ শেহতীয়া সংযোজন ৩৫০ জাৱা ৪২ এফ জে আনুষ্ঠানিকভাৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে, যাৰ মূল্য হৈছে ১,৯৯,১৪২ টকা (এক্স-শ্ব’ৰুম দিল্লী)। প্ৰতিষ্ঠাপক ফ্ৰাণ্টিচেক জেনেচেকৰ…
Business ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ভাৰতৰ অগ্ৰণী বীমা পলিচীসমূহ ব্ৰেইলিত আৰম্ভ কৰিছে September 6, 2024 Business Bureau ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ভাৰতৰ অগ্ৰণী বীমা পলিচীসমূহ ব্ৰেইলিত আৰম্ভ কৰিছে, যিয়ে দৃষ্টিহীন লোকসকলৰ বাবে বীমা খণ্ডত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। নতুন “স্পেচিয়েল কেয়াৰ…
Business ফ্ৰান্সৰ ৱৰ্ল্ডস্কিলছ লিয়’নত ৭০ খন দেশৰ বিৰুদ্ধে ৬০ জন ভাৰতীয় যুৱকে প্ৰতিনিধিত্ব কৰে September 6, 2024 Business Bureau ফ্ৰান্সৰ ঐতিহাসিক চহৰ লিয়নত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত ৬০ জন যুৱ প্ৰতিভাই ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে, এই শুভ ক্ষণত মেগা প্ৰতিযোগিতাখনৰ জৰিয়তে ভাৰতে বিশ্ব মঞ্চত উল্লেখযোগ্য স্থান…