Category: Business

আজি সমগ্ৰ দেশৰ বাবে ‘ক’লা দিন’

আজি ১৪ ফেব্ৰুৱাৰী,২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামা কাণ্ডত শ্বহীদ হৈছিল ৪০জন বীৰ জোৱান। এই আক্ৰমণে বুকু কঁপাই তুলিছিল ভাৰতবাসীৰ।সমগ্ৰ বিশ্বই আজি অর্থাৎ ১৪ ফেব্ৰুৱাৰীত প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে উদযাপন কৰে…

তিলৰ লাৰুৰ বিষয়ে আপুনি জানেনে

তিলৰ লাৰু স্বাস্থ্যৰ বাবে কিমান উপকাৰী হ’ব পাৰে আপুনি জানেনে ? যদি নাজানে তেন্তে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।তিলক ভাৰতীয় খাদ্যত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় ৷ বিশেষকৈ শীতকালত মানুহে…

গড্ৰেজ ইণ্ডাষ্ট্ৰিজৰ নাদিৰ গোদ্ৰেজ দায়িত্বশীল এআই গ্ৰহণৰ পোষকতা কৰে

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অধ্যক্ষ নাদিৰ গড্ৰেজে কৃত্ৰিম বুদ্ধিমত্তা(এআই)ৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে নৈতিক ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইক’নমিক ফ’ৰামৰ বাৰ্ষিক বৈঠকত ভাষণ…

ভি-এ বেগেজ সুৰক্ষা সেৱাসমূহ একত্ৰিত কৰি ইয়াৰ আন্তৰ্জাতিক ৰোমিং অফাৰিং বৃদ্ধি কৰে

ইণ্টাৰনেচনেল ৰোমিং পেক লাভ কৰা পোষ্টপেইড গ্ৰাহকৰ বাবে ভোডাফোন আইডিয়া(ভি)ই লটাৰী সুৰক্ষা সেৱা আৰম্ভ কৰিছে। আমেৰিকাস্থিত ব্লু ৰিবন বেগৰ সৈতে অংশীদাৰিত্বৰে ভি-ৰ ব্যৱহাৰকাৰীসকলে এতিয়া প্ৰতিটো বেগত ১৯,৮০০ টকা ক্ষতিপূৰণ দাবী…

পুনৰ পানীৰ অভাৱ হ’ব মহানগৰবাসীৰ

পুনৰ তীব্ৰ জল সংকটত ভুগিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে । মহানগৰখনত খোৱাপানীৰ এই তীব্র নাটনিৰ সময়ছোৱাত ১২ দিন পানী যোগান বন্ধ কৰি পাইপৰ ঢাকনিকে ধৰি অন্য বিজুতি চোৱা-চিতাৰ বাবে এই ব্যৱস্থা…

আপোনাৰ বাৰু দৈ প্রিয় নেকি?

আপোনাৰ বাৰু দৈ প্রিয় নেকি?যদি দৈ খায় ভাল পায় তেন্তে প্ৰতিবেদনটো সম্পূৰ্ণকৈ পঢ়িব।বহুতে কয় যে দৈ শীতকালত খাব নালাগে, কিন্তু এয়া বাৰু কিমান দূৰ সঁচা!এই কথা আজি এই প্ৰতিবেদনৰ জৰিয়তে…

আৰআইএফএফ ২০২৫ত ‘চিকাৰ’লৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ সন্মান, অসমীয়া চিনেমাই চুমিলে শিখৰ

একাদশ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আৰআইএফ) ২০২৫ত ২০২৪ বৰ্ষত মুক্তিপ্ৰাপ্ত একচন-থ্ৰিলাৰ চলচ্চিত্ৰ চিকাৰ-এ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। জুবিন গাৰ্গ (Zubeen Garg), উৰ্মিলা মহন্ত (Urmila…

এই ভেলেণ্টাইন দিৱসত ট্ৰেণ্ডিং চুলিৰ ৰং

ভেলেণ্টাইন’ছ ডে’ সমাগত আৰু প্ৰেমৰ দিনটোত আপোনাৰ ৰোমাণ্টিক চেহেৰাটোক আৰু অধিক আকৰ্ষণীয় কৰিবলৈ আপোনাৰ ষ্টাইলৰ সৈতে মিলা চুলিত ৰং কৰাৰ সময় আহি পৰিছে, যি ৰঙে বাহ্যিকভাৱে আপোনাৰ ব্যক্তিত্ব প্ৰকাশৰ লগতে…

এক ভয়ংকৰ পথ দু*ৰ্ঘটনা,প্ৰা*ণ হেৰুৱালে বহুজনে

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰায় ৫৫ জনলোকে। জানিব পৰা মতে এখন যাত্ৰীবাহী বাছে কেইবাখনো বাহনত খুন্দা মাৰি পৰি যায় দ’ খাৱৈত। যাৰ ফলত এই ঘটনা সংঘটিত হয়।বৰ্তমানেও অঞ্চলটোত…

আপোনাৰ ছালখন উজ্জ্বল আৰু ধুনীয়া হোৱাটো বিচাৰে নেকি

সকলোৱে উজ্বল আৰু ধুনীয়া ছাল বিচাৰে নহয়নে? ইয়াৰ বাবে আপুনি হয়তো বহুটো বিউটি প্ৰডাক্টছ ব্যৱহাৰ কৰে।আপোনাক জনাওঁ যে আপুনি ঘৰুৱা উপায় অৱলম্বন কৰিও আপোনাৰ ছালখন ধুনীয়া কৰি ৰাখিব পাৰে।যদি আপুনি…