Category: Business

নিছানে মেগনাইটৰ মূল্য ১ লাখ টকা পৰ্যন্ত হ্ৰাস কৰিলে গ্ৰাহকৰ বাবে সম্পূৰ্ণ জিএছটি সুবিধা

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ভাৰত চৰকাৰে ঘোষণা কৰা নতুন জিএছটি হাৰক আদৰণি জনাই কয় যে, এই হ্ৰাসে আগন্তুক ফেষ্টিভ ছিজনত গ্ৰাহকৰ আস্থা বৃদ্ধি কৰিব, যি অটোমোটিভ উদ্যোগৰ বাবে এক…

জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। উপত্যকাটোৰ কুলগামত কালিৰে পৰা অব্যাহত আছে নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। আজি পুৱাৰ পৰা নিৰাপত্তা বাহিনীয়ে পুনৰ কুলগামত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান…

ইউৰোকিডছে মুকলি কৰিছে Heurekaৰ অষ্টম পাঠ্যক্ৰম সংস্কৰণ

দেশৰ আগশাৰীৰ প্ৰিস্কুল শৃংখল ইউৰোকিডছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰজেক্ট জিৰ’ৰ পৰা অনুপ্ৰাণিত আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ৰ সৈতে সংগতি থকা দৃশ্যমান চিন্তাধাৰা পাঠ্যক্ৰমৰ অষ্টম পাঠ্যক্ৰম সংস্কৰণ Heurekaৰ শুভাৰম্ভ কৰিছে। কৌতুহল…

নতুনকৈ সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে হিমাচল প্ৰদেশক

এখন ৰাজ্যক “সম্পূৰ্ণ সাক্ষৰ” বুলি তেতিয়াহে কোৱা হয়, যেতিয়া ইয়াৰ ১৫ বছৰৰ ওপৰৰ জনসংখ্যাৰ ৯৫ শতাংশতকৈ অধিক লোকে পঢ়িব আৰু লিখিব পাৰে, লগতে মৌলিক হিচাপ-নিকাচ কৰিব পাৰে। এই তালিকাত ত্ৰিপুৰা,…

অৱশেষত সকাহ পালে নন্দিনী কাশ্যপে

অৱশেষত সকাহ পালে নন্দিনী কাশ্যপে । হিট এণ্ড ৰাণৰ গোচৰত আদালতত জামিন লাভ কৰিলে অভিনেত্ৰীগৰাকীয়ে । কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰে অভিনেত্ৰীগৰাকীৰ ।অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ ভাষ্য…

কাঠমাণ্ডুত হিংসাত্মক প্ৰতিবাদ

চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ পাচতে কাঠমাণ্ডুত হিংসাত্মক প্ৰতিবাদ । পদত্যাগ কৰিলে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে ।শেহতীয়াকৈ জানিব পৰা মতে, সোমবাৰে সন্ধিয়া দেশৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে পদৰ পৰা পদত্যাগ…

টিভিএছ আপাচি-এ সীমিত সংস্কৰণৰ বাহন মুকলিৰে উদযাপন কৰিছে ২০ বছৰ, প্রিমিয়াম মটৰচাইকেলৰ বজাৰ বৃদ্ধিৰ লক্ষ্য

দুচকীয়া আৰু তিনিচকীয়া খণ্ডত পৰিচালনা কৰা এক আগশাৰীৰ বৈশ্বিক গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান টিভিএছ মটৰ কোম্পানীয়ে নিজৰ ফ্লেগশ্বিপ মটৰচাইকেল, টিভিএছ আপাচিৰ ২০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আকৰ্ষণীয় বাহনখনৰ সীমিত সংস্কৰণৰ ভিন্ন…

ৰেনল্ট ৯৬,৩৯৫ টকা পৰ্যন্ত মূল্য হ্ৰাস কৰিলে ক্ৰেতাসকলৰ বাবে সম্পূৰ্ণ জি এছ টি ২.০ লাভ

ৰেনল্ট ইণ্ডিয়াই জিএছটি ২.০ৰ সম্পূৰ্ণ সুবিধা গ্ৰাহকক প্ৰদান কৰি সমগ্ৰ পৰ্টফলিঅ’ত ব্যাপক মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ২০২৫ চনৰ ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত মূল্যসমূহ — ৯৬,৩৯৫ টকা…

নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ

জেন-জেড অৰ্থাৎ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ। এই প্ৰতিবাদে ক্ৰমাৎ ধাৰণ কৰিছে উগ্ৰ ৰূপ। আৰক্ষী-প্ৰশাসনৰ বাধা নেওচিত উন্মত্ত প্ৰতিবাদকাৰীয়ে আনকি প্ৰৱেশ কৰিছে সংসদতো। পৰিস্থিতি…

শিলচৰৰ এজন যুৱকক পিষ্টলৰে আক্ৰমণ

পিষ্টলৰে শিলচৰৰ এজন যুৱকক আক্ৰমণ কৰাৰ অভিযোগত মিজোৰামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত যুৱকদ্বয় মিজোৰাম আইজলৰ টুইকোৱালৰ ডেভিড মাৰ আৰু খ্ৰীষ্টোফাৰ ভানলালপেকা। ধৃত দুই যুৱকৰ পৰা শিলচৰ আৰক্ষীয়ে এটা…