Category: Business

টিভিএছ মটৰ কোম্পানীয়ে টিভিএছ এনটৰ্ক ১৫০ মুকলি কৰাৰ কথা ঘোষণা কৰিছে

দুচকীয়া আৰু তিনিচকীয়া বাহনৰ ছেগমেণ্টত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান টিভিএছ মটৰ কোম্পানী(টিভিএছএম)-এ ভাৰতৰ আটাইতকৈ দ্ৰুততম হাইপাৰ স্প’ৰ্ট স্কুটাৰ টিভিএছ এনটৰ্ক ১৫০ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ১৪৯.৭চিচি ৰেচ-টিউনড ইঞ্জিনৰ দ্বাৰা চালিত…

মাল্টি এচেট এলকেচন ফাণ্ড মুকলি

গ্ৰ’ মিউচুৱেল ফাণ্ডে ইকুইটি, ঋণ, সোণ আৰু ৰূপৰ মাজেৰে বিনিয়োগৰ বাবে বিশেষ ধৰণে প্ৰস্তুত কৰা এক মুক্ত আঁচনি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ বাবে নতুন ফাণ্ড অফাৰ (এনএফঅ’) ১০…

ধুবুৰীত অপ্ৰীতিকৰ ঘটনা! দুই আৰক্ষী বিষয়াক নিলম্বন

ধুবুৰীত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাৰ পাছতেই এজন অ’চিক নিলম্বন কৰাৰ বিপৰীতে এজনক ৰিজাৰ্ভ ক্ল’জ কৰে। ইয়াৰ বিপৰীতে তদন্তৰ আওতালৈ আহিছে এছ এছ পি লীনা দলে।ঘটনাত জড়িত থকাৰ অভিযোগত গোলকগঞ্জ থানাৰ…

আৰক্ষীৰ জালত ৫ সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী…

দিল্লী, মুম্বাই, ঝাৰখণ্ডত, মধ্যপ্ৰদেশ আৰু হায়দৰাবাদত অব্যাহত আছে অভিযান কেন্দ্ৰীয় সংস্থাৰ লগতে দিল্লী আৰক্ষী বিশেষ কোষৰ অভিযান। এই অভিযানত ISIS ৰ ৫জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰে দুটা সন্ত্ৰাসবাদীক দিল্লীৰ…

সামাজিক মাধ্যমৰ পোষ্টক লৈ আৰক্ষীয়ে কৰিব নোৱাৰিব গোচৰ পঞ্জীয়ন

সামাজিক মাধ্যমত কৰা পোষ্টৰ বিৰুদ্ধে বিভিন্ন সময়ত বহুতে এজাহাৰ দাখিল কৰে । কিন্তু এই ক্ষেত্ৰত কঠোৰ হৈছে আদালত ।সামাজিক মাধ্যমৰ পোষ্টৰ বিৰুদ্ধে দিয়া অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰিব নোৱাৰিব আৰক্ষীয়ে…

জয়শংকৰে ব্ৰিকছৰ জৰুৰীকালীন বৈঠকত মুকলি স্থিতিস্থাপক বিশ্ব বাণিজ্যৰ আহ্বান জনায়

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে সোমবাৰে ভাৰ্চুৱেল জৰুৰীকালীন ব্ৰিকছৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি মুক্ত আৰু বৈষম্যহীন বিশ্ব বাণিজ্য ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, ৰাছিয়াৰ…

এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক

বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধৰ মাজতে আন এক আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক।ৰাছিয়াই এইবাৰ আক্ৰমণ কৰিছে পোলেণ্ডক। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, ৰাছিয়াই…

এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ

এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ । বুধবাৰে ফ্ৰান্সত দেশজুৰি সৃষ্টি হয় প্ৰতিবাদৰ। বিক্ষোভকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে পেৰিছ আৰু অন্যান্য চহৰত পথ অৱৰোধ কৰি জুই জ্বলায় সাব্যস্ত কৰে প্ৰতিবাদ।…

ভাৰত-নেপাল সীমান্তত কঠোৰ সতৰ্কতা জাৰি

ভাৰত-নেপাল সীমান্তত কঠোৰ সতৰ্কতা জাৰি কৰিছে সশস্ত্ৰ সীমান্ত বলে। ইয়াৰ বাহিৰেও ভাৰতৰ বাবে মূৰৰ কামোৰণি চীনৰ উপস্থিতি বা অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা।এই অশান্তিৰ বাবেই ভাৰত-নেপাল সীমান্তত এছ এছ বি বা…

দুবৰি বনৰ উপকাৰিতা।ঔষধি গুণৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব !

ভাৰতীয় পৰম্পৰাত দূবৰি বনৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ । সকলো ধৰণৰ পূজাত ব্যৱহাৰ হোৱাৰ লগতে ইয়াৰ ঔষধি গুণৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব !দুবৰি বন এক ঔষধি উদ্ভিদ, যাৰ বহু উপকাৰিতা…