Category: Assam

ত্রয়োদশ প্রতিষ্ঠা দিৱস উপলক্ষে উত্তৰ গুৱাহাটীৰ জিএনআৰচি মেডিকেলত কার্ডিয়েক ছাইঞ্চেজ আৰু কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন

আজি বুধবাৰে উত্তৰ গুৱাহাটীৰ জিএনআৰচি মেডিকেল চৌহদত হাস্পতালখনৰ ত্ৰয়োদশ প্রতিষ্ঠা দিৱস পালন কৰা হয়। যোৱা ১২ বছৰ ধৰি হাস্পতালখনে ৰাইজলৈ উচ্চমানৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে। আজিৰ এই অনুষ্ঠানত কামৰূপ জিলাৰ…

সুখদায়ক নহ’ল নৱবৰ্ষৰ আদৰণি! বনভোজলৈ গৈ কৰুণ মৃত্যু প্ৰজ্ঞাশ্ৰীৰ

এটা বছৰক বিদায় দি আন এটা বছৰৰ আদৰণি জনোৱাৰ উল্লাসেৰে এতিয়া ভৰি পৰিছে ৰাজ্যৰ বনভোজস্থলীসমূহ। নতুন বছৰটোক সুখেৰে আদৰাৰ এই পৰিকল্পনাৰ মাজতে কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। ব্ৰহ্মপুত্ৰৰ পাৰত…

১৭ জানুৱাৰীত ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য

অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অনুষ্ঠিত হব বাগৰুম্বা নৃত্য। মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰা হব বড়ো জনগোষ্ঠীৰ নৃত্য এই বাগৰুম্বা। ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব…

গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত

বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে আহিছে এক সুখবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল। বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ পৰীক্ষামূলক চলাচল, পৰীক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদানৰ কাম সম্পূৰ্ণ কৰা…

মণিপুৰৰ কাকচিং জিলাত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

গোষ্ঠীগত সংঘৰ্ষক কেন্দ্ৰ কৰি উত্তপ্ত হৈ থকা মণিপুৰৰ নিৰাপত্তা পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে পুনৰ এক বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ কাকচিং জিলাৰ পৰা আৰক্ষীয়ে ছটাকৈ আগ্নেয়াস্ত্ৰৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক…

আগন্তুক বিধানসভা নিৰ্বাচন কেৱল আনুষ্ঠানিকতাহে মাথোন ; অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ;মধ্য গুৱাহাটীত কংগ্ৰেছ নেতা – কৰ্মীসহ বিভিন্ন জাতি জনগোষ্ঠীৰ পাঁচ শতাধিকৰ অগপ দলত যোগদান

আগন্তক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত শাসকীয় এন ডি এৰ উপৰিও কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চয়ো নিৰ্বাচনক লৈ কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত আন…

ভাৰতত ৬২% মুখৰ কৰ্কট ৰোগীৰ বাবে দায়ী ধঁপাত, গুটখা আৰু মদ

আপুনি জানেনে যে সামান্য পৰিমাণৰ মদ্যপানো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে? মহাৰাষ্ট্ৰস্থিত চেণ্টাৰ ফৰ কেন্সাৰ এপিডেমিঅ’লজি আৰু হোমি ভাভা নেশ্যনেল ইনষ্টিটিউটৰ বিজ্ঞানীসকলৰ এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে দৈনিক মাত্ৰ…

কুলদীপ সিং চেংগাৰক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উন্নাও ধৰ্ষণ গোচৰত দোষী সাব্যস্ত হোৱা কুলদীপ সিং চেংগাৰে উচ্চতম ন্যায়ালয়ৰ পৰা এক বৃহৎ আঘাতৰ সন্মুখীন হৈছে। পৰৱৰ্তী শুনানিলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়েও কুলদীপ…

১০ শতাংশ মুছলিম জনসংখ্যা বাঢ়িলেই বাংলাদেশত বিলীন হ’ব অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ ভৌগোলিক অস্তিত্ব আৰু জনগাঁথনিক লৈ এক ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চুবুৰীয়া দেশৰ লোকৰ সংখ্যা যদি ৰাজ্যখনত আৰু মাত্ৰ ১০ শতাংশ বৃদ্ধি পায়, তেন্তে অসম স্বয়ংক্ৰিয়ভাৱে…

মণিপুৰত সুৰক্ষা বাহিনীৰ বৃহৎ সফলতাঃ অভিযানত জালত পৰিল নিষিদ্ধ ঘোষিত কেচিপিৰ ৮ কেডাৰ

মণিপুৰৰ অশান্ত জৰ্জৰ পৰিৱেশৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠনৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই সুৰক্ষা বাহিনীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। ৰাজ্যখনৰ ইম্ফল পূব আৰু ইম্ফল পশ্চিম জিলাত চলোৱা পৃথক পৃথক অভিযানত…