Category: Assam

কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি আজি ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত যাৱতীয় তথ্য সদৰী কৰি কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত…

আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ নতুন সমিতি গঠন

আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ চতুৰ্থ বাৰ্ষিক সভাখন ২৫ ডিচেম্বৰত গুৱাহাটীস্থিত সুদৰ্শনালয়ত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ…

ড০ দয়ানন্দ শ্বাহৰ দ্বিতীয় গ্ৰন্থ ‘সময়ৰ সাগৰত চিন্তাৰ জোৱাৰ’ উন্মোচন

বিশিষ্ট লেখক, বিশিষ্ট শিক্ষাবিদ তথা ডিব্ৰুগড় নিবাসী ড০ দয়ানন্দ শ্বাহৰ দ্বিতীয়খন গ্ৰন্থ ‘সময়ৰ সাগৰত চিন্তাৰ জোৱাৰ’ শুকুৰবাৰে অসম গ্ৰন্থমেলাত উন্মোচন কৰা হয়৷ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা…

মছজিদৰ দেৱাল উচ্ছেদক কেন্দ্ৰ কৰি আৰক্ষীৰ ওপৰত শিলাক্ৰমণ, আহত কেইবাগৰাকী আৰক্ষী

জয়পুৰঃ ৰাজস্থানৰ জয়পুৰ জিলাৰ চৌমু চহৰত এটা মছজিদৰ কাষৰ অবৈধ নিৰ্মাণ উচ্ছেদ কৰাক কেন্দ্ৰ কৰি শুকুৰবাৰে পুৱতি নিশা এক ভয়াৱহ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। নিশা প্ৰায় ৩ বজাত সংঘটিত এই…

প্ৰধানমন্ত্ৰীৰ সৈতে মুখামুখি শান্তি কুমাৰী বড়োঃ কাবাদী খেলুৱৈগৰাকীৰ আত্মবিশ্বাসে জয় কৰিলে সকলোৰে মন

দৰংঃ দেশজুৰি পালন কৰা সু-শাসন দিৱস আৰু এন ডি এ সাংসদসকলৰ উদ্যোগত আয়োজিত সাংসদ খেল মহোৎসৱ ২০২৫-ৰ সামৰণি অনুষ্ঠানৰ এক বিশেষ মূহূৰ্তৰ সাক্ষী হৈ ৰ’ল মঙলদৈবাসী। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

ৰাণীত বন বিভাগে হাতী খেদিবলৈ কৃষক ৰাইজক টৰ্চ লাইট প্ৰদান

গুৱাহাটী মহানগৰীৰ পাশ্বৱর্তী অসম মেঘালয় সীমান্তবৰ্তী বৃহত্তৰ ৰাণী অঞ্চলত দিনক দিনে বনৰীয়া হাতীৰ উপদ্রব বৃদ্ধি পাইছে । নিশা হলেই অঞ্চলটোৰ কেবাখনো গাওঁত বন্যহস্তী প্ৰৱেশ কৰি তাণ্ডৱ চলায় । উল্লেখ্য যে…

জেজেএম আঁচনিত সংঘটিত দুৰ্নীতি অভিযোগৰ চিবিআইৰ তদন্তৰ দাবী গৌৰৱ গগৈৰ

অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সোমবাৰে ৰাজ্যত জল জীৱন মিছন (জেজেএম) আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগৰ চিবিআইৰ তদন্তৰ দাবী জনায়। তেওঁ ধেমাজিত এটা বৃহৎ পানী যোগান আঁচনিত সংঘটিত…

২২ ডিচেম্বৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শুনানি

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত সাত অভিযুক্তক মঙলবাৰে কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। হাজিৰ হোৱাৰ পিছত আদালতে…

ব্ৰহ্মপুত্ৰত নৌকা যাত্ৰা, নামৰূপত সাৰ কাৰখানা উদ্বোধনঃ দুদিনীয়া ভ্ৰমণসূচীৰে ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী

ঘোষণা কৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিস্তৃত কাৰ্যসূচী। দুদিনীয়া এই ভ্ৰমণসূচীত তেওঁ ৰাজ্যখনত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মন্ত্ৰী পীযুষ হাজৰিকাই পলাশবাৰীৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত এই…

এশ শতাংশ বিদেশী বিনিয়োগ ভাৰতৰ বীমাখণ্ডত

ভাৰতৰ বীমাখণ্ডত এতিয়া এশ শতাংশ বিদেশী বিনিয়োগ নিশ্চিত হৈ পৰিছে। ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে সদনৰ মজিয়াত উত্থাপন কৰিবলৈ প্রস্তুতি চলাইছে এখন নতুন বিধেয়ক, যিখন গৃহীত হৈ আইনৰ ৰূপ লোৱাৰ পিছতে…