Assam তীব্ৰবেগী স্কৰ্পিঅ’ৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা জোৱান, হাস্পতালত মৃত্যু February 6, 2026 Paromita ৰাজপথত তীব্ৰবেগী বাহনৰ নিয়ন্ত্ৰণহীন গতিয়ে কাঢ়ি নিলে এগৰাকী কৰ্তব্যপৰায়ণ মহিলা জোৱানৰ জীৱন। ঝাৰখণ্ডৰ ৰাজগঞ্জ-সিজুয়া মুখ্য পথৰ নয়া মোড়ৰ সমীপত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই হৃদয়বিদাৰক পথ দুৰ্ঘটনা। চিআইএছএফত কৰ্মৰত স্নেহলতা…
Assam খিলঞ্জীয়াৰ নে মিঞাৰ পক্ষত কংগ্ৰেছ? গৌৰৱ গগৈক স্থিতি স্পষ্ট কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ February 6, 2026 Paromita ৰাজ্যৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰি আজি কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেৰগাঁৱত ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে…
Assam ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান ৰাণী চাপৰিত নিশাৰ ভাগত অব্যাহত আছে বনৰীয়া ম’হৰ উপদ্ৰৱ ; কৃষকৰ উৎপাদিত সামগ্ৰী নষ্ট February 6, 2026 Sonakshi Sarkar পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ৰাজ্যৰ অন্যতম জৈৱিক কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰাণী চাপৰিত বনৰীয়া ম’হ ৰ মুক্ত…
Assam নাগালেণ্ড চৰকাৰ -ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনৰ সৈতে ত্ৰিপাক্ষীক চুক্তি স্বাক্ষৰ গৃহমন্ত্ৰীৰ February 6, 2026 Sonakshi Sarkar ৰাজ্যৰ ভিতৰতে সীমান্ত নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে নাগালেণ্ড চৰকাৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনৰ সৈতে চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই ত্ৰিপাক্ষীক চুক্তি…
Assam অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব বায়ুসেনাৰ যুঁজাৰু বিমান; মৰাণত ইতিহাস সৃষ্টিৰ ব্যাপক প্ৰস্তুতি February 5, 2026 Paromita ৰাজ্যৰ যোগাযোগ আৰু প্ৰতিৰক্ষা খণ্ডৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ এতিয়া সাজু হৈছে অসমবাসী। অহা ১৪ ফেব্ৰুৱাৰীত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত ৪.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰীকালীন অৱতৰণ পথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক…
Assam মানসিক চাপ সহ্য কৰিব নোৱাৰি প্ৰধান শিক্ষকৰ দুৰ্ভাগ্যজনক মৃত্যু, সুদখোৰৰ অভিযোগ February 5, 2026 Sonakshi Sarkar ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে চলোৱা কঠোৰ অভিযানৰ মাজত বাক্সা জিলাৰ বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাধন বৰ্মন আত্মহত্যা কৰে। তেওঁৰ মৃতদেহ বিদ্যালয়ত উদ্ধাৰ কৰা হয় আৰু চুইচাইড নোটত দুলু মেধি নামেৰে…
Assam ভোটাৰ তালিকাৰ বিসংগতিক লৈ উচ্চতম ন্যায়ালয়ত উপস্থিত মমতা; নিৰ্বাচন আয়োগলৈ জাননী জাৰি February 4, 2026 Paromita ভোটাৰ তালিকা সংশোধনৰ প্রক্রিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আইনী যুঁজৰ মাজতে বুধবাৰে উচ্চতম ন্যায়ালয়ত অধিবক্তাৰূপে উপস্থিত হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ৰাজ্যখনত চলি থকা স্পেচিয়েল ইনটেনচিভ ৰিভিজনৰ অধীনত ভোটাৰ তালিকাৰ…
Assam ৰায়দানত বিলম্ব হোৱা কাৰ্য এক পৰিচিত ব্যাধি, এই ব্যাধি নির্মূল হোৱাটো জৰুৰীঃ উচ্চতম ন্যায়ালয় February 3, 2026 Paromita দেশৰ বিচাৰ ব্যৱস্থাত দীৰ্ঘদিন ধৰি চলি অহা ৰায়দানৰ লেহেমীয়া গতিক এক পৰিচিত ব্যাধি বুলি অভিহিত কৰে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে উচ্চ ন্যায়ালয়সমূহৰ মাহৰ পিছত মাহ ধৰি ৰায়দান সংৰক্ষিত কৰি ৰখাৰ প্ৰৱণতাক…
Assam হাইলাকান্দিত ২৮০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ চলিল বুলড’জাৰ February 2, 2026 Paromita অসম-মিজোৰাম সীমান্তৰ সংৰক্ষিত বনাঞ্চলত চৰকাৰী ভূমিত চলি থকা দীৰ্ঘদিনীয়া বেদখল উচ্ছেদ কৰিবলৈ সোমবাৰে হাইলাকান্দি জিলা প্ৰশাসনে এক বৃহৎ অভিযান আৰম্ভ কৰিছে। ঘৰমুৰা বন সংমণ্ডলৰ অধীনস্থ দামচেৰা অঞ্চলৰ প্ৰায় ২৮০০ বিঘা…
Assam কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস! এইবাৰ বনৰীয়া হাতীৰ গছকত মহিলাৰ মৃত্যু February 2, 2026 Paromita বন্য হস্তীৰ ধাৰাবাহিক আক্ৰমণে কলিয়াবৰত সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ। হাতী-মানুহৰ চৰম সংঘাতৰ বলি হৈ অঞ্চলটোত প্ৰতিদিনেই সাধাৰণ জনতাই নিজৰ প্ৰাণৰ সুৰক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। সোমবাৰে পুনৰ এটা উন্মত্ত বনৰীয়া…