বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বিশ্বনাথৰ চালিয়া চাপৰিত এগৰাকী ১৫ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালৰ অভিযোগ অনুসৰি, জীয়াবুৰ ইছলাম, আছিকুল আলি, জামিল হক, ছাইফুল হুছেইন আৰু জামুৰ উদ্দিন নামৰ পাঁচজন যুৱকে কিশোৰীগৰাকীক ঘৰৰ পৰা ফুচুলাই নি এখন বাহনত এই জঘন্য কাণ্ড সংঘটিত কৰে। তাৰপিছতে ঘৰৰ চোতালত থৈ যায় কিশোৰীগৰাকীক।পৰিয়ালৰ অভিযোগ অনুসৰি, জীয়াবুৰ ইছলাম, আছিকুল আলি, জামিল হক, ছাইফুল হুছেইন আৰু জামুৰ উদ্দিন নামৰ পাঁচজন যুৱকে কিশোৰীগৰাকীক ঘৰৰ পৰা ফুচুলাই নি এখন বাহনত এই জঘন্য কাণ্ড সংঘটিত কৰে। তাৰপিছতে ঘৰৰ চোতালত থৈ যায় কিশোৰীগৰাকীক।বিশ্বনাথ আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই পাঁচোজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। Share this:FacebookX Related Post navigation শ্বিলঙত উদ্ধাৰ যোৰহাটৰ নিৰুদ্দিষ্ট ৪ ছাত্ৰ-ছাত্ৰী; সুস্থ শৰীৰে ঘূৰাই আনিবলৈ ৰাওনা অসম আৰক্ষীৰ দল কাৰ্যালয়ত পুৱা ১০ বজাত হাজিৰা বাধ্যতামূলক, অমান্য কৰিলে দৰমহা কৰ্তন: মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ