Assam হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী যুঁজৰ হুংকাৰ ওৱেইচীৰ; ‘জেললৈ যাবলৈ সাজু’ বুলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ February 9, 2026 Paromita মুছলমান ধৰ্মাৱলম্বী লোকক লক্ষ্য কৰি অসম বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত প্ৰকাশ কৰা এটা আপত্তিজনক ভিডিঅ’ক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এ আই এম আই এমৰ মুৰব্বী তথা সাংসদ…
Assam পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ; দাখিল কৰিলে সকলো প্ৰমাণ February 9, 2026 Paromita মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা পাকিস্তান সংযোগৰ দেশদ্ৰোহী অভিযোগক আজি তীব্ৰ প্ৰত্যাহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে স্পষ্ট কৰে যে তেওঁৰ পাকিস্তান…
Assam শ্রম সংহিতা বাতিল কৰা দাবীত ১২ ফেব্রুৱাৰীত দেশজুৰি সাধাৰণ ধর্মঘট February 9, 2026 Mohini শ্রমিক বিৰোধী শ্রম সংহিতা বাতিল কৰা আৰু শ্রমিক শ্রেণীৰ গণতান্ত্রিক, সাংবিধানিক অধিকাৰ ৰক্ষাৰ দাবীত কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাৰোচনসমূহৰ যৌথ মঞ্চই অহা ১২ ফেব্রুৱাৰীত দেশজুৰি সাধাৰণ ধর্মঘট আহ্বান দিছে।…
Assam কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা February 9, 2026 Sonakshi Sarkar “ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ, ২০২৬” উপলক্ষে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু স্বদেশী একাডেমিৰ সহযোগত শনিবাৰে কামৰূপ মহানগৰ জিলা ভিত্তিক আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাত কামৰূপ…
Assam কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অশালীন আচৰণ ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ; সৰৱ মুখ্যমন্ত্ৰী February 7, 2026 Paromita আগন্তুক নিৰ্বাচনী বতৰৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ এক কথিত আচৰণে আজি ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক ৰাজহুৱা স্থানত…
Assam কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত শোনিতপুৰত উত্তপ্ত পৰিস্থিতি; বিজেপিৰ প্ৰতিবাদৰ সন্মুখত থমকি ৰ’ল গৌৰৱ গগৈৰ কনভয় February 7, 2026 Paromita আগন্তুক ৰাজনৈতিক সমীকৰণৰ মাজতে কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীয়ে আজি গ্ৰহণ কৰে এক ভয়াৱহ ৰূপ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আয়োজিত ‘সময় পৰিৱৰ্তন যাত্ৰা’ই শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ বৰডুবিয়াত বিজেপিৰ তীব্ৰ…
Assam হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ২৬ গৰাকী পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন ধাৰাপুৰ গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী মৌচুমী দাসৰ February 7, 2026 Sonakshi Sarkar নবগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী মৌচুমী দাসে বৃহত্তৰ অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ২৬ গৰাকী পৰীক্ষাৰ্থীৰ পৰীক্ষাৰ প্ৰস্তুতি…
Assam ডিজিটেল জালিয়াতিৰ বলি হোৱা গ্ৰাহকক ৰিজাৰ্ভ বেংকে প্ৰদান কৰিব ক্ষতিপূৰণ February 6, 2026 Paromita ডিজিটেল লেনদেনত প্ৰতাৰণাৰ বলি হোৱা বেংক গ্ৰাহকসকলৰ বাবে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই সংবাদমেল যোগে জানিবলৈ দিয়ে যে এতিয়াৰে পৰা যিকোনো ফ্ৰড…
Assam মস্কোত পুনৰ হাই-প্ৰফাইল আক্ৰমণঃ দুৰ্বৃত্তৰ গুলীত আহত ৰাছিয়াৰ সামৰিক চোৰাংচোৱা উপ-মুৰব্বী February 6, 2026 Paromita ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াৰ সামৰিক চোৰাংচোৱা সংস্থাৰ এজন উপ-মুৰব্বীৰ ওপৰত আজি মস্কোত সংঘটিত হয় আক্ৰমণৰ ঘটনা। চোৰাংচোৱা সংস্থাৰ প্ৰথম উপ-প্ৰধান লেফটেনেণ্ট জেনেৰেল ভ্লাদিমিৰ আলেকচিভক উত্তৰ-পশ্চিম মস্কোৰ এটা…
Assam মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে সষ্টম বিশিষ্ট নাগৰিকঃ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ পত্ৰ February 6, 2026 Paromita এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিতৰ্কিত মন্তব্যৰ পাছতে এতিয়া ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাজ্যৰ ৪৩ গৰাকী বিশিষ্ট নাগৰিক। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰলৈ প্ৰেৰণ কৰা এখন…