Category: Assam

তামিলনাডু নিৰ্বাচনৰ আটাইতকৈ চহকী প্ৰাৰ্থী AIADMKৰ লিমা ৰোজ; ৫,৮৬৩ কোটি টকাৰ সম্পত্তি ঘোষণাৰে চমক সৃষ্টি

প্ৰতিপত্তিশালী প্ৰাৰ্থীৰ এতিয়া উজান উঠিছে তামিলনাডুৰ নিৰ্বাচনী ৰাজনীতিত। ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দাখিল কৰা শপতনামাত প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণে এতিয়া চকু কপালত তুলিছে সাধাৰণ জনতাৰ। এনে ধনী প্ৰাৰ্থীৰ তালিকাত শীৰ্ষস্থান…

জালুকবাৰী সমষ্টিত অভিলেখ সংখ্যক ভোটত জয়ী হব ডঃ হিমন্ত বিশ্ব শৰ্মা– বিধায়ক হেমাংগ ঠাকুৰীয়া :খানামুখৰ পৰা বিশাল বাইক ৰেলী

“অসমৰ ভিতৰতে অভিলেখ সংখ্যক ভোট লাভ কৰি বিজয় সাব্যস্ত কৰিব জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিগত সময়চোৱাত অসমত যি উন্নয়নৰ ধাৰা চলি আছে সেয়া বিজেপি চৰকাৰে অব্যাহত ৰাখিব। উন্নয়নৰ…

নিচাসক্ত অৱস্থাত গাড়ী চলাই গুৰুতৰ বিপদত ডেভিদ ৱাৰ্নাৰ; চিডনীত গ্ৰেপ্তাৰ প্ৰাক্তন অষ্ট্ৰেলিয়ান অপেনাৰগৰাকী

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰ সোমবাৰে নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ অভিযোগত চিডনীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই ক্ৰীড়া বিশ্বত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, চিডনীৰ মাৰৌব্ৰাত যান-বাহন…

অসমত ভ্ৰষ্টাচাৰী চৰকাৰৰ অন্ত পৰাটো নিশ্চিত; জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি খাৰ্গেৰ

অসম বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰৰ মাজতে মঙলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গেৰুৱা দলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায়। গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সভাপতিগৰাকীয়ে ৰাজ্যখনত চলি থকা ভ্ৰষ্টাচাৰৰ…

ৰেল দুৰ্ঘটনাই চাঞ্চল্য; নিউ হাফলঙত ম’হৰ জাকত খুন্দা মাৰি ৮ টা ম’হ নিহত

অসমৰ ডিমা হাছাও জিলাৰ লামডিং-বদৰপুৰ পাহাৰীয়া ৰেলপথত সোমবাৰে এক ভয়ংকৰ ৰেল দুর্ঘটনা সংঘটিত হয়, য’ত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এক বনৰীয় ম’বাৰ জাকৰ মাজত সংঘর্ষ ঘটে। নিউ হাফলং ৰেল ষ্টেচনৰ নিকটস্থ…

ভোটৰ আগমুহূর্তত প্ৰচাৰৰ অন্ত; অসমত সন্ধিয়া ৫ বজাৰ পৰা নীৰৱতা নিয়ম জাৰি

অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনত, মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰা অনুসৰি, ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰে পৰা সমগ্ৰ ৰাজ্যত ‘ছাইলেন্ট পিৰিয়ড’ বলবৎ হ’ব। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১২৬…

কংগ্ৰেছৰ একমাত্ৰ লক্ষ্য পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিঃ হোজাইৰ নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী মোদী

অসমৰ নিৰ্বাচনী যুঁজত কংগ্ৰেছক লক্ষ্য কৰি ধাৰাবাহিক আক্ৰমণ চলাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত বিজেপি প্ৰাৰ্থী শিলাদিত্য দেৱৰ সমৰ্থনত এক বিশাল নিৰ্বাচনী জনসভাক সম্বোধন কৰি কংগ্ৰেছে…

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰিয়ালৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ; ১,২৭০ কোটি টকাৰ ঠিকা আবণ্টনত দুৰ্নীতিৰ অভিযোগ

অৰুণাচল প্ৰদেশৰ ৰাজনৈতিক মহলত এতিয়া সৃষ্টি হৈছে তীব্ৰ জোকাৰণি। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰিয়ালৰ সৈতে জড়িত প্ৰতিষ্ঠানক নীতি-বহিৰ্ভূতভাৱে চৰকাৰী ঠিকা আবণ্টন দিয়াৰ অভিযোগত সোমবাৰে চিবিআই তদন্তৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।…

বশিষ্ঠত শুই থকা অৱস্থাত ভাৰাঘৰত মহিলাৰ মৃ*ত্যু ; মৃতদেহ চমজি লবলৈ নাহিল পৰিয়ালৰ কোনো লোক

গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত পাটৰকুছি অঞ্চলত ভাড়াতীয়া হিচাপে থকা সুমিত্ৰা বড়ো (৩৫) নামৰ এগৰাকী বিবাহিতা মহিলাৰ নিশা শুই থকা অৱস্থাত মৃত্যু হয়। জানিব পৰা মতে কিবা অপৰাধজনিত কাৰণত মহিলা…

আমেৰিকাত পৰিয়ালৰ সম্পত্তি থকাৰ কংগ্ৰেছৰ দাবীক নাকচ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আমেৰিকাত ১ লাখ কোটি ডলাৰ বিনিয়োগৰ দাবীক বিভ্ৰান্তিকৰ আৰু অসত্য বুলি অভিহিত কৰি নাকচ কৰে। আজি সংবাদ মাধ্যমৰ সৈতে হোৱা এক…