Assam বিত্তীয় অনুশাসন ৰক্ষাৰ বাবে চৰকাৰৰ কঠোৰ পদক্ষেপ; চৰকাৰী বাহনৰ ইন্ধন আৰু কনভয় কৰ্তনৰ লগতে বিদেশ ভ্ৰমণত নিষেধাজ্ঞা May 20, 2026 Paromita পশ্চিম এছিয়াৰ চলিত সংকটৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিত্তীয় স্থিতি সুদৃঢ় কৰি ৰাখিবলৈ অসম চৰকাৰে কেইবাটাও কঠোৰ মিতব্যয়ী পদক্ষেপ ঘোষণা কৰিছে। চৰকাৰে চৰকাৰী কাৰ্যত ব্যৱহৃত ইন্ধনৰ খৰচ ২০ শতাংশ কৰ্তন কৰাৰ লগতে…
Assam অসমৰ মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাবাসী অসমীয়া সমাজৰ ; নামঘৰৰ অতিথিশালা নিৰ্মাণৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান May 20, 2026 Sonakshi Sarkar গুৱাহাটীৰ পৰা মাত্ৰ এক বা ডেৰ ঘণ্টা সময়ৰ বাট তথা চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ…
Assam মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিব আছু! ২২ মে’ত ৰাজ্যজুৰি গণ-বিক্ষোভৰ হুংকাৰ May 20, 2026 Paromita নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই (আছু)। অহা ২২ মে’ত মূল্যবৃদ্ধি ৰোধৰ দাবীত ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব।…
Assam জুবিন ক্ষেত্ৰক লৈ কোনো ৰাজনীতি নকৰাৰ আহ্বান; সোণাপুৰত উপস্থিত হৈ প্ৰতিশ্ৰুতি ৰক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ May 20, 2026 Paromita মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰিয়েই বুধবাৰে সোণাপুৰৰ হাতীমুৰাস্থিত ‘জুবিন ক্ষেত্ৰ’ পৰিদৰ্শন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীৰ পৰা পোনে পোনে সোণাপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ বতৰত এই পবিত্ৰ…
Assam দেশলৈ এক ভয়াবহ অৰ্থনৈতিক ধুমুহা আহি আছেঃ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি সতৰ্কবাণী ৰাহুল গান্ধীৰ May 20, 2026 Paromita অনাগত সময়ত সমগ্ৰ দেশলৈ নামিব ভয়ংকৰ অৰ্থনৈতিক ধুমুহা। উত্তৰ প্ৰদেশৰ নিজা সংসদীয় সমষ্টি ৰায়বৰেলী ভ্ৰমণৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ এই সতৰ্কবাণী প্ৰদান কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দেশখন…
Assam আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী; ঔষধৰ যোগান স্বাভাৱিক ৰাখিবলৈ কঠোৰ নিৰ্দেশ অসম চৰকাৰৰ May 20, 2026 Paromita সমগ্ৰ দেশৰ লগতে অসমতো অল ইণ্ডিয়া অৰ্গানাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগীষ্টৰ আহ্বানত আজি ফাৰ্মাচিষ্টসকলে কাৰ্যকৰী কৰিছে এক দেশজোৰা ধৰ্মঘট। এই বন্ধৰ প্ৰেক্ষাপটত জনসাধাৰণ যাতে জৰুৰীকালীন ঔষধৰ পৰা বঞ্চিত হ’বলগীয়া নহয়,…
Assam News ডিজিপে সখিসকলক লাপটপ প্ৰদান কৰা হ’ল অসমৰ জিলাত May 20, 2026 Tarali কামৰূপ জিলাৰ আমিনগাঁৱত থকা ইন্টিগ্ৰেটেড জিলা আৰ্য্য কানেক্টৰৰ কাৰ্যালয়ত ডিজিপে সখিসকলৰ বাবে এক লাপটপ বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ মুখ্য…
Assam অসম বিধানসভাত ২৬ মে’ত উত্থাপন হ’ব ইউচিচি; সকলো নাগৰিককে সমৰ্থনৰ আহ্বান জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ May 20, 2026 Paromita ৰাজ্যজুৰি অব্যাহত থকা তীব্ৰ চৰ্চাৰ মাজতে অহা ২৬ মে’ত অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰা হ’ব বহু প্ৰত্যাশিত অভিন্ন দেৱানী বিধি চমুকৈ ইউচিচিৰ খচৰা বিল। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ…
Assam পেঞ্চনৰ গোচৰ নিষ্পত্তিত অনাহক বিলম্ব হ’লেই জৰিমনা ভৰিব লাগিব চৰকাৰী বিষয়াইঃ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ May 20, 2026 Paromita নিৰ্ধাৰিত সময়সীমাত পেঞ্চনৰ গোচৰ নিষ্পত্তি নকৰিলে অসম চৰকাৰৰ সংশ্লিষ্ট দায়িত্বপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ আৰ্থিক ব্যৱস্থা। কামত ফাঁকি দিয়া কৰ্মচাৰীক জবাবদিহি কৰিবলৈ ৰাজ্য চৰকাৰে অলপতে জাৰি কৰিছে এক…
Assam গুৱাহাটীসহ দেশৰ ১৮খন চহৰত চলিব জল মেট্ৰ’- ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ May 19, 2026 Paromita দেশৰ ১৮ খন চহৰৰ সৈতে অসমতো আৰম্ভ হ’ব আধুনিক জল মেট্ৰ’ পৰিবহণ ব্যৱস্থা। মহানগৰী গুৱাহাটীত প্ৰথম পৰ্যায়ত আৰু তেজপুৰ তথা ডিব্ৰুগড়ত দ্বিতীয় পৰ্যায়ত এই অভিলাষী প্ৰকল্প ৰূপায়ণ কৰিব কেন্দ্ৰীয় বন্দৰ,…