Category: Assam

মই  আগতেই গম পালে জুবিনক ছিংগাপুৰ যাবলৈ নিদিলোহেঁতেন

মঙলবাৰে চি আই ডি কাৰ্যালয়ত হাজিৰ হয় বিশিষ্ট ড° ৰীতা চৌধুৰী। বিশিষ্ট সাহিত্যিক গৰাকীৰ সৈতে হোৱা জুবিন গাৰ্গৰ সাক্ষ্যাৎকাৰটো জুবিনৰ অন্তিম সাক্ষ্যৎকাৰ আছিল । য’ত জুবিন গাৰ্গে জীৱনৰ অকথিত কথা…

“নামৰ পিছত অসম উপাধি লিখি বীৰ লাচিত সেনাৰ সদস্যই তাণ্ডৱ চলাই আহিছে”

বীৰ লাচিত সেনাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ কৰা কঠোৰ অভিযানক লৈ মঙলবাৰে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নামৰ পিছত অসম উপাধি লিখি…

এগৰাকী কিশোৰীৰ লগত জঘন্য কাণ্ড

বকোৰ পৰা পোহৰলৈ আহিছে এক জঘন্য কাণ্ড। এগৰাকী কিশোৰীৰ লগতে জঘন্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাজনক।এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত…

প্ৰথম এন ডি আৰ এফ বাহিনীৰ উদ্যোগত পলাশবাৰী – শুৱালকুচিৰ দলং নিৰ্মাণথলীত ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মীক চি পি আৰ প্ৰশিক্ষণ

গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দক্ষিণ কামৰূপৰ এসময়ৰ বাণিজ্যিক চহৰ পলাশবাৰীৰ সমীপৰ মাজিৰগাওঁ আৰু অসমৰ মানচেষ্টাৰ স্বৰূপ উত্তৰ কামৰূপৰ শুৱালকুচিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত এটা বছৰ ধৰি চলি আছে চাৰিলেনযুক্ত…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্রদেশ কংগ্ৰেছৰ মমশিখা সমদল

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ ৰাজপথ উত্তাল কৰি তোলে প্রদেশ কংগ্ৰেছে। কংগ্ৰেছে মহানগৰীত জুবিন গাৰ্গৰ ন্যায় বিচাৰি মমশিখা সমদল কৰি প্রতিবাদ সাব্যস্ত কৰে। জুবিন গাৰ্গক ন্যায়…

চাহ জনগোষ্ঠীক ২.৯০ লাখ বিঘা ভূমি বিতৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেলত বহু গুৰুত্বপূর্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২৫ নৱেম্বৰৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হ’ব, য’ত…

ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ। তাৰ মাজতেই আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে এক বিশেষ প্ৰতিবাদ। “ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী” শীৰ্ষক এই কাৰ্যসূচীত অংশ লৈছে…

জুবিন গাৰ্গৰ গীতৰ আধাৰত ৰচিত দিহানামৰে ৰাইজক আপ্লুত কৰিলে জ্ঞানমালিনী বিকশিত নামতি দলে

গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত প্ৰতি বছৰে শাৰদীয় দুৰ্গোৎসৱৰ অন্তত দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ অহা পূজা উদযাপন কমিটি সমূহৰ মাজত কোনে কিমান শৃংখলাবদ্ধভাবে নদীত দেৱী প্ৰতিমা বিসৰ্জন দিব পাৰে তাৰ এক…

গুৱাহাটী প্ৰেছ ক্লাবত ‘মাটিৰ মানুহ’ৰ ১৫ অক্টোবৰৰ সংখ্যা উন্মোচন

পষেকীয়া বৰ্তালোচনী “মাটিৰ মানুহ’ ৰ ১৫ অক্টোবৰৰ সংখ্যা আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। এই উন্মোচনী সভাত সভাপতিত্ব কৰে বিন্দু ডেকা চৌধুৰীয়ে। সভাত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড০…

ঝাৰখণ্ডত নক্সাল বিৰোধী অভিযানত শ্বহীদ অসমৰ CRPF জোৱান

ঝাৰখণ্ডত অব্যাহত আছে নিৰাপত্তাৰক্ষী বাহিনীৰ নক্সাল বিৰোধী অভিযান। দেশৰ নিৰাপত্তা বাহিনীয়ে ধাৰাবাহিকভাৱে চলাই থকা এই অভিযানত এইপৰ্যন্ত বহু নক্সাল সদস্যই প্ৰাণ হেৰুৱাইছে। আনহাতে শ্বহীদ হৈছে কেইবাজনো নিৰাপত্তাৰক্ষী। এনে এক নক্সাল…