Assam বিকাশ অসমৰ আত্মসমৰ্পণ November 1, 2025 Mohini অৱশেষত আত্মসমৰ্পণ কৰিলে বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব পদৰ বহিষ্কৃত নেতা বিকাশ অসমে। শনিবাৰে দিছপুৰ থানত আত্মসমৰ্পণ কৰে নেতাজনে। আত্মসমৰ্পণৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক।…
Assam জনপ্ৰিয় অভিনেত্ৰী সংগীতা বিজলানীৰ অংশগ্ৰহণৰে অপৰূপাৰ উদ্যোগত কৰ্কট ৰোগ বিষয়ক সজাগতা অনুষ্ঠান October 30, 2025 Sonakshi Sarkar কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সহায়ৰ হকে জন্মলগ্নৰে পৰা কাম কৰি অহা অনা চৰকাৰী সংস্থা ‘অপৰূপা’ৰ বাৰ্ষিক অনুষ্ঠান “অপৰূপা মহিয়সী যুঁজাৰু নাৰী বঁটা” আৰু অপৰূপা বঁটা প্ৰদান অনুষ্ঠানটো ২৬ অক্টোবৰত গুৱাহাটীৰ…
Assam অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ বিয়োগ October 30, 2025 Mohini বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক চৈয়দ চাদুল্লাৰ বিয়োগত। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩৩ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে চৈয়দ ছাদুল্লাই। ৭৭ বছৰ…
Assam ৭ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰিব গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট October 30, 2025 Mohini গুৱাহাটী বাসীৰ বাবে সুখবৰ। নৱেম্বত মুকলি হ’ব গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা এই প্ৰকল্প পৰিদৰ্শন কৰি মুকলিৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে…
Assam Latest News মহাবাহু ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ ছিটা ভস্ম বিসৰ্জন October 29, 2025 Dipshikha জুবিন গাৰ্গৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিনৰ চিতাভস্ম । ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে এই কাৰ্য সম্পন্ন কৰা হয় । ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে…
Assam জনজাতিকৰণৰ দাবীত কঁপাই তোলে মৰাণৰ ৰাজপথ October 29, 2025 Dipshikha ৬০০ বছৰ ৰাজ শাসন কৰা টাই আহোম সকলে নিজৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে ৰাজপথত নামিবলগা হৈছে । জনগোষ্ঠীটোৰ ৰাইজে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে আহিছে । প্ৰতিখন চৰকাৰে…
Assam “ৰৈ ৰৈ বিনালে”ক কৰমুক্ত ঘোষণা কৰিবলৈ অসম চৰকাৰক আহ্বান গৌৰৱ গগৈৰ October 29, 2025 Sonakshi Sarkar অহা ৩১ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি “ৰৈ ৰৈ বিনালে”ক কৰমুক্ত কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ প্ৰত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি…
Assam ব্ৰহ্মপুত্ৰত বিসৰ্জন জুবিনৰ চিতাভষ্ম October 29, 2025 Mohini মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবি।’ জুবিন গাৰ্গৰ এই কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ’ল জুবিনৰ চিতাভস্ম। ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে জুবিনৰ চিতাভষ্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হয় । ব্ৰহ্মপুত্ৰত…
Assam জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি October 28, 2025 Dipshikha জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি। সোমবাৰে আটাইকেইজন অভিযুক্তক ভাৰ্চুৱেলী হাজিৰ কৰোৱা হৈছিল আদালতত। আদালতে আটাইকেইজনক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পুনৰ ন্যায়িক জিম্মা…
Assam মুক্তিৰথ – মায়াবিনী’ বিনামূলীয়া স্বৰ্গৰথ সেৱাৰ শুভাৰম্ভণি October 28, 2025 Mohini হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত গুৱাহাটী পৌৰ নিগমে শুভাৰম্ভ কৰিলে ‘মুক্তিৰথ – মায়াবিনী’ নামেৰে বিনামূলীয়া স্বৰ্গৰথ সেৱাৰ শুভাৰম্ভ। এই সেৱা শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ফেডাৰেল বেংকৰ পল্টনবজাৰ…