১২ মে’ তাৰিখে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে যানবাহন চলাচলত বিশেষ নিৰ্দেশনা । সেইদিনা গধুৰ বাহন আৰু ধীৰ চলিত বাবে পুৱা ৯ বজাৰ পৰা ২ বজালৈকে বন্ধ থাকিব কইনাধাৰা পৰা বিমান বন্দৰ সংযোগী পথ ।আনহাতে কইনাধৰাৰ পৰা জালুকবাৰী AEC পইণ্টৰ লৈকে কেৱল এটা লেনতেই যানবাহন চলিবলৈ অনুমতি প্ৰদান । ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোডেৰে যাতায়ত কৰিবলৈ আহ্বান ।আনহাতে ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ লেনত কোনো যানবাহন পাৰ্কিং কৰিব নোৱাৰিব । তদুপৰি বতাহঘুলি, পাঞ্জাবাৰী, ছয়মাইল, খানাপাৰাৰ ৰাস্তাৰ কাষত পাৰ্কিং কৰিব নোৱাৰিব ।সৰুসজাই, বশিষ্ট পথ, শ্বহীদ ন্যাস পথ ইত্যাদি পথত অনুষ্ঠানলৈ অহা বাহন সমূহৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হ’ব। Share this:FacebookX Related Post navigation শপত গ্ৰহণ অনুষ্ঠানত উপস্হিত থাকিব ২০খন ৰাজ্যৰ মুখ্যমন্ত্রী অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰাৰ পাছতেই পাণ্ডুত বিজেপি কৰ্মী – সমৰ্থকৰ আনন্দ উল্লাহ; ৰাইজৰ মাজত মিঠাই বিতৰণ