Author: Sonakshi Sarkar

এন এফ ৰেলৱে এম্পলইজৰ উদ্যোগত শ্ৰমিক নেতা পবেন্দ্ৰ নাথ কলিতাক সোঁৱৰণ

বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি , ৰেলৱেৰ অৱসৰপ্ৰাপ্ত অধীক্ষক পবেন্দ্ৰ নাথ কলিতাৰ ১৯ সংখ্যক মৃত্যু তিথিৰ…

‘ভোট চুৰি’ৰ অভিযোগ ভিত্তিহীন! বিৰোধীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা সংশোধনক লৈ সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্কৰ মাজতে এতিয়া বিৰোধীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰা ‘ভোট চুৰি’ৰ অভিযোগ…

ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ! দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ বিৰোধী দলৰ

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ এক গুৰুতৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে শাসকীয় বিজেপিৰ বিৰুদ্ধে। কংগ্ৰেছ, চিপিআই(এম), ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু চিপিআই(এমএল)এল-এ শুকুৰবাৰে দিছপুৰ থানাত…

অজাপত চামিল অসম জাতীয় দলঃ বিজেপি চৰকাৰক উৎখাতৰ হুংকাৰ অজিত ভূঞা-ৰাজেন গোহাঁইৰ

অসমৰ আঞ্চলিক ৰাজনীতিৰ মজিয়াত এক শক্তিশালী ঐক্যবদ্ধ বিৰোধী শক্তি গঢ়ি তোলাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে এতিয়া আৰম্ভ কৰিছে বিশেষ তৎপৰতা। বৃহস্পতিবাৰে দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ কনভেনচন চেণ্টাৰত দলটোৱে আয়োজন কৰে এক…

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত চাঞ্চল্য: পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পাকিস্তানৰ ৰাজনৈতিক অস্থিৰতা আৰু বিচ্ছিন্নতাবাদী আন্দোলনৰ কাঢ়া বৰ্তমান এক নজিৰবিহীন পৰ্যায়ত উপনীত হৈছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বিৰুদ্ধে পাকিস্তান অধিকৃত বালোচিস্তানৰ নিৰ্বাসিত চৰকাৰে এক গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে। এই পৰোৱানাটো…

পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা! বালোচিস্তানৰ নিৰ্বাসিত চৰকাৰৰ সিদ্ধান্ত

পাকিস্তানৰ ৰাজনৈতিক অস্থিৰতা আৰু বিচ্ছিন্নতাবাদী আন্দোলনৰ যুঁজখন এতিয়া উপনীত হৈছে এক নজিৰবিহীন পৰ্যায়ত। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বিৰুদ্ধে পাকিস্তান অধিকৃত বালোচিস্তানৰ নিৰ্বাসিত চৰকাৰে যোৱা বৃহস্পতিবাৰে জাৰী কৰিছে এক গ্ৰেপ্তাৰী পৰোৱানা।…

‘চিকেনছ নেক’ সুৰক্ষিত কৰিবলৈ সাজু ভাৰতীয় সেনা! বাংলাদেশ সীমান্তত স্থাপন অত্যাধুনিক কাঁটাতাঁৰৰ বেৰ

দেশৰ সুৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ‘শিলিগুৰি কৰিডৰ’ বা ‘চিকেনছ নেক’ক কেন্দ্ৰ কৰি ভাৰতীয় সেনাই এতিয়া গঢ়ি তুলিছে এক অভেদ্য সুৰক্ষাবলয়। ভাৰত আৰু বাংলাদেশ সীমান্তৰ এক বৃহৎ অংশত সেনাই সম্পূর্ণ নতুন…

ইডিৰ বিৰুদ্ধে আৰক্ষীৰ দ্বাৰস্থ মমতা বেনাৰ্জী! আই-পেকৰ নথিপত্ৰ চুৰিৰ অভিযোগত দাখিল এজাহাৰ

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি আৰু দলীয় গোপনীয়তা ৰক্ষাৰ যুঁজখন এতিয়া ৰূপান্তৰিত হৈছে এক গুৰুতৰ আইনী সংঘাতলৈ। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিৰ বিৰুদ্ধে নিৰ্বাচন সংক্ৰান্তীয় তথ্য আৰু নথিপত্ৰ চুৰিৰ অভিযোগ উত্থাপন কৰি…

সন্ত্ৰাসবাদ দমনত গুৰুত্বপূর্ণ পদক্ষেপ: ৰাষ্ট্ৰীয় IED ডাটা মেনেজমেণ্ট চিষ্টেম উদ্বোধন গৃহমন্ত্ৰীৰ

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ এক নতুন যুগৰ সূচনা কৰিছে, যাৰ অধীনত ১৯৮৪ চনত প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰীয় নিৰাপত্তা গাৰ্ড (এনএছজি)ৰ দ্বাৰা নিয়মিত আইইডি ডাটা মেনেজমেণ্ট চিষ্টেমৰ উদ্বোধন কৰা হৈছে।…

পথৰ কুকুৰক আহাৰ দিয়া বিতৰ্কত SCৰ স্থিতি: সৰ্বাত্মক নিৰ্দেশৰ পৰা বিৰত আদালত

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ৰাজপথৰ আশ্ৰয়হীন কুকুৰৰ যত্ন লৈ দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰা সময়ত বিশেষ পৰ্যবেক্ষণ আগবঢ়ায়। আদালতে জানাইছে যে বাটত কুকুৰ চোৰা বা আক্রমণৰ ঘটনাবোৰৰ বাবে কোনো…