Author: Sonakshi Sarkar

তেলেংগানাৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্যঃ নিৰ্বাচনী ফলাফলক জনতাৰ আস্থাৰ প্ৰতিফলন বুলি অভিহিত খৰ্গেৰ

গানাৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰা বৃহৎ বিজয়ক জনসাধাৰণৰ অটল বিশ্বাসৰ জয় বুলি অভিহিত কৰিছে দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে। শুকুৰবাৰে ঘোষণা কৰা ফলাফল অনুসৰি, মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীৰ…

ভুৱা IAS সজাই সচিবালয়ত হুলস্থূল; বদলিৰ দাবীত প্ৰকৃত বিষয়াক ভেটা

পদোন্নতি আৰু বদলিৰ বাবে চৰকাৰী বিভাগত হেঁচা দিবলৈ গৈ এজন ভুৱা প্ৰশাসনিক বিষয়াই শুকুৰবাৰে মধ্য প্ৰদেশৰ সচিবালয়ত প্ৰকৃত আই এ এছ বিষয়াৰ মুখামুখি হোৱাৰ এক আমোদজনক ঘটনা পোহৰলৈ আহিছে। সচিবালয়ৰ…

শ্ৰদ্ধাঞ্জলি আৰু স্মৰণঃ পুলৱামা আক্ৰমণৰ ৭ বছৰত দেশবাসীৰ নতশিৰ প্ৰণাম ৪০ বীৰ জোৱানলৈ

সাত বছৰ আগৰ আজিৰ দিনটোতে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত সংঘটিত এক আত্মঘাতী বোমা বিস্ফোৰণে জোকাৰি গৈছিল সমগ্ৰ দেশ। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা কনভয়ক লক্ষ্য কৰি…

বোমা ভাবুকিৰ পত্ৰে আতংক সৃষ্টি কৰিলে কলকাতা বিমানবন্দৰত; শ্বিলং অভিমুখী বিমান লক্ষ্য

কলকাতাৰ পৰা শ্বিলঙলৈ উৰা মৰাৰ পূৰ্বে ইণ্ডিগোৰ এখন বিমানত বোমা থকাৰ ভাবুকিভৰা পত্ৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি শনিবাৰে নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। কলকাতাৰ পৰা…

ইতিহাস ৰচনা উত্তৰ-পূৰ্বাঞ্চলতঃ ডিব্ৰুগড়ত প্ৰথম জৰুৰীকালীন বিমান অৱতৰণ কেন্দ্ৰ উদ্বোধন

উত্তৰ-পূৰ্বাঞ্চলৰ সামৰিক আৰু অসামৰিক যাতায়াত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰি শুকুৰবাৰে ডিব্ৰুগড়ত মুকলি কৰা হ’ল প্ৰথমটো জৰুৰীকালীন বিমান অৱতৰণ সুবিধা (ইএলএফ)। নিৰ্বাচনমুখী অসম ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

মালিগাঁৱত আৰ এছ এছৰ শতবৰ্ষ উদযাপন ; হিন্দু সন্মিলন

গুৱাহাটী মহানগৰীৰ মালিগাঁও ১ নং গেটৰ হিলচাইদ কলনীত ৮ ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উদযাপনৰ লগতে এখন হিন্দু সন্মিলন অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সভাপতিত্ব কৰে সঞ্জয় দাস…

১৭ মাহ কাৰাবন্দী আৰু ১৭ বছৰ নিৰ্বাসনত থকা তাৰিক ৰহমান বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে বাংলাদেশৰ মূল ৰাজনৈতিক দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টি ( বি এন পি)ক সংসদীয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নেতৃত্ব দিয়ে। প্ৰথমবাৰতে তেওঁ বৃহৎ সফলতা অৰ্জন…

বাংলাদেশত ক্ষমতাৰ পৰিবর্তনঃ বিএনপি ৰ বৃহৎ জয়ৰ পাছত তাৰিক ৰহমানলৈ প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন বাৰ্তা

২০২৪ চনৰ গণ অভ্যুত্থানৰ ফলত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত অনুষ্ঠিত প্ৰথমটো সাধাৰণ নিৰ্বাচনত, বাংলাদেশ নেচনেলিষ্ট পাৰ্টী (বি এন পি) চমুকৈ ঐতিহাসিক বিজয় লাভ কৰিছে। তাৰিক ৰহমানৰ নেতৃত্বত অনুষ্ঠিত এই…

মাজুলীৰ পৰা আত্মবিশ্বাসী ঘোষণা মুখ্যমন্ত্ৰীৰঃ জালুকবাৰীত এক লাখ ভোটত জয় নিশ্চিত

জালুকবাৰীত মই নোযোৱাকৈয়ে এক লাখ ভোটৰ ব্যৱধানত জিকিম! -মাজুলীত উপস্থিত হৈ বৃহস্পতিবাৰে এইদৰে এক তীব্ৰ নিৰ্বাচনী হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাই মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ…

নিৰ্বাচনৰ আগতেই আত্মবিশ্বাসী মন্ত্ৰী অতুল বৰাঃ ৰাজ্যত পুনৰ এনডিএ চৰকাৰ

আসন্ন বিধানসভা নিৰ্বাচনত ৰাজ্যত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (এন ডি এ) অতি সহজতে ক্ষমতা দখল কৰিব বুলি শুকুৰবাৰে এক সাক্ষাৎকাৰত দৃঢ়তাৰে প্ৰকাশ কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। কেবিনেট মন্ত্ৰীগৰাকীয়ে…