Political বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰচাৰ; হিমন্ত বিশ্ব শৰ্মাক সুবিধাবাদী আখ্যা গৌৰৱ গগৈ ৰ March 30, 2026 Sonakshi Sarkar আগন্তুক নিৰ্বাচনৰ বাবে দিছপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ দেওবাৰে এক ব্যাপক প্ৰচাৰ চলায় দলটোৰ কেইবাজনো শীৰ্ষ নেতাই। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেল…
Business জুবিনক্ষেত্ৰক বিশ্বমানৰ পৰ্যটন কেন্দ্ৰলৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি; কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ আহ্বান ডি. কে. শিৱাকুমাৰ ৰ March 30, 2026 Sonakshi Sarkar ক্ষমতালৈ কংগ্ৰেছ আহিলেই বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ শয়ন ক্ষেত্ৰ। দেওবাৰে জুবিনক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাই এই প্ৰতিশ্ৰুতি প্ৰদান কৰে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডি…
Political সাধাৰণ পৰিয়ালৰ পৰা ৰাজনীতিৰ মঞ্চলৈ; পুত্ৰৰ টিকট পোৱাৰ মুহূৰ্তত আৱেগিক পিতা-পুত্ৰ March 30, 2026 Sonakshi Sarkar তামিলনাডুৰ ৰাজনীতিত এতিয়া এক নতুন ধাৰাৰ সূচনা কৰিছে অভিনেতা তথা ‘তামিলাগা ভেট্ৰি কাজাগাম’ৰ মুৰব্বী থালাপতি বিজয়ে। ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ২৩৪ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সময়তে এক…
Political অসমত বিজেপিয়ে জয়ৰ হেট্ৰিক গঢ়িবঃ নিৰ্বাচনত কংগ্ৰেছক নিচিহ্ন কৰাৰ দাবীৰে এই মন্তব্য নীতিন নবীনৰ March 30, 2026 Sonakshi Sarkar অসমৰ ৰাজনৈতিক আকাশত এতিয়া নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো দলেই নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। এই উত্তপ্ত পৰিৱেশৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দেওবাৰে এক…
Business অসমত শক্তিশালী হ’বলৈ আম আদমী পাৰ্টিৰ প্ৰচেষ্টা; তাৰকা প্ৰচাৰক হিচাপে অৰবিন্দ কেজৰীৱাল আৰু ভগৱন্ত মান March 30, 2026 Sonakshi Sarkar আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে আম আদমী পাৰ্টিয়ে। অসমৰ নিৰ্বাচনী যুঁজত বিশেষ গুৰুত্ব আৰোপ কৰি আপে আগশাৰীৰ নেতাসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰিছে। ৰাজ্যখনত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ…
Sports ২৯ মাৰ্চত দিছপুৰ প্ৰেছ ক্লাবৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আয়োজন March 28, 2026 Sonakshi Sarkar গুৱাহাটী মহানগৰীত কৰ্মৰত বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক- সংবাদ কৰ্মীক লৈ গঠিত দিছপুৰ প্ৰেছ ক্লাবে অহা ২৯ মাৰ্চত সো-গৌৰৱে ত্ৰয়োদশ বৰ্যত ভৰি দিব। প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উক্ত…
Sports এবছৰত দেশৰ ১৭খন চহৰত ২২খন মেচ খেলিব টিম ইণ্ডিয়াই March 27, 2026 Sonakshi Sarkar টিম ইণ্ডিয়াৰ ২০২৬-২৭ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ঘৰুৱা ছিজনৰ সূচী প্ৰকাশ কৰিছে বিচিচিআইয়ে। এই ছিজনত ১৭খন চহৰত ২২খন মেচ (৯খন এদিনীয়া, ৫খন টেষ্ট, আৰু ৮খন টি-২০) অনুষ্ঠিত হ’ব। এই সময়ছোৱাত মুঠ চাৰিটা…
Sports উদ্বোধনী অনুষ্ঠান অবিহনে কাইলৈ পৰা আৰম্ভ আই পি এল March 27, 2026 Sonakshi Sarkar কাইলৈ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ ১৯ সংখ্যক ছিজন। এই ছিজনৰ প্ৰথমখন মেচ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ…
Business আমেৰিকান ডলাৰৰ আগত টকাৰ মূল্য ধ্বস, ৯৪.৫৬ত পৌঁছিল নজিৰবিহীন পতন March 27, 2026 Sonakshi Sarkar আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেলৰ মূল্য বৃদ্ধি আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধসদৃশ পৰিৱেশ ভাৰতৰ মুদ্ৰাত উল্লেখযোগ্য চাপ সৃষ্টি কৰিছে। বৰ্তমান, ভাৰতীয় টকাৰ দৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৯৪.৫০ ৰ শ্ৰেষ্ঠ সীমা অতিক্ৰম কৰি ৯৪.৫৬…
Business বাজপেয়ী ভৱনত দিলীপ শইকীয়াৰ বক্তব্য—অসমবাসীৰ সৈতে বিজেপিৰ দৃঢ় সম্পৰ্ক March 27, 2026 Sonakshi Sarkar অসম আন্দোলনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিয়ে খিলঞ্জীয়াৰ স্বাৰ্থত একাত্ম হৈ অৱস্থান গ্ৰহণ কৰি আহিছে, বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এক সংবাদমেলত মন্তব্য কৰে। ১৯৮৩ চনৰ অবৈধ নিৰ্বাচনৰ বিৰুদ্ধে ৰাইজে…