Author: Sonakshi Sarkar

ফিফা ৰেংকিঙত ১২৪ তম স্থানত ভাৰত, শীৰ্ষত আৰ্জেণ্টিনা

ভাৰতীয় ফুটবল দলে শেহতীয়াকৈ জাৰি কৰা পুৰুষৰ ফিফা ৰেংকিঙত ১২৪ তম স্থান বজাই ৰাখিছে, য’ত বিশ্ব চেম্পিয়ন আৰু কোপা আমেৰিকা বিজয়ী আৰ্জেণ্টিনাই শীৰ্ষ স্থান শক্তিশালী কৰিছে। জুনত প্ৰকাশিত ফিফা ৰেংকিঙত,…

পেৰিছ অলিম্পিকত পদকৰ ধাৰা অক্ষুণ্ণ ৰাখিব পাৰিবনে ভাৰতৰ মল্লযোদ্ধাই ?

২০০৮ চনত বেইজিং অলিম্পিকৰ পিছত ভাৰতে প্ৰতিটো অলিম্পিকত পদক জিকিছে আৰু পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা মল্লযোদ্ধাসকলৰ বাবে তেওঁলোকৰ ধাৰা অব্যাহত ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব। একেৰাহে চাৰিটা অলিম্পিকত সফলতাৰ…

চৰাইদেউ মৈদামক্ষেত্ৰ বিতৰ্ক ৯ সংগঠনৰ সংবাদমেল

চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণক লৈ সৃষ্টি হৈছে এই বিতৰ্ক | ২০১৪ চনত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল | কিন্তু ২০১৬ চনত…

বিজেপিত যোগদানৰ উজান

ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ উপস্থিতিত বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় “অটল বিহাৰী বাজপেয়ী ভৱনত” এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত দুধনৈৰ প্ৰাক্তন বিধায়ক দীপক ৰাভা, ছেমখৰ পৰিষদীয় সমষ্টিৰ MAC…

পেট্ৰল পাম্পত বৰপেটা প্ৰশাসনৰ তালাচী

জিলা আয়ুক্ত আয়ুষ নিৰ্দেশ মৰ্মে খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু জোখ মাফ পৰিদৰ্শকৰ কাৰ্যালয়ৰ যুটীয়া অভিযানত বৰপেটা জিলাৰ মন্দিয়াৰ দুটা পেট্ৰল পাম্পত অভিযান চলাই পেট্ৰল পাম্পৰ…

গ্ৰীস্মকালীন নাট কৰ্মশালা

পিনাক, বৰপেটাৰ সহযোগত বৰপেটা বিধান সভা সমষ্টি ভিত্তিক গ্ৰীস্মকালীন নাট কৰ্মশালা অনুষ্ঠিত হৈছে ৷ বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালা বন্তি প্ৰজ্জ্বলন কৰি আনুষ্ঠানিক ভাবে মুকলি কৰে…

আগন্তক বিধানসভা নির্বাচনত বি জে পিৰ পতন অনিবাৰ্যঃ গগৈ

জনিয়া সত্ৰৰ সমীপৱৰ্তী কৰাৰকুৰস্থিত বেঁকী ব্ৰীজৰ খহনীয়া ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক আখিল গগৈয়ে । উল্লেখযোগ্য যে, এইবাৰ বানপানীয়ে কৰাৰকুৰৰ বেঁকী নদীৰ ওপৰত স্থাপন…

ৰাজ্যজুৰি ‘বিদুৰভাই’ৰ মুক্তি

কেইবছৰমান আগতে আমি সৃষ্টি কৰা বিদুৰভাইৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সমৰ্থন দেখি আচৰিত হৈছিলোঁ। মই এই চিনেমাখন মোৰ ৰাজ্যৰ লোকসকললৈ উৎসৰ্গা কৰিছোঁ কিয়নো কেৱল মাথো ৰাইজৰ চাহিদাৰ বাবেই বিদুৰভাই…

‘কা’ অধীনত নাগৰিকত্বৰ বাবে অসমত আঠজনৰ আবেদন: মুখ্যমন্ত্ৰী

অসমত বৰ্তমানলৈকে ‘কা’ অধীনত নাগৰিকত্বৰ বাবে মাত্ৰ আঠজনে আবেদন কৰিছে আৰু তেওঁলোকৰ ভিতৰত দুজন লোকেহে শুনানীত অংশগ্ৰহণ কৰিছে। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।তেওঁ কয়-যেতিয়া মই কিছুমান হিন্দু…

তদন্ত নোহোৱাকলৈ ক্ষোভ জ্যোতিৰ্মঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দ

দিল্লীৰ বুৰাৰীত কেদাৰনাথ মন্দিৰ নিৰ্মাণ সন্দৰ্ভত দেশৰ বহু ঠাইত প্ৰতিবাদ আৰম্ভ হৈছে। এতিয়া জ্যোতিৰ্মঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দে এই সন্দৰ্ভত এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ তুলি সংবাদ মাধ্যমৰ আগত…