Author: Sonakshi Sarkar

দুলীপ ট্ৰফিত ৰিয়ান আৰু আকাশ

আগন্তুক দুলীপ ট্ৰফি ক্ৰিকেটৰ বাবে অসম তাৰকা ৰিয়ান পৰাগ আৰু অল ৰাউণ্ডাৰ আকাশ সেনগুপ্তাই স্থান লাভ কৰিছে। ৰিয়ানে ভাৰতীয় ‘এ’ টীমত আৰু আকাশে স্থান লাভ কৰিছে ভাৰতীয় ‘ডি’ দলত। বলিং…

ডুৰাণ্ড কাপ ফুটবল কোৱাৰ্টাৰত প্ৰৱেশৰ আশা বড়োলেণ্ড এফ চিৰ

চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ ৰাখিছে বড়োলেণ্ড এফ চিয়ে ৷ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ এখন মেচত দলে ৪-৩ গলৰ…

সাংবাদিক নৱজিৎ দাস আৰু হাজোৰ প্ৰসেনজিৎ শৰ্মালৈ বঁটা

পৰেশ বৈশ্য ফাউণ্ডেচনে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিক বঁটাৰ বাবে অসমৰ আগশাৰীৰ অসমীয়া দৈনিক ‘ দৈনিক অসম ‘ কাকতৰ বৰপেটা জিলাৰ সংবাদদাতা নৱজিৎ দাসক নিৰ্বাচিত কৰিছে। ইপিনে পৰেশ বৈশ্য ফাউণ্ডেচনে ২০২৪…

পেৰিছ অলিম্পিকত ভাৰতীয় বক্সাৰৰ নিৰাশজনক প্ৰদৰ্শন

নিখাত জাৰিন আৰু লাভলিনা বৰগোহাঁইৰ দৰে বিশ্ব চেম্পিয়ন হোৱা স্বত্বেও ভাৰতীয় বক্সাৰসকলে পেৰিছ অলিম্পিকত প্ৰত্যাশা পূৰণ কৰাত ব্যৰ্থ হয় আৰু পদক অবিহনে উভতি আহিব লগা হয়।২০০৮ চনত বেইজিং অলিম্পিকত বিজেন্দ্ৰ…

“মুখা”ৰ উদ্যোগত বাৰ্ষিক বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ

স্বনামধন্য অপেছাদাৰী নাট্য সংগঠন “মুখা”ই ইতিপূৰ্বে অবিৰতভাৱে প্ৰদৰ্শন কৰি অহাৰ দৰে এইবেলিও অহা ১৬,১৭ আৰু ১৮ আগষ্টত তিনিটা দিনৰ বাবে নৱম বাৰ্ষিক বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ, ২০২৪ অনুষ্ঠিত কৰিব বুলি…

মুখ্যমন্ত্ৰী শৰ্মাই  ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীস্থিত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ বাসগৃহত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যখনৰ প্রাক্তন সাংসদ ৰমেন ডেকাই চলিত বৰ্ষৰ…

বিশ্ব ঐতিহ্যত অন্তর্ভুক্তিৰে প্রতিজ্ঞা পূৰণ:: ৬ বছৰৰ মুৰত কাটিলে চুলি

প্রস্তাৱিত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে প্রতিটো ক্ষেত্রত সংপৃক্ত হৈ থকা ড০ জাকিৰুল আলমে বিশ্ব ঐতিহ্য স্বীকৃতি পোৱাত ৬ বছৰৰ মূৰত কাটিলে চুলি | ২০১৪ চনতে ইউনেস্কই চৰাইদেউ মৈদাম…

পেৰিছ অলিম্পিকৰ ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত মল্লযুদ্ধা অমন চেহৰাৱতৰ ব্ৰঞ্জ পদক

প্ৰত্যাশা পূৰণ কৰি অমন চেহৰাৱতে শুকুৰবাৰে নিশা ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাৰ ব্ৰঞ্জ পদকৰ খেলখনত পুয়েৰ্টো ৰিকোৰ ডাৰিয়ান টই ক্ৰুজক ১৩-৫ পইণ্টত পৰাস্ত কৰি পেৰিছ অলিম্পিকত কুস্তিৰ ক্ষেত্ৰত ভাৰতক প্ৰথমটো পদক…

“শিক্ষা সপ্তাহ” উদযাপন

বৰপেটা শিক্ষা খণ্ডৰ পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰতো চলিত মাহৰ ৫ আগষ্ট তাৰিখৰ পৰা উলহ মালহেৰে “শিক্ষা সপ্তাহ” উদযাপন কৰা হয়। পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ প্ৰতিখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীৰ মাজত…

ই-মেগাজিন সাৰদা উন্মোচন

বৰপেটা জিলা শৈক্ষিক কোৰ গ্ৰুপৰ এক সভাত সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ দ্বাৰা প্ৰকাশিত ই-মেগাজিন “সাৰদা” উন্মোচন কৰা হয়। www.sharadaemagazine.online ত এই আলোচনীখন উপলদ্ধ কৰা হৈছে। শিক্ষক তথা বৰপেটা শিক্ষা…