Political ইডি কাৰ্যালয় ঘেৰাও প্ৰদেশ কংগ্ৰেছৰ August 23, 2024 Sonakshi Sarkar ইডি শেহতীয়াকৈ চৰকাৰৰ বহতীয়া হৈ পৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে গুৱাহাটীত কংগ্ৰেছ দলে ইডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই প্ৰতিবাদী…
Latest চামগুৰিত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ August 22, 2024 Sonakshi Sarkar চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাজিয়াগাঁও আৰু লাওখোৱা ব্লক মহিলা কংগ্ৰেছৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ আতিশয্য তথা অত্যধিক বিদ্যুৎ মাচুল বৃদ্ধি কৰি জনসাধাৰণক শোষণ কৰা আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰায় তিনি…
Latest আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদ August 22, 2024 Sonakshi Sarkar জনিয়া আঞ্চলিক কৃষক সভাৰ উদ্যোগত পশ্চিমবঙ্গৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ কৰি হত্যাৰ বিৰুদ্ধে জনিয়া শ্বহীদ ছুহেল ৰানা চ’কত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । জনিয়া আঞ্চলিক কৃষি সভা…
Latest নগাঁৱৰ বামুনী সামূহিক চিকিৎসালয়ত প্ৰসূতিৰ বাবে বিশেষ কোঠা August 21, 2024 Sonakshi Sarkar বামুনী সামূহিক স্বাস্থ্যকেন্দ্ৰত নতুনকৈ সংস্থাপন হ’ল প্ৰসূতিৰ বাবে এক বিশেষ কোঠা। ২০০১ চনতে মুকলি হোৱা চিকিৎসালয়খনত ২০০৯ চনৰ পৰা বহিঃবিভাগৰ চিকিৎসাসেৱা আৰম্ভ হৈছিল যদিও চিকিৎসালয়খনত প্ৰসূতি-মহিলাসকলৰ বাবে নাছিল কোনো বিশেষ…
Latest কৰিমগঞ্জত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস August 21, 2024 Sonakshi Sarkar কৰিমগঞ্জত উপস্থিত হৈ বিভিন্ন কামৰ পৰ্যালোচনা কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ৷ এই পৰ্যালোচনাত ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া,…
Sports জে কে বৰুৱা স্মৃতি আন্তঃ জিলা ক্ৰিকেট August 20, 2024 Sonakshi Sarkar জে কে বৰুৱা স্মৃতি আন্তঃ জিলা ১৯ বছৰ অনুৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ মেচ বৰপেটা আৰু গোৱালপাৰাত অনুষ্ঠিত হ’ব । লক্ষ্যনীয়ভাৱে অসম ক্ৰিকেট সন্থাৰ দ্বাৰা ইতিমধ্যে ‘জনেল’ মেচ সমুহ সমাপ্ত…
Political ‘কা’ৰ অধীনত আহমেদাবাদত ১৮৮ জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান August 20, 2024 Sonakshi Sarkar কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অলপতে নতুনকৈ কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইনৰ (কা) অধীনত আহমেদাবাদত ১৮৮ জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে, যি গুজৰাটত নাগৰিকত্ব প্ৰদানৰ প্ৰথম উদাহৰণ হিচাপে এক…
Latest ৰাজ্যত ১ ছেপ্টেম্বৰৰ পৰা হ্ৰাস পাব সুৰাৰ মূল্য August 20, 2024 Sonakshi Sarkar ১ ছেপ্টেম্বৰৰ পৰা অসমত সুৰাৰ মূল্য হ্ৰাস পাব। ১৭ আগষ্টত জাৰি কৰা এক জাননীত অসম আবকাৰী বিভাগে কয় যে ভাৰতত নিৰ্মিত বিদেশী সুৰা, বিয়েৰ, ৱাইন, ব্ৰেণ্ডি, ৰামকে ধৰি বিভিন্ন প্ৰকাৰৰ…
Sports উমেশ বৰুৱা স্মৃতি ফুটবল প্ৰতিযোগিতা August 16, 2024 Sonakshi Sarkar বৰপেটা জিলা ভিত্তিত প্ৰয়াত উমেশ বৰুৱা স্মৃতি প্ৰথম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা স্থানীয় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা ২০ আগষ্টৰ পৰা শুভাৰম্ভ হ’ব বুলি জানিব পৰা গৈছে । আমন্ত্ৰণ মুলক…
Latest ৰাষ্ট্ৰীয় স্কুল দবাত শ্ৰেষ্ঠ তামিলনাডু August 16, 2024 Sonakshi Sarkar সৰ্বভাৰতীয় দবা ফেডাৰেশ্যনৰ তত্বাধনত সদৌ অসম দবা সন্থাই আয়োজন কৰা অনুৰ্ধৰ ১২ আৰু ১৮ বছৰৰ প্ৰতিযোগিতাখনৰ ১২ অনিৰ্ধত তামিলনাডুৰ ভেলাম্মাল বিদ্যায় পাৰথিপট্টু আৰু ১৮ অনুৰ্ধত এম এইছ এছ এছ মুগ্গাপাৰে…