Author: Sonakshi Sarkar

পেৰিছ পেৰালিম্পিকত প্ৰীতি পালৰ দ্বিতীয়টো ব্ৰঞ্জ পদক অৰ্জন

ভাৰতীয় পেৰা-এথলীট প্ৰীতি পালে মহিলাৰ ২০০ মিটাৰ টি-৩৫ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। প্ৰীতিয়ে ফাইনেলত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন প্ৰস্তুত কৰি ৩০.০১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে আৰু পোডিয়াম স্থান লাভ কৰাত…

দেশৰ জিলা পৰ্যায়ৰ মাত্ৰ ৬.৭ শতাংশ ন্যায়ালয়তহে আছে মহিলা অনুকূল আন্তঃগাঁথনি: মুখ্য ন্যায়াধীশ

ভাৰতৰ মুখ্য ন্যায়াধীশ (চিজেআই) ডি ৱাই চন্দ্ৰচূড়ে দেওবাৰে কয় যে জিলা পৰ্যায়ৰ মাত্ৰ ৬.৭ শতাংশ আদালতত মহিলা-অনুকূল আন্তঃগাঁথনি আছে আৰু এই পৰিস্থিতি সলনি হোৱা প্ৰয়োজন। জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ…

চিবিএফচিৰ পৰা প্ৰমাণপত্ৰ লাভৰ অপেক্ষাতকংগনা ৰাণাৱটৰ ‘

কংগনা ৰাণাৱটৰ ছবি ইমাৰজেন্সি বৰ্তমান যথেষ্ট চৰ্চাত আছে। ছবিখন মুক্তিৰ পূৰ্বেই বহু বিতৰ্কত সাঙোৰ খাই পৰিছে। ইমাৰজেন্সি ছবিখন ২০২৪ৰ ৬ ছেপ্টেম্বৰত মুক্তি পাবলৈ সাজু হৈছে। ইফালে, কংগনা ৰাণাৱটে অভিযোগ কৰিছে…

ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ সৰ্বকালৰ সৰ্বাধিক ৬৮১.৬৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি

ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ দ্ৰুত হাৰত বৃদ্ধি পাইছে। আৰবিআই-য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৩ আগষ্ট, ২০২৪ তাৰিখে সমাপ্ত হোৱা সপ্তাহত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৭.০২ বিলিয়ন ডলাৰ বৃদ্ধি হৈ সৰ্বকালৰ…

ৰাজ্যৰ ৪খন জিলাত মণিপুৰীক সহযোগী চৰকাৰী ভাষা হিচাপে মৰ্যদা অসম চৰকাৰৰ

ভাষিক অন্তৰ্ভুক্তিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যৰ চাৰিখন জিলাত মণিপুৰীক সহযোগী চৰকাৰী ভাষা হিচাপে মনোনীত কৰি অসম চৰকাৰী ভাষা (সংশোধনী) বিধেয়ক, ২০২৪ গৃহীত কৰে। এই গুৰুত্বপূৰ্ণ…

নন্দোৎসৱ উদযাপন

বৰপেটা সত্ৰত নন্দোৎসৱ উপলক্ষে পুৱাৰ নাম-প্ৰসঙ্গত চৰণ,যুগল পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয় ৷ তাৰ পিছত ‘ভাগৱত’ আৰু ‘পাঠ’পঢ়া হয় ৷ প্ৰসঙ্গৰ অন্ত হোৱাৰ পিছত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত ‘গুৰুঘাত’…

সাংবাদিক তফিকুৰ ৰহমানলৈ এআইজে মিডিয়া এৱাৰ্ড-২০২৪

মাজদিয়া গাঁৱৰ যুৱ সাংবাদিক তফিকুৰ ৰহমানলৈ আগবঢ়োৱা হৈছে এছোচিয়েচন অৱ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ এআইজে মিডিয়া এৱাৰ্ড-২০২৪ । এনিউজ ২৪×৭ ৰ সৰ্থেবাৰীৰ সংবাদাতা হিচাপে কৰ্মৰত তফিকুৰ ৰহমানে এই বঁটা গ্ৰহণ কৰে ।…

বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ঐক্যবদ্ধ প্ৰচেষ্টা সম্পৰ্কে হাইস্কুলৰ শিক্ষাৰ্থীৰ মাজত সজাগতা সৃষ্টি

জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থত তৃণমূলৰ লোকে সংঘটিত কৰা বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ প্ৰয়োজনীয়তা সম্পৰ্কে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰাৰ নিৰলস অভিযানৰ সৈতে সংগতি ৰাখি অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে মঙলবাৰে…

লাডাখত পাঁচখন নতুন জিলা গঠনৰ ঘোষণা অমিত শ্বাহৰ

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত প্ৰদেশ লাডাখত পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি এই তথ্য প্ৰদান কৰিছে। তেওঁ…

জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

মৰাণ, মটক, টাই আহোম, চুতীয়া, কোঁচ ৰাজবংশী আৰু আদিবাসী-চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সংগ্ৰাম অব্যাহত ৰখা জনগোষ্ঠী কেইটাৰ এক উমৈহতীয়া মঞ্চ “ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসম “ৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত…