Author: Sonakshi Sarkar

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক জামিন উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে। সুৰা নীতি সম্পৰ্কীয় গোচৰটোত চিবিআইৰ এজাহাৰত এই জামিন দিয়া হৈছে।কেজৰিৱালক ১০ লাখ টকাৰ বণ্ডত জামিন দিয়া হৈছে। এই ক্ষেত্ৰত, ন্যায়াধীশ…

উত্তৰ- পূবত পথ নিৰ্মাণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ চতুৰ্থ পৰ্যায় (পিএমজিএছৱাই) ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰকাশিত তথ্য অনুসৰি ২৫,০০০ বসতি অঞ্চললৈ নতুন…

ডিজিপি-নিৰাপত্তা উপদেষ্টাক অপসাৰণৰ দাবীৰে ইম্ফলত প্ৰতিবাদী যাত্ৰা স্থানীয় মহিলাৰ

মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত ড্ৰোন আক্ৰমণৰ প্ৰতিবাদত স্থানীয় মহিলাসকলে সোমবাৰে নিশা ইম্ফলত অগ্নিশিখা লৈ প্ৰতিবাদীযাত্ৰা উলিয়ায়। তেওঁলোকে ডিজিপি আৰু নিৰাপত্তা উপদেষ্টাক অপসাৰণৰ দাবী উত্থাপন কৰিছে। ইম্ফলৰ থাংমেইবান্দত অগ্নিশিখা আৰু পোষ্টাৰ লৈ…

পেৰিছ পেৰালিম্পিকত অভিলেখ ২৯ টা পদকৰ ভাৰতৰ

ভাৰতৰ পেৰা-এথলীটসকলে পেৰিছ পেৰালিম্পিক গেমছত অভিলেখ ২৯ টা পদক জয় কৰি তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে। পূজা ওজাই দেওবাৰে ইয়াত মহিলাৰ কায়াক একক ২০০ মিটাৰ কেএল১ স্প্ৰিণ্ট কেনোয়িং ইভেণ্টৰ ফাইনেলত…

শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত ইতিহাস ৰচিলে অলি পোপে

শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয় টেষ্ট মেচত যুৱ অধিনায়ক অলি পোপে ইতিহাস সৃষ্টি কৰে। ইংলেণ্ডৰ টেষ্ট অধিনায়ক অলি পোপে টেষ্ট মেচৰ প্ৰথম দিনা এটা সুন্দৰ শতক অৰ্জন কৰে। তেওঁ অপৰাজিত ১০৩ ৰান…

আইএছএলৰ প্ৰতিটো ক্লাবে ভাৰতীয় সহকাৰী প্ৰশিক্ষক ৰখাটো বাধ্যতামূলক

ইণ্ডিয়ান চুপাৰ লীগে (আইএছএল) সকলো ক্লাবৰ বাবে কেইবাটাও নতুন নিয়ম প্ৰৱৰ্তন কৰে। যেনে বাধ্যতামূলক ভাৰতীয় সহকাৰী প্ৰশিক্ষক, কনকাচন (মূৰৰ আঘাতৰ বাবে মূৰ্চ্ছা যোৱা অৱস্থা) বিকল্প আৰু ৰঙা কাৰ্ডৰ সিদ্ধান্তৰ বিৰুদ্ধে…

জাগীৰোডত নিৰ্মাণ হ’ব তাজ হোটেল

শীঘ্ৰেই জাগীৰোডত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিবলগা টাটা অৰ্ধপৰিবাহী প্ৰকল্পৰ ওচৰতে নিৰ্মাণ হ’ব অসমত তৃতীয়খন তাজ হোটেল। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে…

পেৰিছ পেৰালিম্পিকত ২০ টা পদকৰে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন

ভাৰতীয় এথলীটসকলে পেৰিছ পেৰালিম্পিকত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। এতিয়ালৈকে, ভাৰতীয় এথলীটসকলে পেৰিছ পেৰালিম্পিকত ২০ টা পদক জিকিছে। ২০ টা পদকৰ ভিতৰত আছে ৩ টা সোণ, ৭টা ৰূপ আৰু ১০টা ব্ৰঞ্জৰ…

বাংলাদেশ ত্যাগ কৰিব নোৱাৰিব ১৭ জন প্ৰাক্তন মন্ত্ৰীয়ে

বাংলাদেশৰ এখন আদালতে সোমবাৰে প্ৰাক্তন বৈদেশিক মন্ত্ৰী মোঃ হাছান মাহমুদকে ধৰি ১৭ জন প্ৰাক্তন মন্ত্ৰী আৰু বহিষ্কৃত শ্বেখ হাছিনা চৰকাৰৰ নজন আইন প্ৰণেতাক দেশ ত্যাগ কৰিবলৈ বাধা প্ৰদান কৰে। এই…

মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি দুবছৰে হায়ৰাণ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্ব

“ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰেম প্ৰকৃততে এখন নাটকহে ৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰন, ৰাজনৈতিক অধিকাৰকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন প্ৰাপ্য অধিকাৰৰ…