Author: Sonakshi Sarkar

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত মুখ্যমন্ত্ৰীক এছ আই টিৰ প্ৰতিবেদন দাখিল

লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ পাকিস্তানৰে সংযোগ সন্দর্ভত তদন্তৰ বাবে মুখ্যমন্ত্রীয়ে যি এছ আই টি গঠন কৰিছিল, সেই এছ আই টিয়ে তদন্ত সম্পূর্ণ কৰি নির্ধাৰিত সময়ত অর্থাৎ ১০ ছেপ্টেম্বৰত…

৭ ফেব্ৰুৱাৰীৰ ২০২৬ৰ টি-২০ বিশ্বকাপ !

ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিবলগীয়া টি-২০ বিশ্বকাপ ২০২৬ অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।এই বিশ্বকাপ ভাৰতৰ কমেও পাঁচখন চহৰ আৰু শ্ৰীলংকাৰ দুখন চহৰত আয়োজন…

অসমৰ পৰা বিদেশী বহিষ্কাৰৰ ভূমিকাত থাকিব জিলা উপায়ুক্ত-অতিৰিক্ত জিলা উপায়ুক্ত

অসম চৰকাৰৰ কেবিনেটে ‘বিদেশী (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০’ৰ অধীনত ৰাজ্যৰ পৰা বিদেশীক অপসাৰণৰ বাবে এটা মানক পৰিচালনা পদ্ধতি (এছ অ’ পি)ত অনুমোদন জনাইছে। মঙলবাৰে সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

জ’কভিচক পৰাস্ত কৰি ইউ এছ অ’পেনৰ ফাইনেলত কাৰ্লোছ আলকাৰাজ

স্পেইনৰ কাৰ্লোছ আলকাৰাজে ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ন’ভাক জ’কভিচক পৰাস্ত কৰি ইউ এছ অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰে। শুকুৰবাৰে গভীৰ নিশা আৰ্থাৰ এছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখন ২ ঘণ্টা…

ভাৰতৰ বিশ্বকাপ দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ

মহিলা এদিনীয়া বিশ্বকাপৰ পূৰ্বে ডাঙৰ আঘাতৰ সন্মুখীন হ’বলগীয়া হৈছে টিম ইণ্ডিয়া। আঁঠুৰ আঘাতৰ বাবে বাহিৰ হ’ল উইকেটকীপাৰ-বেটছমেন যস্তিকা ভাটিয়া। তেওঁ আইচিচি প্ৰতিযোগিতাৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাও খেলিব নোৱাৰিব। যস্তিকাৰ…

ভাৰতত ৩১ শতাংশ মৃত্যুৰ কাৰণ হৈছে হৃদৰোগ

ভাৰতত প্ৰায় ৩১ শতাংশ মৃত্যুৰ কাৰণ হৃদৰোগ আৰু দেশত মৃত্যুৰ প্ৰধান কাৰণ হৈয়েই আছে হৃদৰোগ। ভাৰতৰ মহাপঞ্জীয়কৰ অধীনত নমুনা পঞ্জীয়ন জৰীপ (SRS) য়ে দাখিল কৰা শেহতীয়া তথ্যত এই কথা পোহৰলৈ…

দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ শীৰ্ষত হিন্দু কলেজ, দ্বিতীয়ত মিৰাণ্ডা হাউচ কলেজ

শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এন আই আৰ এফ ৰেংকিং ২০২৫।এইবাৰো মহাবিদ্যালয় শাখাত দিল্লী বিশ্ববিদ্যালয়ৰ (ডি ইউ) মহাবিদ্যালয়সমূহে আধিপত্য বিস্তাৰ কৰিছে। যোৱা বছৰৰ দৰে এইবাৰো হিন্দু কলেজে শীৰ্ষস্থান দখল কৰিছে। একে…

‘কা’ৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব আবেদনৰ সময় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি

ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰি ভাৰতলৈ অহা আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ অমুছলমানক কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সকাহ দিছে। গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশত কয় যে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা হিন্দু,…

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন চীনৰ

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন কৰিলে চুবুৰীয়া ৰাষ্ট্ৰ চীনে। বুধবাৰে বিজয় দিৱসৰ পেৰেডত বৃহৎ সামৰিক শক্তি প্ৰদৰ্শন কৰে চীনে। ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ভাষণৰ পিছত চীনৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা হয়।…

ৰাণীত চি আৰ পি এফৰ উত্তৰ পূব মণ্ডল ভলীবল প্ৰতিযোগিতাৰ সামৰণি ; ১৫৬ বেটেলিয়ান চেম্পিয়ন

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মূখ্য কাৰ্যালয় চৌহদত উত্তৰ পূৱ মণ্ডলৰ অধীনৰ আন্তঃ বেটেলিয়ান আৰু গ্ৰুপ চেণ্টাৰ ভিত্তিত দুদিনীয়াকৈ…