Assam ইচ্ছাকৃতভাৱে কংগ্ৰেছ ভোটাৰৰ নাম কৰ্তন কৰিছে নিৰ্বাচন আয়োগে: ৰাহুল গান্ধীৰ অভিযোগ September 18, 2025 Sonakshi Sarkar কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ভোট চুৰিৰ অভিযোগক লৈ দ্বিতীয়বাৰৰ বাবে সংবাদমেল সম্বোধন কৰে। ইয়াৰ পূৰ্বে তেওঁ ৭ আগষ্টত সংবাদ মেল সম্বোধন কৰে। ৰাহুল গান্ধীয়ে উপস্থাপনৰ…
Sports একেৰাহে দ্বিতীয়বাৰলৈ মহিলা গ্ৰেণ্ড চুইছ চেম্পিয়ন বৈশালী ৰমেশবাবু September 16, 2025 Sonakshi Sarkar ভাৰতৰ বৈশালী ৰমেশবাবুৱে ফিডে ৱ’মেনছ গ্ৰেণ্ড চুইচ ২০২৫ৰ খিতাপ জয়লাভ কৰিছে।একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ তথ্য অনুসৰি এই জয়েৰে বৈশালীয়ে ৱমেন কেণ্ডিডেটচ ২০২৬ত নিজৰ স্থান…
Assam বিশ্বকৰ্মা পূজাত যান-বাহন প্ৰতিষ্ঠানৰ শ্ৰমিক, বাহনৰ সহায়কৰ বাবে পৰিবহণ বিভাগৰ বিশেষ জনসেৱা মাহৰ কাৰ্যসূচী September 16, 2025 Sonakshi Sarkar পথত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ লক্ষ্যৰে পৰিবহণ বিভাগে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত আগন্তুক বিশ্বকৰ্মা পূজাত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত…
Assam চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি September 16, 2025 Sonakshi Sarkar গুৱাহাটী জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শালক্য তন্ত্ৰ বিভাগৰ উদ্যোগত আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ সহযোগত প্ৰয়াত অধ্যাপক ডাঃ কেশৱ চন্দ্ৰ বৰ্মনৰ সোঁৱৰণত ১৪ ছেপ্টেম্বৰত অসম ভিত্তিত এখন প্ৰাইজমানি কুইজ…
Assam গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ সম্পন্ন September 15, 2025 Sonakshi Sarkar গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ১৩ ছেপ্টেম্বৰত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয় । শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ (এম আই চি), কেন্দ্ৰীয় মাধ্যমিক…
Assam এন আই টি শিলচৰৰ পৰা পাঁচ বাংলাদেশী ছাত্ৰ নিলম্বন আৰু বিতাড়িত September 15, 2025 Sonakshi Sarkar নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি) শিলচৰৰ পাঁচগৰাকী বাংলাদেশী ছাত্ৰ কেম্পাছত হিংসাত্মক সংঘৰ্ষত জড়িত থকাৰ অভিযোগত নিলম্বন কৰা হৈছে আৰু তেওঁলোকক বিতাড়িত কৰা হ’ব। এন আই টিৰ সঞ্চালক দিলীপ…
Sports দেওবাৰে এছিয়া কাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ September 13, 2025 Sonakshi Sarkar কাইলৈ এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব গ্ৰুপ ষ্টেজৰ হাইভল্টেজ মেচখন।ইউ এ ইৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ কৰি টিম ইণ্ডিয়াই অভিযান আৰম্ভ কৰিছে। আনহাতে, পাকিস্তানে প্ৰতিযোগিতাখনত প্ৰথমখন মেচ…
Assam মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু September 13, 2025 Sonakshi Sarkar মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু ঘটিছে। চিকিৎসালয়ত তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।লাপাঙে (৯৩) ইহ সংসাৰত পত্নী এমেথিষ্ট লিণ্ডা জ’নছ ব্লাহ আৰু দুটা সন্তানক এৰি থৈ…
Assam ভৰতৰ ৰেল নেটৱৰ্কত অন্তৰ্ভুক্ত মিজোৰাম September 13, 2025 Sonakshi Sarkar প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মিজোৰামৰ ৰাজধানী আইজলক সংযোগ কৰিব পৰা বৈৰাবি-ছাইৰাং ৰেলপথ উদ্বোধন কৰে। ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে ৰাজ্য ভ্ৰমণৰ সময়ত মোদীয়ে আইজলৰ পৰা এখন ৰাজধানী এক্সপ্ৰেছৰ…
Assam নগাঁওত ১৭ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ‘মানুহে মানুহৰ বাবে’ গীত গাই ৰচিলে অভিলেখ September 11, 2025 Sonakshi Sarkar সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে নগাঁও জিলাত ১৭ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ বিখ্যাত গীত ‘মানুহে মানুহৰ বাবে’ গীতটি সামূহিকভাৱে গাই ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নিজৰ নাম অন্তৰ্ভূক্ত কৰে।…