Author: Sonakshi Sarkar

স্পেইনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে কেপ ভাৰ্ডে

২০২৬ ৰ ফিফা বিশ্বকাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত স্পেইনে প্ৰথমখন মেচতে বেকফুটত দেখা যায় । প্ৰথম বিশ্বকাপ খেলি থকা আফ্ৰিকান ৰাষ্ট্ৰ কেপ ভাৰ্ডে স্পেইনৰ দৰে শক্তিশালী দল এটাক ড্ৰ’ খেলিবলৈ…

টিউনিছিয়াৰ বিৰুদ্ধে বৃহৎ জয়ৰে বিশ্বকাপৰ গ্ৰুপ ‘এফ’ শীৰ্ষত ছুইডেন

ফিফা ফুটবল বিশ্বকাপত বৃহৎ জয়ৰে অভিযান আৰম্ভ কৰিছে ছুইডেনে। টিউনিছিয়াৰ বিৰুদ্ধে ৫-১ গ’লত জয়লাভ কৰি দলটোৱে গ্ৰুপ এফত শীৰ্ষস্থান দখল কৰে। মেক্সিকোৰ গুৱাডালুপ চিটিত অনুষ্ঠিত খেলখনত লং শ্বটেৰে প্ৰথমটো গ’ল…

১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিৰ বাবে নতুন আধাৰ কাৰ্ড প্রদান সম্পূৰ্ণৰূপে বন্ধ

ৰাজ্যত এতিয়াৰে পৰা ১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিৰ বাবে নতুন আধাৰ কাৰ্ড প্রদান সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে আজিৰ কেবিনেট সিদ্ধান্ত গ্রহণ কৰে। কাৰণ ৰাজ্যখনত ইতিমধ্যে ১৮ বছৰৰ ঊৰ্ধৰ জনসংখ্যাৰ প্রায়…

জালুকবাৰী সমষ্টিৰ ৰাণী চাপৰিত কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে

কামৰ যে সৰু বৰ নাই আৰু ইচ্ছা কৰিলে শিক্ষিত যুৱকসকলে কৃষি কৰ্ম কৰিব পাৰে তাৰ বিৰল নিদৰ্শন দেখুৱাইছে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ তথা জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত…

ফিফা বিশ্বকাপত জয়ৰে অভিযান আৰম্ভ দক্ষিণ কোৰিয়াৰ

দক্ষিণ কোৰিয়াই ২০২৬ ৰ ফিফা বিশ্বকাপত জয়লাভৰে আৰম্ভণি কৰে। এখন ৰোমাঞ্চকৰ খেলত দলটোৱে চেক গণৰাজ্যক ২-১ গ’লত পৰাস্ত কৰে। দ্বিতীয়াৰ্ধত ১-০ গ’লত পিছ পৰাৰ পৰা উভতি আহি দক্ষিণ কোৰিয়াই জয়লাভ…

অমিত শ্বাহৰ অধ্যক্ষতাত  ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰ

বিশ্বজুৰি শক্তি সংকট আৰু মধ্যপ্ৰাচ্যত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড…

গৰীয়া – মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত বনকৰ্মী চিকন চিকন ডেকাক সম্বৰ্ধনা

সদৌ অসম কেজুৱেল বনকৰ্মী সন্থাৰ সভাপতি তথা বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনৰ মঙলদৈ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত কৰ্মৰত অস্থায়ী বনকৰ্মী হিচাপে নিৰ্ধাৰিত হাৰত দৰমহা লাভ কৰি বিভাগলৈ অনবদ্য…

কাইলৈ পৰা ইংলেণ্ড-ৱেলছত আৰম্ভ হ’ব দশম মহিলা টি-২০ বিশ্বকাপ

কাইলৈ ইংলেণ্ড আৰু ৱেলছত আৰম্ভ হ’ব দশম মহিলা টি-২০ বিশ্বকাপ। প্ৰথমখন খেল আয়োজক ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব। ৫ জুলাইত লৰ্ডছত অনুষ্ঠিত হ’ব ফাইনেল। ২৪ দিনত ১২টা দলে ৩৩খন…

কেন্সাৰ ঔষধত দাম বৃদ্ধিত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

দেশজুৰি কেন্সাৰ ঔষধৰ নাটনিৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে দাম বৃদ্ধিৰ সিদ্ধান্ত। কেমোথেৰাপি ঔষধ চিছপ্লেটিন আৰু কাৰ্ব’প্লেটিনৰ দাম বৃদ্ধিৰ বাবে নীতিগত অনুমোদন জনাইছে। চৰকাৰে কয় যে এই ঔষধৰ বাঢ়ি অহা…

জম্মু কাশ্মীৰত সেনা অভিযানত সন্ত্ৰাসবাদীক ধৰাশায়ী ; দক্ষিণ কামৰূপৰ  ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান  ৰাষ্ট্ৰপতিৰ

অসম সন্তান, দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাসিন্দা তথা ভাৰতীয় সেনাত মেজৰ হিচাপে কৰ্মৰত ভাৰ্গৱ কলিতাই জম্মু আৰু কাশ্মীৰত সন্ত্রাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানত দুর্দান্ত সাহসিকতা প্ৰদৰ্শন কৰা বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় শৌৰ্য…