Business বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পি নেত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান December 30, 2025 Sonakshi Sarkar বাংলাদেশৰ ৰাজনীতিৰ অন্যতম শক্তিশালী স্তম্ভ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মঙলবাৰে পুৱতি নিশা ৮০ বছৰ বয়সত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা জিয়াৰ ঢাকাৰ এভাৰকেয়াৰ…
Business অসমত অমিত শ্বাহে উন্মোচন কৰিলে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু আধুনিক আৰক্ষী প্ৰশাসনৰ কেইবাখনো আঁচনি December 30, 2025 Sonakshi Sarkar অসমৰ সাংস্কৃতিক পুনৰুদ্ধাৰ আৰু আধুনিক আইনী ব্যৱস্থা দৃঢ়ীকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটি ব্যস্ত দিন অতিবাহিত কৰে। যাত্ৰা শুৰুর বাবে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত এক নতুন পৰিকল্পিত…
Business নিজৰ মাতৃভাষাটোক কেতিয়াও পাহৰি নাযাবঃ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ December 29, 2025 Sonakshi Sarkar বৰ্তমানৰ গোলকীকৰণৰ যুগত আধুনিক ভাষাৰ পয়োভৰৰ মাজতো নিজৰ শিপা আৰু স্বকীয়তা ধৰি ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। সোমবাৰে জামছেদপুৰৰ সমীপৱৰ্তী কাৰাণ্ডিহৰ দিশম জাহেৰথান প্ৰাংগণত আয়োজিত চাওতালী…
Business শোকাবহ! বছৰৰ শেষৰ ছুটীত ফুৰিবলৈ গৈ দুৰ্ঘটনাত মৃত্যু মহিলা চিকিৎসকৰ December 29, 2025 Sonakshi Sarkar বছৰৰ শেষৰ ছুটীত ফুৰিবলৈ গৈ পশ্চিমবংগৰ নকশালবাৰীৰ কদমা মোৰ অঞ্চলত এক শোকাবহ পথ দুৰ্ঘটনাৰ বলি হ’ল উত্তৰবঙ্গ মেডিকেল কলেজৰ চাৰিগৰাকী চিকিৎসক। দেওবাৰে সংঘটিত এই দুৰ্ঘটনাত এগৰাকী জুনিয়ৰ চিকিৎসকৰ মৃত্যু হোৱাৰ…
Business যুৱ প্ৰজন্মক বিশ্বাসঘাতকতা নকৰোঁঃ ৪০ কোটি টকীয়া গুটখাৰ বিজ্ঞাপন প্ৰত্যাখান অভিনেতা সুনীল শেট্টীৰ December 29, 2025 Sonakshi Sarkar সাম্প্ৰতিক সময়ত বলীউডৰ তাৰকা অভিনেতা শ্বাহৰুখ খান, অজয় দেৱগন আৰু অক্ষয় কুমাৰৰ দৰে তাৰকাসকলে গুটখা আৰু পান মছলাৰ বিজ্ঞাপনত অংশ লৈ তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে বলীউডৰ জ্যেষ্ঠ অভিনেতা…
Business মুখ্যমন্ত্ৰীৰ শংকৰ-আজান মন্তব্যৰ বিৰুদ্ধে সৰৱ বুদ্ধিজীৱী ড° হীৰেন গোহাঁই December 29, 2025 Sonakshi Sarkar অসমৰ সাম্প্ৰদায়িক সমন্বয়ৰ ঐতিহ্য আৰু ঐতিহাসিক চৰিত্ৰসমূহক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক ড° হীৰেন গোহাঁইয়ে। গুৱাহাটীত…
Business আৰাৱলী পৰ্বতমালাৰ সংজ্ঞাক লৈ পূৰ্বৰ ৰায়ত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ December 29, 2025 Sonakshi Sarkar আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সেই অঞ্চলত খনন কাৰ্যৰ নিয়ন্ত্ৰণক লৈ সোমবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে যোৱা ২০ নৱেম্বৰৰ ৰায়টো…
Sports ২০২৫ ত ভাৰতৰ পুৰুষ আৰু মহিলা ক্ৰিকেট দলৰ বিশ্বকাপত আধিপত্য বিস্তাৰ December 29, 2025 Sonakshi Sarkar ভাৰতীয় মহিলা ক্ৰিকেট দলে ২০২৫ চনত এদিনীয়া বিশ্বকাপ জয় কৰি আই চি চিৰ ট্ৰফী জয়ৰ বাবে থকা দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাইছিল যদিও ভাৰতীয় পুৰুষ দলটোৱে টেষ্ট ক্ৰিকেটত সংগ্ৰাম কৰিছিল, যাৰ…
Assam কুলদীপ সিং চেংগাৰক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ December 29, 2025 Sonakshi Sarkar উন্নাও ধৰ্ষণ গোচৰত দোষী সাব্যস্ত হোৱা কুলদীপ সিং চেংগাৰে উচ্চতম ন্যায়ালয়ৰ পৰা এক বৃহৎ আঘাতৰ সন্মুখীন হৈছে। পৰৱৰ্তী শুনানিলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়েও কুলদীপ…
Business উন্নাও ধৰ্ষণ কাণ্ডঃ কুলদীপ সিং চেংগাৰৰ জামিনত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ December 29, 2025 Sonakshi Sarkar উন্নাও ধৰ্ষণ কাণ্ডৰ দোষী সাব্যস্ত প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সিং চেংগাৰৰ যাৱজ্জীৱন কাৰাদণ্ড স্থগিত ৰাখি দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ ওপৰত সোমবাৰে স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য…