Author: Sonakshi Sarkar

নিউয়ৰ্কৰ মেয়ৰ জোহৰান মমদানীৰ সমৰ্থনঃ কাৰাৰুদ্ধ ওমৰ খালিদলৈ লিখিলে আৱেগিক পত্ৰ

দিল্লীৰ তিহাৰ জেলত বিগত প্ৰায় পাঁচ বছৰ ধৰি কাৰাবন্দী হৈ থকা জে এন ইউৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে নিউয়ৰ্কৰ নৱ-নিযুক্ত মেয়ৰ জোহৰান মমদানীয়ে। বৃহস্পতিবাৰে মমদানীয়ে…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ওছমান খোৱাজাৰ

আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ তাৰকা বেটাৰ উছমান খোৱাজাই। আগন্তুক দেওবাৰৰ পৰা ছিডনীত আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিমখন এছেজ টেষ্টৰ পাছতে তেওঁ ক্ৰিকেট জগতক…

সংস্কাৰঃ পিতৃৰ আশীৰ্ব্বাদ লৈ হাৰিয়ানাৰ নতুন ডিজিপি হিচাপে দায়িত্ব ল’লে অজয় সিংঘলে

প্ৰশাসনিক দায়িত্বতকৈও যে সংস্কাৰ আৰু পিতৃ-মাতৃৰ স্থান সদায় ওপৰত, তাৰেই এক অনন্য নিদৰ্শন দাঙি ধৰিছে হাৰিয়ানাৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান অজয় সিংঘলে। বৃহস্পতিবাৰে পঞ্চকুলাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত তেওঁ আৰক্ষী…

১০০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছেঃ আৰম্ভ ৫০ হাজাৰ টকাৰ মাচুলসহ প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া

আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰি বছৰৰ প্ৰথমটো দিনতে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ৰাজ্যৰ ১২৬ খন আসনৰ ভিতৰত ১০০ খন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ…

বাংলাদেশত পুনৰ হিন্দু ব্যৱসায়ীক জ্বলাই হত্যাৰ চেষ্টা! ভয়ংকৰ আক্ৰমণৰ বলি খোকন দাস

বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি থকা ধাৰাবাহিক আক্ৰমণৰ শেহতীয়া বলি হৈছে খোকন দাস (৫০) নামৰ এজন ঔষধ ব্যৱসায়ী। ৩১ ডিচেম্বৰৰ নিশা শৰীয়তপুৰ জিলাৰ দামুদ্যা উপজিলাত এদল দুষ্কৃতিকাৰীয়ে খোকন দাসক…

নৱবৰ্ষ উদ্‌যাপন মুহূৰ্ততে শোক: চুইজাৰলেণ্ডত বিস্ফোৰণত কঁপিল দেশ, বহু হতাহত হোৱাৰ আশংকা

সমগ্ৰ বিশ্ব নতুন বছৰ উদযাপনের সময় চুইজাৰলেণ্ডৰ ক্ৰান্স-মণ্টানা ৰিজৰ্টৰ ‘লে কনষ্টেলচন’ নামৰ বাৰত সংঘটিত এক ভয়ংকর বিস্ফোৰণৰ ঘটনাত অন্তত ৪০ জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। বৃহস্পতিবাৰে চুইজাৰলেণ্ড আৰক্ষী…

অসমত হিজবুল মুজাহিদিনৰ মডিউল গঢ়াৰ অপৰাধঃ কামৰুজ জামানক যাৱজ্জীৱন কাৰাদণ্ড

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা তথা পাকিস্তানভিত্তিক চৰমপন্থী সংগঠনৰ হৈ অসমত মডিউল গঢ়ি তোলাৰ এক গুৰুতৰ গোচৰত মঙলবাৰে আদালতৰ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰকাশ পাইছে। গুৱাহাটীৰ বিশেষ এন আই এ…

আগন্তুক বিধানসভা নিৰ্বাচন কেৱল আনুষ্ঠানিকতাহে মাথোন ; অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ;মধ্য গুৱাহাটীত কংগ্ৰেছ নেতা – কৰ্মীসহ বিভিন্ন জাতি জনগোষ্ঠীৰ পাঁচ শতাধিকৰ অগপ দলত যোগদান

আগন্তক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত শাসকীয় এন ডি এৰ উপৰিও কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চয়ো নিৰ্বাচনক লৈ কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত আন…

ভাৰতীয় পুৰুষ হকী দলৰ বাবে স্মৰণীয় বৰ্ষ ২০২৫

ভাৰতীয় পুৰুষ হকী দলৰ বাবে ২০২৫ বৰ্ষটো স্মৰণীয় বৰ্ষ আছিল। বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হোৱা হিৰো এছিয়া কাপ ২০২৫ত জয়লাভ কৰি ভাৰতীয় দলটোৱে ৮ বছৰৰ পাছত খিতাপ অৰ্জন কৰাই নহয় এছিয়াৰ…

মৃত্যুৰ পূৰ্বেই নিজৰ সমাধি নিৰ্মাণ এগৰাকী অশীতিপৰ বৃদ্ধৰ

মৃত্যু চিৰন্তন সত্য আৰু এই সত্যক আদৰি ল’বলৈ তেলেংগানাৰ জগতীয়াল জিলাৰ এজন ৮০ বছৰীয়া বৃদ্ধই গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। লক্ষ্মীপুৰম গাঁৱৰ বাসিন্দা নাক্কা ইন্দ্ৰায়া নামৰ ব্যক্তিগৰাকীয়ে সম্পূৰ্ণ সুস্থ অৱস্থাত…