Assam সীমান্তৰে পুনৰ বহিষ্কাৰ ১২ অনুপ্ৰৱেশকাৰী! অবৈধ অনুপ্ৰৱেশ ৰুধিবলৈ ৰাজ্যত অব্যাহত ‘মিছন ক্লীন আপ’ March 13, 2026 Paromita চুবুৰীয়া দেশ বাংলাদেশৰ পৰা অবৈধভাৱে সীমা অতিক্ৰম কৰি অহা ১২ গৰাকী অনুপ্ৰৱেশকাৰীক পুনৰ দেশৰ পৰা বহিষ্কাৰ কৰা হৈছে। বৃহস্পতিবাৰে নিশা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াৰ জৰিয়তে এই…
Assam উগ্ৰপন্থীৰ সহায়ত ফলাফল সলনিৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছ নেতা পৱন খেড়াইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ March 13, 2026 Paromita আগন্তুক বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ ফলাফলত খেলিমেলি কৰিবলৈ বিৰোধী পক্ষই নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ আশ্ৰয় লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি গুৱাহাটীত এক সংবাদমেল সম্বোধন…
Assam অসমৰ কোনো জিলাতে নাই বিৰোধীৰ অস্তিত্ব! ২০২৬ত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়ৰ হুংকাৰ অজন্তা নেওগৰ March 13, 2026 Paromita আগন্তুক বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় ঘটিব কংগ্ৰেছ মিত্ৰজোঁটৰ। এই দাবীৰে একপ্ৰকাৰ যুদ্ধংদেহী হুংকাৰ দিলে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। আজি গোলাঘাটত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত তেওঁ কয় যে বৰ্তমান…
Assam কংগ্ৰেছৰ ২৫ বছৰীয়া সংগ ত্যাগ জনচন জে চাংমাৰ; বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোত মোক্ষম আঘাত March 13, 2026 Paromita আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ থকাৰ মাজতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে আহিছে এক বেয়া খবৰ। দলটোৰ সৈতে থকা ২৫ বছৰীয়া সম্পৰ্ক ছেদ কৰি আজি সকলো পদবী আৰু…
Assam মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে দেশবাসীক অভয়বাণী কেন্দ্ৰীয় চৰকাৰৰ; ভাৰতত কোনো কাৰণতে নঘটে ইন্ধনৰ নাটনি March 12, 2026 Paromita দেশত নাটনি নহয় ইন্ধনৰ। চৰম উত্তেজনাপূৰ্ণ বৈশ্বিক পৰিস্থিতি আৰু ‘ষ্ট্ৰেইট অৱ হৰমুজ’ বন্ধ হৈ পৰাক লৈ সৃষ্টি হোৱা তীব্ৰ উৎকণ্ঠাৰ মাজতে আজি দেশবাসীক এই অভয়বাণী প্ৰদান কৰিলে কেন্দ্ৰীয় শক্তি মন্ত্ৰী…
Assam পশ্চিম এছিয়াৰ যুদ্ধত বিধ্বস্ত হ’ব পাৰে ভাৰতৰ অৰ্থনীতিঃ সংসদত আশংকা ৰাহুল গান্ধীৰ March 12, 2026 Paromita মধ্যপ্ৰাচ্যৰ ভয়ংকৰ যুদ্ধই এইবাৰ চৰম আঘাত হানিব পাৰে ভাৰতৰ অৰ্থনীতি আৰু শক্তি নিৰাপত্তাত! এই ভয়ংকৰ আশংকা ব্যক্ত কৰি আজি লোকসভাৰ মজিয়াত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিৰোধী দলপতি ৰাহুল গান্ধী।…
Assam অসম আৰক্ষীৰ অপাৰেচন প্ৰঘাত; বাংলাদেশৰ সন্ত্ৰাসবাদীৰ সৈতে মিতিৰালি কৰি গ্ৰেপ্তাৰ ২ জেহাদী March 12, 2026 Paromita বাংলাদেশভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে মিতিৰালি কৰি অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ জালত পৰিল দুই জেহাদী। মঙলবাৰে নিশা বজালী আৰু বৰপেটা জিলাত চলোৱা এক যুটীয়া অভিযানত জহিৰুল ইছলাম আৰু চাহিদুল ইছলাম…
Assam বাইহাটা-তেজপুৰৰ ১৩৬ কিলোমিটাৰ পথ হ’ব চাৰিলেনযুক্ত; ১৫,৪৩১ কোটি টকাৰ মেগা প্ৰকল্পত বিত্ত মন্ত্ৰালয়ৰ অনুমোদন March 12, 2026 Paromita ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আনি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী ১৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ চাৰিলেনযুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে। প্ৰায় ১৫,৪৩১ কোটি টকা…
Assam মণিপুৰত অপহৃত দুজনৰ মৃতদেহ উদ্ধাৰ; এনআইএ-ক অৰ্পণ অপহৰণ আৰু হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব March 12, 2026 Paromita মণিপুৰত অপহৃত দুজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (এনআইএ)ক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি সদনৰ…
Assam ইন্ধনৰ নাটনিক লৈ অপপ্ৰচাৰ চলালে হ’ব জেল; উৰাবাতৰি বিয়পোৱা দুষ্কৃতিকাৰীক অসম আৰক্ষীৰ কঠোৰ সকীয়নী March 12, 2026 Paromita ৰাজ্যত এলপিজি আৰু অন্যান্য পেট্ৰ’লিয়াম সামগ্ৰীৰ নাটনি হোৱা বুলি উৰাবাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষীয়ে। ছচিয়েল মিডিয়াযোগে আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে কোনো দুষ্কৃতিকাৰীয়ে জনসাধাৰণৰ…