Author: Paromita

হত্যাকাৰীয়ে শাস্তি নোপোৱালৈকে ক্ষান্ত নহও : সমুজ্জ্বল ভট্টাচাৰ্য

নলবাৰীৰ নৃশংস হত্যা কাণ্ডৰ ঘটনাই জোকাৰিছে ৰাজ্য ।‌নলবাৰীৰ গংগাপুৰ অঞ্চলত আছু কৰ্মীক হানি খুচি হত্যা কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টা…

বিধায়ক তাঞ্জিল হুছেইনক অসম যুৱ কংগ্ৰেছৰ উপ-সভাপতি নিযুক্তি

ৰাজ্যত দলীয় সংগঠনৰ ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সমিতিত এক গুৰুত্বপূৰ্ণ সালসলনি কৰিছে নেতৃত্বই। দলীয় নেতৃত্বৰ অনুমোদন লাভ কৰাৰ পিছতে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে বিধায়ক তাঞ্জিল হুছেইনক…

ৰাজ্যত জুনৰ পৰা সাময়িকভাৱে বন্ধ হ’ল ৰেহাই মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ যোগান আঁচনি

বৰ্তমান চলি থকা লেখেয়া বাজেট ব্যৱস্থাৰ বাবে জুন মাহৰ পৰা ৰাজ্য চৰকাৰে সাময়িকভাৱে স্থগিত ৰাখিছে মচুৰ দাইল, চেনি আৰু নিমখৰ ৰেহাই মূল্যৰ যোগান আঁচনি। ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পিছত…

ছয়গাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ; গুলীবিদ্ধ শিশু ধৰ্ষণকাৰী আক্কাছ আলী

ধৰ্ষণ গোচৰৰ এজন অভিযুক্তক তদন্তৰ বাবে লৈ যোৱাৰ সময়তে সংঘটিত হ’ল এক চাঞ্চল্য্যকৰ এনকাউণ্টাৰৰ ঘটনা। কামৰূপ জিলাৰ ছয়গাঁৱত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয়…

প্ৰেমিকাৰ বাবে নিয়ন্ত্ৰণ ৰেখা পাৰ হ’ল পাকিস্তানৰ যুৱক; সেনাৰ হাতত আটক হ’ল প্ৰেমিক-প্ৰেমিকা যুগল

সীমান্তৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাকো নেওচি কেৱল প্ৰেমিকাৰ কাষ পাবলৈকে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা ভাৰতভূমিত প্ৰৱেশ কৰিলে এজন যুৱকে। জম্মু-কাশ্মীৰৰ উৰী খণ্ডত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ অহা পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ এই…

শিশু অপহৰণকাৰী চক্ৰ ফাদিল; গ্ৰাহকৰ ভেশত অনুসন্ধান চলাই দুই চিকিৎসকসহ তিনিজনক গ্ৰেপ্তাৰ আইপিএছ অংশিকা বাৰ্মাৰ

সঘনে সংঘটিত শিশু অপহৰণৰ ঘটনাই মূৰৰ কামৰোণিৰ সৃষ্টি কৰিছিল আৰক্ষী মহলত। অতি পৰিকল্পিতভাৱে হৈ অহা এই অপহৰণৰ ঘটনাৰ তদন্ত চলাই অৱশেষত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল আৰক্ষীয়ে। শেহতীয়াকৈ এটি…

ৰাজধানীত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা! ডাউদ ইব্ৰাহিমৰ নেটৱৰ্কৰ সৈতে জড়িত ৯ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় ৰাজধানীত এক বৃহৎ কূটাঘাতৰ পৰিকল্পনা নস্যাৎ কৰিবলৈ সক্ষম হ’ল দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। কুখ্যাত আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ নেটৱৰ্ক আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে জড়িত ৯টা সন্ত্ৰাসবাদীক শনিবাৰে…

বেঙুনীয়া হব গুৱাহাটী মহানগৰী

স্বচ্চ সুৰবেক্ষণক লৈ সাজু গুৱাহাটী পৌৰ নিগম। নিগমৰ এলেকাৰ প্ৰতিখন উন্নয়ণ সমিতিৰ মাজত হব স্বচ্চতাৰ এক প্ৰতিযোগিতা।অহা ১ জুনৰ পৰা ১৫ জুনলৈ আৰম্ভ হব প্ৰতিযোগিতাৰ পঞ্জীয়ন পৰ্ব।পঞ্জীয়ণ কৰা সমিতি সমূহৰ…

কোকৰাঝাৰত বনভোজলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; ৫ যুৱক গুৰুতৰভাৱে আহত

বনভোজ খাবলৈ যোৱাৰ পথতেই এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী বাহন। কোকৰাঝাৰ জিলাৰ শিখনা জহ্লাও ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ বিশ্বমূৰী-সৰলপাৰা পথৰ উল্টাপানীৰ সমীপত শুকুৰবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা। গোৱালপাৰাৰ…

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ গৰ্ভৱতী বন্যহস্তীৰ মৃত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা হাতী-মানুহৰ সংঘাতৰ মাজতে অব্যাহত আছে বন্যহস্তীৰ অস্বাভাৱিক মৃত্যুৰ ধাৰা। এইবাৰ গোৱালপাৰা জিলাৰ মৰনৈ অঞ্চলত খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল এটা গৰ্ভৱতী বন্যহস্তীৰ।…