Sports World ২০ জুনত চুপাৰ ৮ৰ আফগানিস্তানৰে মুখামুখি ভাৰতৰ June 19, 2024 editor টি-২০ বিশ্বকাপত ভাৰতীয় দলটোৱে লীগ পৰ্যায়ত সুন্দৰ প্ৰদৰ্শন কৰি তেওঁলোকৰ সকলোবোৰ মেচত জয়ী হয়।এখন খেলত বৰষুণে বিধি পথালি দিছিল। টীম ইণ্ডিয়াই তেওঁলোকৰ গ্ৰুপত শীৰ্ষ স্থান অৰ্জন কৰিছে। ভাৰতীয় দলৰ পৰৱৰ্তী…
Business Economy আৰণ্যকৰ উদ্যোগত কাৰ্বি মহিলাক হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ June 15, 2024 editor উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ কহৰাত ৯-১০ জুনলৈ এক দুদিনীয়া হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণ সম্পৰ্কীয় প্ৰশিক্ষণ আৰু দিকদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । কহৰাৰ…
News মেধীপাৰা পাৰঘাটত বনবিভাগৰ অভিযান June 15, 2024 editor ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আৰু শিমলীতোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন নবাগত শিমলীতোলাৰ মেধিপাৰা জলজলী নদীৰ ঘাট,বজাৰ ঘাটকে ধৰি সংশ্লিষ্ট কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত দীৰ্ঘদিনৰে পৰা বন বিভাগৰ চকুত ধুলি…
Sports উইম্বলডনৰ ৫ কোটি পাউণ্ড হ’ব পুৰষ্কাৰৰ ধন June 14, 2024 editor অল ইংলেণ্ড ক্লাবৰ বিষয়াসকলে ঘোষণা কৰে যে উইম্বলডনৰ মুঠ পুৰষ্কাৰৰ ধন অভিলেখ ৫ কোটি পাউণ্ড (প্ৰায় ৬ কোটি ৪০ লাখ আমেৰিকান ডলাৰ) লৈ বৃদ্ধি হ’ব, প্ৰতিজন একক চেম্পিয়নে ২৭ লাখ…
Education নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এনটিএলৈ জাননী উচ্চতম ন্যায়ালয়ৰ June 14, 2024 editor উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিল আৰু অনিয়ম সম্পৰ্কীয় আৱেদনৰ শুনানি গ্ৰহণ কৰে। ইফালে, আদালতে নীট পৰীক্ষা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ক চিবিআই তদন্ত বিচাৰি কৰা আবেদনৰ ওপৰত…
Business Science Technology জিলা ভিত্তিত বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী June 14, 2024 editor অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ সৌজন্যত পৰিবেশ শিক্ষা কাৰ্যক্ৰমৰ অধীনত আৰু ভেৰালদী ৰুৰেল ডেভেলপমেণ্ট এচোছিয়েচনৰ উদ্যোগত ১৩ জুনত ক্লাৱ ৰাইনো,বৰপেটাত পুৱা ১০ বজাৰ পৰা জিলা ভিত্তিত বহনক্ষম সামগ্ৰী/…
Latest News কানকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ June 13, 2024 editor ৰংজুলি বনাঞ্চলিক কাৰ্যালয় আৰু শিমলীতোলা আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কানকাটাত নিশা হাতীৰ জাকটোৱে কানকাটা গাওৰ মকিবুল হকৰ ধানৰ ভৰাল ঘৰ ভাঙি লণ্ডভণ্ড কৰি প্ৰায় ১৬ কুইন্টল ধান খাই তহিলং কৰাৰ…
Crime চামৰালি বজাৰত আৰক্ষীৰ বৃহৎ অভিযান June 13, 2024 editor হোজাইৰ মোৰাঝাৰৰ চামৰালি বজাৰত আৰক্ষীয়ে এক গোপন সুত্ৰ পম খেদি চলোৱা এই অভিযানত জব্দ দুটাকৈ বন্ধুক৷ হোজাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু মোৰাঝাৰ ,চৌধুৰীবজাৰ আৰক্ষীৰ যৌথ অভিযানতজব্দ কৰে দুটাকৈ বন্ধুক ৷…
Education অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মান্নানৰ দেহাৱসান June 12, 2024 editor আলোপতি নিবাসী তথা ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক আব্দুল মান্নানৰ মংগলবাৰৰ দিনা নিজ বাসভৱনত কিডনী,মধুমেয় আৰু হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল…
Cover Story ভাৰতৰ নতুন সেনা প্ৰধান হ’ব লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী June 12, 2024 editor লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী নতুন সেনা প্ৰধান হ’ব। তেওঁ বৰ্তমানৰ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেৰ স্থান ল’ব। চৰকাৰে মঙলবাৰে নিশা এই ঘোষণা কৰে। লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে বৰ্তমান সেনাৰ উপ-প্ৰধান হিচাপে…