Author: Dipshikha

বছৰৰ প্ৰথমটো বানৰ কবলত নগাঁৱৰ লাওখোৱাৰ কেইবাটাও অঞ্চল

*BREAKING@Desk বছৰৰ প্ৰথমটো বানৰ কবলত নগাঁৱৰ লাওখোৱাৰ কেইবাটাও অঞ্চল। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিশটোৰ ভিতৰতে বুৰাই পেলালে লাওখোৱাৰ 4নং আৰু 5নং ভগামুখ গাঁৱত। নিশাৰ ভিতৰতে প্লাৱিত কৰিলে লাওখোৱা ভগামুখৰ গাঁওকেইখন। জলমগ্ন…

টিভিৰ এগৰাকী অভিনেত্ৰী স্তন কেন্সাৰত আক্ৰান্ত

টিভিৰ জগতখনৰ এটা পৰিচিত নাম হিনা খান। স্তন কেন্সাৰত আক্ৰান্ত হৈছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী। এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে। অভিনেত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱা সকলো জল্পনা- কল্পনাৰ…

লখিমপুৰৰ নাৰায়ণপুৰত স্বাস্থ্য সেৱাৰ নামত চলিছে ভেকোভাওনা

লখিমপুৰৰ নাৰায়ণপুৰত স্বাস্থ্য সেৱাৰ নামত চলিছে চূড়ান্ত ভেকোঁভাওনা। চিকিৎসক বিহীনভাবে চলিছে লখিমপুৰ জিলাৰ ভোলাবৰিস্থিত মহানন্দ বৰা ১০ খন বিচনাযুক্ত চিকিৎসালয়।বিগত তিনিমাহ ধৰি চিকিৎসালয়খনত ফাৰ্মাচীষ্টগৰাকীয়ে আগবঢ়াই আছে চিকিৎসা সেৱা। লখিমপুৰ জিলাৰ…

মৰিয়নীত জাপানীজ এনকেফেলাইটিছৰ আতংক

মৰিয়নীত জাপানীজ এনকেফেলাইটিছৰ আতংক, এজনৰ মৃত্যু, কেইবাগৰাকীও সংকটজনক অৱস্থাত চিকিৎসাধীন।যোৰহাট জিলাৰ মৰিয়নী চেলেংহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বহুকেইটা অঞ্চলত এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱে দেখা দিছে। চেলেংহাটৰ অভয়পুৰীয়া…

কৰ্ণাটকত ভয়ংকৰ দুৰ্ঘটনা

শুকুৰবাৰে পুৱা কৰ্ণাটকৰ হাভেৰি জিলাৰ বেদাগি তালুকত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন মিনি বাছৰ সৈতে ৰৈ থকা ট্ৰাকৰ সংঘৰ্ষৰ ফলত ১৩জন লোকৰ মৃত্যু হয়। আন দুজন লোক গুৰুতৰভাৱে আহত…

যাৱজ্জীৱন কাৰদণ্ড হ’ব পাৰে চিকিৎসক দম্পতীৰ

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ‘ব পাৰে চিকিৎসক দম্পতী সংগীতা দত্ত-ৱালিউল ইছলাম।চিকিৎসক দম্পতী সংগীতা দত্ত-ৱালিউল ইছলামৰ বিপদ নিশ্চিত !ডা০ সংগীতা দত্ত-ৱালিউল ইছলামৰ বিৰুদ্ধে আই পি চি ৩৭৬(ক) আৰু (খ) নং ধাৰাত আৰোপ।পক্সো…

কেবিনেট বৈঠকৰ খাদ্য তালিকাত কি কি আছে জানেনে?

ছাগলী মাংসৰ পৰা মাছৰ টেঙালৈ… নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ বাবে বিধে বিধে প্ৰস্তুত সুস্বাদু খাদ্য সম্ভাৰ, কি কি আছে মেন্যুত?পঢ়ক সবিশেষ…. ১— প্লেন ৰাইচ , জিৰা ৰাইচ, পোলাও২— ছাগলীৰ মাংস৩—-…

পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক

পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। বুধবাৰে দিল্লীৰ ৰাউচ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাছতে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে।আদালতত চি বি…

অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন

অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন। অসম অৰুণাচল সীমান্তৱৰ্তী নাওবৈচাত ৰঙা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বাবে সাজু।শতাধিক সেনা বাহিনী,আৰক্ষী,বন সুৰক্ষা বাহিনী সাজু হৈ উঠিছে।লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ ৰঙা…

নগাঁৱত সুদখোৰৰ আতংক

নগাঁৱত সুদখোৰৰ আতংক। নগাঁৱৰ পুৰণিগুদামৰ ৰামটিলা আটিত সুদখোৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন।মাত্ৰ তিনি হাজাৰ টকাৰ বাবে হজৰৎ আলী নামৰ লোকজনক আক্ৰমণ কৰিলে সুদখোৰ মতিন আলীয়ে।সুদলৈ দিয়া তিনি হাজৰ টকা নিবলৈ আহি…