Author: Dipshikha

দিল্লীৰ জলমন্ত্রীক চিকিৎসালয়ত ভৰ্তি

দিল্লীৰ জলমন্ত্ৰী আতিশী মাৰ্লেনাক চিকিৎসালয়ত ভৰ্তি। আমৰণ অনশনৰ মাজতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে আতিশী। LNJP হাস্পতালত নিশাই ভৰ্তি কৰা হয় মন্ত্ৰীগৰাকীক। দিল্লীৰ তীব্ৰ জলসংকটক লৈ আমৰণ অনশনত বহিছিল মন্ত্ৰীগৰাকী।দ্ৰুতভাৱে ৰক্তচাপ…

লাওখোৱা অভয়াৰণ্যত ঘটনা মাৰ এতিয়াও নাই যোৱা

লাওখোৱা অভয়াৰণ্যৰ এনকাউন্টাৰ ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই.. আজি জুৰীয়াত ঘটনা সন্দৰ্ভত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহেৰে আমছুৰ উত্তাল প্ৰতিবাদ।আব্দুল জলিল আৰু ছমিৰ উদ্দিন ।নামৰ ভাতৃদ্বয়ক চোৰাংকৈ মাছমৰাৰ অভিযোগত…

নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতি

নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতি।গৰু চোৰক ৰাইজৰ হাতত গতাই দিয়াৰ দাবী ।অঞ্চলটোত অব্যাহত আছে গৰু চোৰৰ উৎপাত । প্ৰতি নিশাই চোৰে কোনোবা নহয় কোনোবা গাওঁৰ গোহালিত চলাই চাফাই অভিযান । নিশা…

কামপুৰত বাঢ়নী পানীত পৰি মৃত্যু এজনৰ

কামপুৰত বাঢ়নী পানীত পৰি এজনৰ মৃত্যু হৈছে। নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মহগৰিয়া আটি গাঁৱৰ এজন লোক নিশাৰীৰ বাঢ়নী পানীত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে।জানিব পৰা…

বকোত নিশা ভয়ংকৰ ঘটনা

বকোৰ লামপাৰাত শনিবাৰৰ নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুৰ্ধৰ্ষ ডকাইত এটালৈ আৰক্ষীয়ে নিক্ষেপ কৰে দুজাঁই গুলী। ভৰিত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মোটো। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ…

লাওখোৱা অভয়াৰণ্যত ভয়ংকৰ ঘটনা

লাওখোৱা অভয়াৰণ্যত শনিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভয়াৰণ্যতখনত বন বিভাগৰ গুলীচালনাত দুজন লোক নিহত হৈছে। অভয়াৰণ্যখনৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক গুলীচালনা কৰে বন বিভাগে। নিশা ৰৌমাৰী…

চৌদিশে বানৰ বিভীষিকা

বান আহিল আৰু গল । কিন্তু এতিয়াও বানত ককবকাই আছে ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ গঞাই । বাক্সা জিলাৰ অধীনৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত মাদৈকাটা গাঁৱৰ বন্যাৰ্তই বৰ্তমানেও লাভ নকৰিলে বান সাহাৰ্য ।…

বন বিভাগৰ সফল অভিযান

নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউন্টাৰ দুজন নিহত।নগাঁৱৰ লাওখোৱা অভয়াৰণ্য চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক এনকাউন্টাৰ।নিশা ৰৌমাৰী বিলত চোৰাং কৈ মাছ ধৰিব গৈছিল নিহত দুই ভাই ককাই জলিল উদ্দিন…

এটা পথে জলাকলা খুৱাইছে ৰাইজক

পথৰ দুৰ্ৱস্থাই জলাকলা খুৱাইছে ৰাইজক ।বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম আৰু চক্ৰভৌম গাঁও পঞ্চায়ত সম্পূৰ্ণ ব্যৰ্থ পথৰ দুৰ্ৱস্থা নিৰ্মুল কৰাত।সময়ে সময়ে ৰাইজে গাঠিৰ ধন ভাঙি বা শ্ৰম দান দি কৰিব লগীয়া হৈ…

কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে

কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে । চতুৰ্থ দিনাও অব্যাহত আছে বৰলীয়া নৈৰ তাণ্ডৱ । বানত ডুব গৈছে অঞ্চলটোৰ ঘৰ-দুৱাৰ, পথ সকলো । কোনোৱে যদি বিচনাৰ ওপৰত বিচনা…