Author: Dipshikha

ভয়ংকৰ অগ্নিকাণ্ড

যোৰহাট চহৰৰ ভোগদৈ মছজিদৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত ভোগদৈ দলঙৰ সমীপত এ টি ৰোডৰ কাষত থকা ব্যৱসায় প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে…

পুনৰ বাৰ্মিজ চুপাৰীৰ সৰবৰাহৰ চেষ্টা

পুষ্পা চিনেমাৰ ষ্টাইলত অসমৰ মাজেৰে চন্দন কাঠৰ বিপৰীতে চিমেন্টৰ গাড়ীত সৰবৰাহ হৈছে বাৰ্মিজ চুপাৰি। ম্যানমাৰৰ পৰা আন্তঃৰাজ্যিক সীমা অতিক্ৰম কৰি নাগালেণ্ড হৈ অসমত প্ৰৱেশ বাৰ্মিজ চুপাৰিৰ।শনিবাৰে পুৱাতে মেৰাপানীত চি আৰ…

দীপাৱলী উদযাপনৰ সময়তেই দুজনক গুলীয়াই হ/ত্যা

দিল্লীত চাঞ্চল্যকৰ ঘটনা৷ দীপাৱলী উদযাপনৰ সময়তে গুলীয়াই হত্যা দুজনক৷ গুলীচালনাত নিহত ঋষভ শৰ্মা, আকাশ শৰ্মা৷ আকাশ শৰ্মালৈ লক্ষ্য কৰি ৫ জাঁইকৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ৷ গুলীচালনাত আহত আকাশ শৰ্মাৰ পুত্ৰ ১০ বছৰীয়া…

পৰ্যটকৰ বাবে ভাল খবৰ

পৰম্পৰাগত হস্তী পূজাৰে অহা ১ নৱেম্বৰৰ পৰা মুকলি হ’ব কাজিৰঙাৰ অতিকৈ আকৰ্ষণীয় হাতী ছাফাৰী ৷ পুৱাৰ কোমল ৰ’দজাক লগত লৈ কাজিৰঙাৰ এবুকু পৰিষ্কাৰ বতাহ প্ৰাণ ভৰি গ্ৰহণ কৰাৰ উদ্দেশ্যে হাতী…

আজি ৰাজ্য কঁপাই তোলা এটা দিন

১৬ টা বছৰ অতিক্ৰম কৰিলে ৰাজ্য কঁপাই যোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই । আজিৰ দিনটোতেই সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটাই বহু নিৰীহলোকক হত্যা কৰিছিল। আজিও পংগুত্ব জীৱন যাপন কৰি আছে বহুতে।আজি…

নলবাৰীত ভয়ংকৰ ঘটনা

নলবাৰীৰ ককয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ। নৱনীতা দাস নামৰ মহিলাগৰাকীক হত্যাৰ অভিযোগ। ঘটনা সন্দৰ্ভত স্বামী হীৰক নাথক আটক বেলশৰ আৰক্ষীৰ। যৌতুকৰ বাবেই নৱনীতা দাসক হত্যা কৰাৰ…

লাখ লাখ কৃষকলৈ ভাল খবৰ

ৰাজ্যৰ পাঁচ জিলাৰ ১০০ শতাংশ কৃষকে লাভ কৰিছে পিএম কিষাণৰ সুবিধা।প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনে ১০০ শতাংশতকৈ অধিক কৃষক ৰাইজক সামৰি লোৱা জিলা কেইখনৰ ভিতৰত আছে মাজুলী, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ…

ডিব্ৰুগড়ত পুনৰ অগ্নিকাণ্ড

ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড: জ্বলি ভস্মীভূত হ’ল ৩০টাৰো অধিক বাসগৃহ।ডিব্ৰুগড়ৰ উত্তৰ আমোলাপট্টীৰ জৰ্জ স্কুলৰ সমীপৰ ধোবিপট্টিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। জজ স্কুলৰ সমীপৰ ধুবিপট্টিত জুই৷অগ্নিকাণ্ড সংঘটিত হৈছে অশোক নামৰ এজন লোকৰ…

পুনৰ অপহৰণৰ ঘটনা

তিনিচুকীয়াৰ জাগুনত চাহ বাগিচাৰ মহৰীক অপহৰণ। ১০ মাইলস্থিত ৰাধা চেতিয়া চাহ বাগিচাৰ মহৰীক অপহৰণ। নিশা বাগিচাৰ কেম্পৰ পৰা অপহৰণ মহৰী গৌতম বসুমতাৰীক। গৌতম বসুমতাৰীক কোনো উগ্ৰপন্থীৰ দলে অপহৰণ কৰাৰ সন্দেহ।…

বৰপেটাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

বৰপেটা জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। এনে এক অভিযানত আজি হাউলী আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইনসহ এজন ড্ৰাগছ মাফিয়া।বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত হাউলীৰ…