Business পুনৰ অসম আৰক্ষীক অপেন চেলেঞ্জ October 23, 2024 Dipshikha মহানগৰ আৰক্ষীক আকৌ অপেন চেলেঞ্জ গাড়ী চোৰৰ! এইবাৰ আৰক্ষীৰ পাপা গাড়ীৰ পৰাই পলাল দুই আচামী ।ফটাশিল আমবাৰী আৰক্ষী থানা এলেকাত ঘটিল চাঞ্চল্যকৰ কাণ্ড। মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল দুই গাড়ী চোৰক।…
Business ৰাজ্যিক বিজেপিত অথন্তৰ October 21, 2024 Dipshikha অসম বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত অথন্তৰ। প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাৰ মাজতে ধলাই বিজেপিত ফাঁট। অমিয় কান্তি দাসক প্ৰাৰ্থিত্ব প্ৰদান নকৰি বহিৰাগত নিহাৰ ৰঞ্জন দাসক বিজেপিৰ প্ৰাৰ্থী…
Business জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাস October 21, 2024 Dipshikha জম্মু-কাশ্মীৰত এই সন্ত্ৰাসৰ এক নতুন কাৰক হৈ পৰিছে লস্কৰ-ই-তৈবাৰ শাখা সংগঠন TRF। এই সন্ত্ৰাসবাদী সংগঠনটো উপত্যকাটোৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত অধিক সক্ৰিয় হৈ পৰিছে। জানিব পৰা মতে এই সন্ত্ৰাসবাদী…
Business পুনৰ বিমানত বিস্ফোৰণৰ ভাবুকি October 20, 2024 Dipshikha ৬ দিনত বিমানত বিস্ফোৰণৰ ৭০টা ভাবুকি। ভাৰতীয় বিমান সংস্থাসমূহক ভূৱা বোমা বিস্ফোৰণৰ ভাবুকি। ভাবুকিৰ পাছতেই দিল্লীত থকা সংস্থাটোৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ সময়ত বিমান সংস্থাৰ প্ৰতিনিধিসকলে বিচিএএছৰ ডিজি জুলফিকাৰ…
Business আজিৰে পৰা বন্ধ ফেৰীসেৱা October 20, 2024 Dipshikha আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কমলাবাৰী ঘাটৰ ফেৰীসেৱা। অস্বাভাৱিকভাৱে শুকাই গৈছে বৰলুইত। কমলাবাৰী-নিমাতীৰ মাজৰ ফেৰী যাতায়াতলৈ গভীৰ সংকট। কমলাবাৰী-নিমাতীৰ মাজত চলা ৯খন ছিংগল ফেৰীসেৱা বন্ধ। ফেৰীসেৱা বন্ধৰ লগে লগে বিপদ আহিছে…
Business “ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই” October 19, 2024 Dipshikha ‘ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই। আমি পঁইতাচোৰাও মৰা নাই। ছলমান খানে লৰেন্স বিষ্ণয়ৰ ওচৰত ক্ষমা বিচৰাৰ কোনো কাৰণ নাই।’ উল্লেখযোগ্য যে, পুনৰ ছলমান খানক ভাবুকি প্ৰদান কৰিছিল লৰেন্স…
Business পুনৰ অৱনতি ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক October 19, 2024 Dipshikha পুনৰ অৱনতি ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক। কূটনৈতিক সম্পৰ্ক অৱনতি ঘটাৰ পাছতেই জাষ্টিন ট্ৰুডো মুৰ্খ বুলি অভিহিত কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে। পুটিনে জাষ্টিন ট্ৰুডোক স্কুলত মনোযোগ নিদিয়া আৰু কোনো মৌলিক জ্ঞান…
Business শিৱসাগৰত বকতাত আৰক্ষীৰ এনকাউণ্টাৰ October 16, 2024 Dipshikha শিৱসাগৰৰ বকতাত আৰক্ষীৰ এনকাউণ্টাৰ। ৰাহুল হাজৰিকা ওৰফে লাডেনক এনকাউণ্টাৰ আৰক্ষীৰ। বকতাৰ নেমুগুৰিত নিশা সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাহুল হাজৰিকা প্ৰাক্তন আলফা। ভৰিত গুলী লগাৰ ফলত আঘাতপ্ৰাপ্ত ৰাহুল…
Business ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা October 10, 2024 Dipshikha উৎসৱৰ আনন্দত মতলীয়া ৰাজ্যবাসী। কিন্তু উৎসৱৰ আনন্দৰ মাজতে ৰাজ্যৰ বিভিন্নপ্ৰান্তত পুৱা মুষলধাৰ বৰষুণ হৈছে। বতৰ বিজ্ঞান আগজাননী অনুসৰি ৰাজ্যত ম্লান পৰিব পাৰে পূজাৰ আনন্দ।আজি ৰাজ্যৰ ১৮খনকৈ জিলাত Yellow Alert জাৰি…
Business লখিমপুৰত আৰক্ষীৰ বৃহৎ অভিযান October 10, 2024 Dipshikha লখিমপুৰৰ পথালিপাহাৰৰ কাছমাৰীত ড্ৰাগছ বিৰোধী অভিযান।পথালিপাহাৰ অঞ্চলৰ কাছমাৰিত লাখ লাখ টকা মুল্যৰ সন্দেহযুক্ত হেৰ’ইন।কাছমাৰি গাৱৰ বৰ্মন উপাধিৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা ড্ৰাগছ বেপাৰীৰ ঘৰত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছ।ধৃত ড্ৰাগছ…