Author: Dipshikha

পুনৰ অসমলৈ আহিব অমৃত শ্বাহ

অহা ৩০ জানুৱাৰীত ডিব্ৰুগড় ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই ভ্ৰমণকালত অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খনিকৰ ষ্টেডিয়াম পুনৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ ঘোষণা…

জে’লত ভৰোৱা হ’ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক

“জেহাদৰ কথা বেছিকৈ কৈ থাকিলে জে’লত ভৰোৱা হ’ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক ।” ৰেজাউল কৰিম সৰকাৰক এই কঠোৰ সকীয়নি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে গুৱাহাটীত সাংবাদিকৰ…

চুলি সৰা কমায় আৰু চুলিক শক্তিশালী কৰে এইবিধ খাদ্যয়ে

শাকৰ বিভিন্ন উপকাৰী গুণ আছে। তাৰ ভিতৰত এবিধ শাক হ’ল জিলমিল বা ভতুৱা শাক। এই শাক খালে শৰীৰে বহু উপকাৰ লাভ কৰে। ছাল, চুলিৰ পৰা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰালৈ ই…

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমত প্ৰধানমন্ত্ৰীৰ আজি দ্বিতীয়টো দিন। শনিবাৰে সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক শিল্পীৰ বাগুৰুম্বা প্ৰদৰ্শন কৰাৰ পিছত আজি কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে…

সুৰাপায়ী সকলৰ বাবে বেয়া খবৰ

চাৰি দিনলৈ সুৰাপায়ী লোকসকলৰ বাবে উপলব্ধ নহ’ব পছন্দৰ সুৰা। এখন বিশেষ জিলাত সুৰাৰ ওপৰত চাৰি দিনৰ বাবে প্ৰশাসনে আৰোপ কৰিছে নিষেধাজ্ঞা। কোন স্থানত আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা?অৱশ্যে এই নিষেধাজ্ঞা…

আজিৰে পৰা ৩১ জানুৱাৰীলৈ বন্ধ থাকিব বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰ

আজিৰে পৰা ৩১ জানুৱাৰীলৈ বন্ধ থাকিব বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰ। মন্দিৰৰ পুনৰ নিৰ্মাণৰ কামৰ বাবে ৩১ জানুৱাৰীলৈকে বন্ধ থাকিব মন্দিৰভাগ। পুনৰ ১ফেব্ৰুবাৰীত ভক্তৰ বাবে খোলা হ’ব…

বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি

শীঘ্ৰেই বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি। ইয়াক লৈ ইতিমধ্যে সময়সূচী ঘোষণা কৰা হৈছে। হ’বলগীয়া নিৰ্বাচনক লৈ ১৯ জানুৱাৰীত মনোনয়ন দাখিল কৰা হ’ব, আৰু ২০ জানুৱাৰীত ঘোষণা কৰা হ’ব নতুন…

বিতৰ্কৰ পিছতো স্থানান্তৰিত হ’ব উচ্চ ন্যায়ালয়

বিতৰ্কৰ পিছতো স্থানান্তৰিত হ’ব উচ্চ ন্যায়ালয় ৷ দহ বছৰৰ পিছত গুৱাহাটী ৰিং ৰোডত দৌৰিব মেট্ৰ’, মুখ্যমন্ত্ৰীৰ আন এক সপোন ৷বিতৰ্ক আৰু গুৱাহাটী বাৰ এছ’চিয়েচনৰ তীব্ৰ বিৰোধিতাৰে অনশনৰ মাজতেই উত্তৰ গুৱাহাটীৰ…

পুনৰ হিন্দুৰ ওপৰত আক্ৰমণ

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে লক্ষ্য কৰি আক্ৰমণৰ ধাৰাবাহিকতা অবিৰতভাৱে অব্যাহত আছে। শেহতীয়া এই ঘটনা সংঘটিত হৈছে সুনামগঞ্জ জিলাত, য’ত সন্দেহজনক পৰিস্থিতিত এজন হিন্দু যুৱকৰ মৃত্যু হয়। এই ঘটনাই পুনৰবাৰ সংখ্যালঘুৰ…

লণ্ডনত ভয়ংকৰ প্ৰতিবাদ

ইৰাণত প্ৰতিবাদ বাঢ়িছে, ৰাজপথলৈ ওলাই আহিছে আৰু চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিছে ৰাইজে। ইয়াৰ পিছতে এতিয়া লণ্ডনতো প্ৰতিবাদ দেখা গৈছে। লণ্ডনত থকা ইৰাণৰ দূতাবাসত প্ৰতিবাদকাৰীয়ে বৰ্তমানৰ পতাকাখন আঁতৰাই পুৰণি পতাকাখন উত্তোলন…