আজিৰে পৰা ৩১ জানুৱাৰীলৈ বন্ধ থাকিব বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰ। মন্দিৰৰ পুনৰ নিৰ্মাণৰ কামৰ বাবে ৩১ জানুৱাৰীলৈকে বন্ধ থাকিব মন্দিৰভাগ। পুনৰ ১ফেব্ৰুবাৰীত ভক্তৰ বাবে খোলা হ’ব মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ। এই কথা সদৰী কৰিলে শ্ৰী শ্ৰী মহা মৃত্যুঞ্জয় সেৱা ট্ৰাষ্টে। Share this:FacebookX Related Post navigation বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি সুৰাপায়ী সকলৰ বাবে বেয়া খবৰ