Business শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন January 9, 2026 Dipshikha শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন। এই সময়চোৱাত তেওঁ AI ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰিব। লগতে বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোচনা হ’ব পাৰে। ইয়ে দুই দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী…
Business প্ৰতিবাদত উত্তাল ইৰাণ January 9, 2026 Dipshikha প্ৰতিবাদত উত্তাল ইৰাণ । গণবিক্ষোভে থৰক-বৰক কৰিছে দেশখনৰ প্ৰশাসনিক ব্যৱস্থা । চৰকাৰবিৰোধী প্ৰতিবাদ ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে দেশখনৰ ৰাজধানী তেহৰাণত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে । ইতিমধ্যে প্ৰতিবাদকাৰীৰ ওপৰত চৰকাৰে…
Business পুনৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ সাজু অসম চৰকাৰ January 9, 2026 Dipshikha বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যৰ মহা আয়োজন অসম চৰকাৰৰ । অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা হৈছে এই বিশাল নৃত্যানুষ্ঠানৰ । য’ত ১০ হাজাৰ বড়ো চিখলাই…
Business দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল January 9, 2026 Dipshikha ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে বিৰোধী ঐক্যমঞ্চই। ভোট চুৰি আৰু নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত শইকীয়াৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰিলে এই এজাহাৰ।এজাহাৰ…
Business বাংলাদেশত পুনৰ হিন্দুক হত্যা January 7, 2026 Dipshikha বাংলাদেশত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ।বাংলাদেশত আন এজন হিন্দু যুৱকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এই আক্ৰমণত…
Business অখিল গগৈক কটাক্ষ দিলীপ শইকীয়াৰ January 7, 2026 Dipshikha বিধায়ক অখিল গগৈয়ে অসম বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াই। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰিছে যে, অখিল গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰা…
Business দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা January 7, 2026 Dipshikha দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা । উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ৰামলীলা ময়দানৰ সমীপৰ তুৰ্কমান গেট অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । দিল্লী আৰক্ষীয়ে দাবী কৰা মতে মতে মঙলবাৰে নিশা সৃষ্টি…
Business মুখ্যমন্ত্ৰী লৈ পত্ৰ লিখিলে জুবিনৰ পত্নীয়ে January 7, 2026 Dipshikha প্রাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কেইটামান পদক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পত্ৰ প্ৰেৰণ । গৰিমা শইকীয়া গাৰ্গৰ সৈতে এই পত্ৰত স্বাক্ষৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰ আৰু…
Business বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত অত্যাচাৰ January 6, 2026 Dipshikha বিগত সময়চোৱাত বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ বিৰুদ্ধে হিংসাজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ দেশখনত হিন্দু হত্যাৰ খবৰ আহি পৰিছে। যোৱা ২৪ ঘন্টাত এয়া দ্বিতীয়বাৰৰ বাবে এনে ঘটনা পোহৰলৈ আহিছে।তথ্য অনুসৰি, যোৱা…
Business পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ January 6, 2026 Dipshikha পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ। দেশখনৰ চোৰাংচোৱা সংস্থা ISI য়ে এইবাৰ ভাৰতীয় কিশোৰক লক্ষ্য কৰি লৈছে। শেহতীয়াকৈ আৰক্ষীয়ে এজন কিশোৰক গ্ৰেপ্তাৰ কৰিছে যিয়ে পাকিস্তানক বহু গোপন তথ্য প্ৰদান কৰি আহিছে।শেহতীয়াকৈ পঞ্জাৱৰ পঠানকোটৰ…