Author: Dipshikha

পুনৰ জনতাৰ মূৰত মাধমাৰ

দেশৰ কোটি কোটি জনতাৰ মূৰত মাধমাৰ সোধাই সোমবাৰে পুনৰ বৃদ্ধি কৰা হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ প্ৰতি লিটাৰ পেট্ৰ’লত ২.৬১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২.৭১ টকাকৈ মূল্যবৃদ্ধি ঘটোৱা হৈছে ৷…

পুনৰ ঋণ লবলৈ সাজু চৰকাৰ

দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইবাৰো ঋণ লোৱাৰ ক্ষেত্রত অলপো থমকি ৰোৱা নাই । নতুনকৈ ক্ষমতালৈ অহা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ২৬ মে’ত পুনৰ…

সদনত বাকযুদ্ধ

আজি অসম বিধানসভা অধিৱেশনৰ তৃতীয়টো দিন। সদনত মূল্যবৃদ্ধিক লৈ বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত তীব্ৰ বাকযুদ্ধ পৰিলক্ষিত হয়।মন্ত্ৰী হাজৰিকাই দেশত কিয় মূল্যবৃদ্ধি হৈছে সেই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ…

পুনৰ ইউক্রেইনৰ ওপৰত ভয়ংকৰ আক্রমণ ৰাছিয়াৰ

পুনৰ ইউক্রেইনৰ ওপৰত ভয়ংকৰ আক্রমণ ৰাছিয়াৰ।নিশাৰ ভিতৰতে ক্ষেপণাস্ত্ৰ, ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ।অত্যাধুনিক ওৰেছনিক মিছাইলেৰে আক্ৰমণ ইউক্ৰেইনত ।ৰাছিয়াৰ আক্ৰমণত ৪ জন লোকৰ মৃত্যু, আহত শতাধিক ।কিয়েভ’ আৰু কাষৰীয়া এলেকাত এই আক্ৰমণ…

টিনৰ বাকচত ওলাল যুৱতী!

টিনৰ বাকচত ওলাল যুৱতী! লোমহৰ্ষক ঘটনাই কঁপাইছে দেশ। নীলা ড্ৰাম, ফ্ৰীজৰ পাছত টিনৰ বাকছক লৈ দেশজুৰি চাঞ্চল্য। টিনৰ বাকচত পোৱা গ’ল ২৫বছৰীয়া যুৱতীৰ কটা মূৰ। হাত-ভৰি, শৰীৰ বিভিন্ন অংশ পোৱা…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হৈছে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হৈছে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’ ৷ এয়া হৈছে স্ক্যাণ্ডিনেভিয়ান ৰাষ্ট্ৰই বিদেশী চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান । প্ৰধানমন্ত্ৰীৰ ছুইডেন ভ্ৰমণৰ…

ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । সতীশনৰ সৈতে আন ২০ জন বিধায়কেও তেওঁৰ কেবিনেটৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ৰাজ্যপাল আৰ ভি আৰ্লেকাৰে…

বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ

বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ। কথা মতেই কাম আৰম্ভ হিমন্ত চৰকাৰৰ। বাংলাদেশীৰ বিৰুদ্ধে মহাঅভিযান। দৰঙৰ ধূলাত আৰক্ষীৰ জালত পৰিল বাংলাদেশী। আৰক্ষীয়ে আটক কৰিছে ৩২বছৰীয়া মহম্মদ জাকিৰক। বাংলাদেশৰ বড়িশাল জিলাৰ…

বৃদ্ধি পাব সোণৰ মূল্য

পশ্চিম এছিয়াৰ সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনোৱাৰ দুদিন পাছতেই মঙলবাৰে চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে সোণ, ৰূপ, আৰু অন্যান্য বহুমূলীয়া…

মুখ্যমন্ত্ৰীৰ বৃহৎ সিদ্ধান্ত

মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পিছত বুধবাৰে প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ শিলপুখুৰীত থকা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্ৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা । চাৰিগৰাকী মন্ত্ৰীক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত…