Business চচলত হাজাৰ হাজাৰ বানাক্ৰান্তৰ গৰ্জন September 23, 2026 Dipshikha উজনি অসমৰ ভয়াৱহ বানাক্ৰান্ত ৰাইজক উচিত ক্ষতিপূৰণ আৰু সাহাৰ্য প্ৰদানৰ দাবীত বুধবাৰে গুৱাহাটীৰ চচলস্থিত প্ৰতিবাদী স্থলীত ৰাইজৰ দলৰ উদ্যোগত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তিনিটা মাহ অতিক্ৰম কৰাৰ…
Assam নগাঁও লোকসভা উপ-নিৰ্বাচনৰ ৰোডশ্ব’ৰ সময়ত কনভয়ত আক্ৰমণৰ অভিযোগ: অসম কংগ্ৰেছৰ গৰিহণা September 23, 2026 Tarali অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে (APCC) সোমবাৰে দাবী কৰে যে আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে বৰমা-কাৱৈমাৰী অঞ্চলত অনুষ্ঠিত এক ৰোডশ্ব’ৰ সময়ত দলৰ জ্যেষ্ঠ নেতাসকলক কঢ়িয়াই নিয়া এটা কংগ্ৰেছৰ কনভয়ত…
Assam ব্যস্ত ৰাজপথৰ পৰা একে-৪৭ দেখুৱাই মন্ত্ৰীক অপহৰণ! দুৰ্বৃত্তৰ গুলীচালনাত আহত আন এজন মন্ত্ৰী September 22, 2026 Paromita ব্যস্ত ৰাজপথৰ পৰা দিন দুপৰতে অপহৰণ কৰা হ’ল এগৰাকী মন্ত্ৰীক! ক’লা বস্ত্ৰ আৰু মুখত মাস্ক পৰিধান কৰি অহা একাংশ দুষ্কৃতিকাৰীয়ে মন্ত্ৰীৰ কনভয়ৰ নিৰাপত্তাৰ বেহু ফালি অপহৰণ কৰি লৈ যায় খাইবাৰ-পাখতুনখোৱাৰ…
Assam আনক নিজৰ চিমকাৰ্ড ব্যৱহাৰ কৰিবলৈ দিলেই হ’ব পাৰে কাৰাবাস; টেলিকম বিভাগৰ নতুন নিৰ্দেশনা জাৰি September 22, 2026 Paromita সাৱধান হওক। যদি আপোনাৰ নামত থকা মোবাইল চিমকাৰ্ড আনে ব্যৱহাৰ কৰি আছে, তেন্তে ভৰিবলগীয়া হ’ব পাৰে ৫০ লাখ টকাৰ জৰিমনা আৰু খাটিবলগীয়া হ’ব পাৰে তিনি বছৰৰ কাৰাদণ্ড। শেহতীয়াকৈ টেলিকম বিভাগে…
Assam তিস্তাৰ উত্তাল সোঁতত উটি যোৱা তিনিদিনীয়া হাতীৰ পোৱালিক উদ্ধাৰ মাছমৰীয়াৰ; বন বিভাগৰ সহযোগত মাকৰ কোলালৈ উভতিল সন্তান September 22, 2026 Paromita তিস্তাৰ উত্তাল জলৰাশিত নিশ্চিত মৃত্যুৰ মুখত পৰা মাত্ৰ তিনি-চাৰিদিনীয়া এটা কণমানি হাতীৰ পোৱালিক নিজৰ জীৱন বিপন্ন কৰি উদ্ধাৰ কৰিলে কেইবাগৰাকীও মানৱদৰদী মাছমৰীয়াই। নদী পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে পানীৰ তীব্ৰ…
Assam ছুটীত ঘৰলৈ অহা সেনা জোৱানক পথৰ মাজত প্ৰহাৰ কৰি হত্যা; মিজোৰামত প্ৰাক্তন সৈনিক লীগৰ উত্তাল প্ৰতিবাদ September 22, 2026 Paromita ছুটীত গৃহৰাজ্যলৈ উভতি অহাৰ পথতে এক ভয়ংকৰ আক্ৰমণৰ বলি হৈ অকালতে প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ এগৰাকী কৰ্তব্যৰত জোৱানে। মিজোৰামৰ কোলাছিব জিলাৰ বুয়ালপুইস্থিত কফি ব’ৰ্ড অঞ্চলৰ সমীপত সংঘটিত হয় এই মৰ্মান্তিক…
Assam ওড়িশা উপকূলত অ’এনজিচিৰ বৃহৎ সফলতা; গভীৰ সাগৰৰ বুকুত বিশাল গেছ ভাণ্ডাৰৰ সন্ধান September 22, 2026 Paromita প্ৰাকৃতিক গেছৰ সন্ধানত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল দেশৰ আগশাৰীৰ চৰকাৰী শক্তি প্ৰতিষ্ঠান অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন চমুকৈ অ’এনজিচিয়ে। ওড়িশা উপকূলৰ পৰা প্ৰায় ৪৩ কিলোমিটাৰ দূৰত মহানদী…
Business এছিয়ান গেমছত পদকৰ প্ৰবল দাবিদাৰ ভাৰোত্তোলক মীৰাবাঈ চানু September 22, 2026 Sonakshi Sarkar ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে তেওঁৰ সুদীৰ্ঘ ক্ৰীড়া জীৱনৰ একমাত্ৰ বাকী থকা এছিয়ান গেমছৰ পদকটো লাভ কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে। ৪৯ কেজি মহিলা শাখাত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া চানুৰ বাবে এইবাৰ…
Business নব্য ৰূপৰ শ্ব’ৰুমেৰে গুৱাহাটীত কল্যাণ জুৱেলাৰ্ছৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ September 22, 2026 Business Bureau কল্যাণ জুৱেলাৰ্ছে গুৱাহাটী মহানগৰীৰ লাচিত নগৰ আৰু এ টি ৰোডত থকা নিজৰ নব্য ৰূপৰ শ্ব’ৰুমসমূহ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। অহা ২৩ ছেপ্টেম্বৰ(বুধবাৰ)ত ক্ৰমে বিয়লি ৫:০০ বজা আৰু ৫:৪৫ বজাত…
Assam জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি প্ৰাক্তন ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ September 21, 2026 Tarali জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি প্ৰাক্তন ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটী (AICC)ৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক ভূপেশ বাঘেলে আজি পুৱা গুৱাহাটীৰ সোণাপুৰস্থিত জুবিন…