Assam মহিমাময়ী নাৰী! নিজৰ দেহৰ কাপোৰ ফালি টিটিইক ফঁচাবলৈ মহিলা যাত্ৰীৰ অপচেষ্টা; ভাইৰেল ভিডিঅ’ September 21, 2026 Paromita নিজৰ দেহৰ কাপোৰ ফালি চলন্ত ৰে’লৰ ভিতৰত টিটিইক ফঁচাবলৈ আপ্ৰাণ চেষ্টা চলালে এগৰাকী মহিলা যাত্ৰীয়ে।কিন্তু সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে পোহৰলৈ আহে মহিলাগৰাকীৰ এই চৰম অভিসন্ধি। শেহতীয়াকৈ…
Assam ভুৱা চৰকাৰী জাননীৰে কোটি টকাৰ প্ৰৱঞ্চনা চক্ৰ! গুৰুগ্ৰামৰ যুৱৰাজ হত্যাকাণ্ডৰ আঁৰত পোহৰলৈ চাঞ্চল্যকৰ তথ্য September 21, 2026 Paromita পত্নীক বিক্ৰী কৰা বা যিয়েই কৰা, এই ধন ঘূৰাই দিয়া। – এনে এক নিৰ্দয় আৰু ভাবুকিপূৰ্ণ হোৱাটছএপ বাৰ্তা পোহৰলৈ অহাৰ লগে লগেই গুৰুগ্ৰামৰ চৰ্চিত যুৱৰাজ সিং মনছান্দা হত্যাকাণ্ডৰ আঁৰত উন্মোচিত…
Assam কানাডাত বিমান প্ৰশিক্ষণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; ভাৰতৰ দুই ছাত্ৰৰ কৰুণ মৃত্যু September 21, 2026 Paromita অপূৰ্ণ হৈ ৰ’ল বৈমানিক হোৱাৰ সপোন! আকাশমাৰ্গত চলি থকা প্ৰশিক্ষণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ভাৰতৰ দুই মেধাৱী ছাত্ৰই। কানাডাত বিমান চালন প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়তে…
Business কেৰালামত ক্ষন্তেকীয়া বান, ভূমিস্খলনত ৬জনৰ মৃত্যু September 21, 2026 Dipshikha কেৰালামৰ ইডুক্কি জিলাৰ ভাট্টাভাদাৰ কোট্টাকাম্বুৰত দেওবাৰে ব্যাপক ভূমিস্খলন আৰু ক্ষন্তেকীয়া বানে বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ এই ভয়াবহ প্ৰাকৃতিক দুৰ্যোগত কমেও ছয়জন লোক নিহত হোৱাৰ বিপৰীতে পৰ্যটককে ধৰি আন কেইবাজনো…
Business মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানাৰ অন্তৰ্গত ছাজিৰক অঞ্চলত বৃহৎ অভিযানত September 21, 2026 Dipshikha মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানাৰ অন্তৰ্গত ছাজিৰক অঞ্চলত অভিযান চলাই চিডিঅ-আইডব্লিউ আৰু অসম ৰাইফলছৰ এটা দলে । অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয় ।জানিব…
Business মুম্বাইত এক ভয়াবহ পথ দুৰ্ঘটনা September 21, 2026 Dipshikha মুম্বাইত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । বিদ্যুৎস্পৃষ্ট হৈ দুজন লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ পিচতেই পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় ।ম্বাইৰ কোষ্টেল ৰোডত…
Business ভাৰতৰ হৈ পদক অৰ্জনৰ দৃঢ় লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব অৰুণাচল প্ৰদেশৰ উদীয়মান ৱুছু (Wushu) খেলুৱৈ নাইমেন ৱাংছুৱে September 21, 2026 Dipshikha ২০২৬ চনৰ ‘আইচি-নাগোয়া এছিয়ান গেমছ’ ত কাইলৈ ভাৰতৰ হৈ পদক অৰ্জনৰ দৃঢ় লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব অৰুণাচল প্ৰদেশৰ উদীয়মান ৱুছু (Wushu) খেলুৱৈ নাইমেন ৱাংছুৱে। ‘স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া’ (SAI)-ৰ সময়সূচী…
Assam AIIMS গুৱাহাটীয়ে অসংক্ৰামক ৰোগৰ ওপৰত গুৰুত্ব দি বিশ্ব ৰোগী সুৰক্ষা দিৱস ২০২৬ সন্মিলনৰ আয়োজন কৰে September 20, 2026 Tarali AIIMS গুৱাহাটীয়ে বিশ্ব ৰোগী সুৰক্ষা দিৱস ২০২৬ উপলক্ষে “অসংক্ৰামক ৰোগৰ বাবে সুৰক্ষিত সেৱা” মূল বিষয় আৰু “জীৱনৰ বাবে সুৰক্ষিত সেৱা” শ্ল’গানেৰে এখন সন্মিলনৰ আয়োজন কৰে। এই কাৰ্যসূচীটো AIIMS গুৱাহাটীৰ হাস্পতাল…
Assam ভাৰতৰ নদীসমূহৰ ওপৰত ৮০০ কোটি টকাৰ বাজি: বিলাসী ক্ৰুজ সম্প্ৰসাৰণৰ বাবে অসম-ভিত্তিক ABN-ৰ Scenic Group-ৰ সৈতে অংশীদাৰিত্ব September 19, 2026 Tarali অসমৰ নদী পৰ্যটন খণ্ড এক বৃহৎ পৰিৱৰ্তনৰ বাবে সাজু হৈছে, কিয়নো বিশ্বৰ বিলাসী ক্ৰুজ পৰিচালক Scenic Group-এ অসম বেংগল নেভিগেচনৰ সৈতে অংশীদাৰিত্বৰে গংগা আৰু ব্ৰহ্মপুত্ৰ নদীত বিলাসী নদী ক্ৰুজিং সম্প্ৰসাৰণৰ…
Business পতঞ্জলিৰ ঘিঁউ বিতৰ্কঃ ব্রিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে ৫০ কোটি টকাৰ মানহানিৰ গোচৰ বাবা ৰামদেৱৰ September 19, 2026 Paromita ব্যৱসায়িক বিশ্বাসযোগ্যতা আৰু সুনামহানিৰ প্ৰশ্নক লৈ পুনৰ মুখামুখি অৱস্থানত অৱতীৰ্ণ হ’ল যোগগুৰু বাবা ৰামদেৱ আৰু উত্তৰ প্ৰদেশৰ বিজেপিৰ প্ৰাক্তন সাংসদ ব্রিজভূষণ চৰণ সিং। পতঞ্জলিৰ ঘিঁউৰ গুণগত মানক লৈ সন্দেহ প্ৰকাশ…