Month: September 2026

বিভিন্ন দাবীত অনলাইন চালক সংস্থাৰ ধৰ্মঘট; গুৱাহাটীত অনিৰ্দিষ্টকাললৈ স্তব্ধ কেব সেৱা

পৰিবহণ খণ্ডৰ গুৰুত্বপূৰ্ণ সেৱাসমূহ স্তব্ধ কৰি ৰাজপথলৈ ওলাই আহিল শতাধিক অনলাইন বাহনৰ চালক। ইন্ধনৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ সমান্তৰালকৈ প্ৰাপ্য ভাড়া বৃদ্ধি নকৰাৰ প্ৰতিবাদত গুৱাহাটী মহানগৰীত অনিৰ্দিষ্টকালৰ বাবে অনলাইন কেব সেৱা বন্ধ…