বিষাক্ত সুৰাই প্ৰাণ ল’লে কেইবাজনো লোকৰ ৷ মধ্যপ্ৰদেশৰ সাগৰ জিলাত বিষাক্ত সুৰা সেৱন কৰি ১৬ জন লোকৰ মৃত্যু ঘটে ৷ বিপৰীতে প্ৰায় ৩৫ জন লোক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে ৷ দেওবাৰে এই খবৰ পোহৰলৈ আহিছে ৷চিকিৎসাধীন একাংশৰ অৱস্থা সংকটজনক ৷ তেওঁলোকক ইতিমধ্যে বুণ্ডেলখণ্ড চিকিৎসা মহাবিদ্যালয় আৰু সাগৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । দেওবাৰে পুৱাৰ ভাগত এই খবৰ পোহৰলৈ অহাৰ লগতে বিষয়টোৰ তদন্ত অব্যাহত থকা বুলি জিলা আয়ুক্ত প্ৰতিভা পালে জানিবলৈ দিয়ে ৷ Share this:FacebookX Related Post navigation আইআৰডিএআই-ৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত নাগালেণ্ডত অনুষ্ঠিত হ’ল প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ বীমা সমিতিৰ বৈঠক কলকাতাত কিংবদন্তি শিল্পী ভূপেন হাজৰিকাই কেইবাবছৰ ধৰি বাস কৰা অট্টালিকাটো সংৰক্ষণৰ বাবে পদক্ষেপ ল’ব চৰকাৰে